• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰেপ্তাৰ কৰিবলৈ প্ৰমাণ লাগিব, প্ৰমাণ ক’ত আছে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে? প্ৰতিবাদী মল্লযুঁজাৰুক দিল্লী আৰক্ষীৰ প্ৰশ্ন

গ্ৰেপ্তাৰ কৰিবলৈ প্ৰমাণ লাগিব, প্ৰমাণ ক’ত আছে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে? প্ৰতিবাদী মল্লযুঁজাৰুক দিল্লী আৰক্ষীৰ প্ৰশ্ন

3 years ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

3 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

4 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

4 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

5 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

6 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

6 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

7 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

8 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

9 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

9 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

10 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

গ্ৰেপ্তাৰ কৰিবলৈ প্ৰমাণ লাগিব, প্ৰমাণ ক’ত আছে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে? প্ৰতিবাদী মল্লযুঁজাৰুক দিল্লী আৰক্ষীৰ প্ৰশ্ন

editor by editor
May 31, 2023
in ক্ৰীড়া, ভাৰত
0
গ্ৰেপ্তাৰ কৰিবলৈ প্ৰমাণ লাগিব, প্ৰমাণ ক’ত আছে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে? প্ৰতিবাদী মল্লযুঁজাৰুক দিল্লী আৰক্ষীৰ প্ৰশ্ন
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাৰতীয় মল্লযুঁজাৰু সংস্থাৰ সভাপতি ব্ৰিজভূষণ শৰণ সিঙক গ্ৰেপ্তাৰৰ দাবীত বিগত বহুদিন ধৰি বিক্ষোভ প্ৰদৰ্শন কৰিছে বজৰং পুনিয়া, সাক্ষী মালিক, বিনেশ ফোগটেকে ধৰি কেইবাগৰাকীও মল্লযুঁজাৰুৱে৷ দুখনকৈ FIR দাখিল কৰা হৈছে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে৷ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে৷ কিন্তু মল্লযুঁজাৰুসকলে বিগত এমাহ ধৰি আন্দোলন কৰি থকা স্বত্ত্বেও কিয় আজিও মুকলি আকাশৰ তলত ব্ৰিজভূষণ শৰণ সিঙ সেই কথাক লৈ বহুতেই প্ৰশ্ন উত্থাপন কৰিছে৷

শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে দিয়া প্ৰতিবেদন অনুসৰি ব্ৰিজভূষণক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে কোনো উপযুক্ত প্ৰমাণ পোৱা নাই৷ ইয়াৰোপৰি ব্ৰিজভূষণৰ বিৰুদ্ধে যিয়ে অভিযোগ আনিছে তেঁৱো কোনো উপযুক্ত প্ৰমাণ দাঙি ধৰিব পৰা নাই৷ যাৰবাবে ব্ৰীজভূষণ মুকলি আকাশৰ তলত আছে৷ আৰক্ষীয়ে জনোৱামতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মানি আমি ১৫ দিনৰ ভিতৰতেই তদন্তৰ প্ৰতিবেদন জমা দিয়া হ’ব৷ ইয়াতেই উল্লেখ কৰা প্ৰয়োজন যে, দিল্লী আৰক্ষী বৰ্তমানো কেন্দ্ৰীয় চৰকাৰৰ অধীনতেই আছে৷ অৰ্থাৎ এক কথাত দিল্লী আৰক্ষী এতিয়াও অমিত শ্বাহৰ নিয়ন্ত্ৰণাধীন৷

ব্ৰিজভূষণৰ বিৰুদ্ধে এগৰাকী নাবালিকাসহ কেইবাগৰাকী মহিলা মল্লযুঁজাৰুক ধৰ্ষণ কৰাৰ অভিযোগ আনিছিল বজৰং, সাক্ষীকে ধৰি কেইবাগৰাকী মল্লযুঁজাৰুৱে৷ ব্ৰিজভূষণৰ গ্ৰেপ্তাৰৰ দাবীত বিগত ২৩ এপ্ৰিলৰ পৰাই যন্তৰ-মন্তৰত ধৰ্ণা দিছে মল্লযুঁজাৰুৰ দলটোৱে৷ কেন্দ্ৰীয় চৰকাৰকে ধৰি ৰাষ্ট্ৰপতিলৈকো আৱেদন কৰিছে মল্লযুঁজাৰুৰ দলটোৱে৷ কিন্তু দেশলৈ সুনাম কঢ়িয়াই অনা এইসকল মল্লযুঁজাৰুৰ কথা কোনে শুনে? চলিত চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এই প্ৰতিবাদ আৰু জংগী হৈ উঠিল৷ মল্লযুঁজাৰুসকলে ইণ্ডিয়া গেটৰ সন্মুখত আমৰণ অনশন কৰাৰো হুংকাৰ দিছে৷ যন্তৰ-মন্তৰত ধৰ্ণা দি থাকোতেও আৰক্ষীয়ে প্ৰতিবাদত বাধা আৰোপ কৰা পৰিলক্ষিত হৈছিল৷

উল্লেখ্য যে ব্ৰিজমোহনৰ উপৰিও দিল্লী আৰক্ষীৰ বিৰুদ্ধেও শেহতীয়াকৈ অভিযোগ আনিছে মল্লযুঁজাৰুসকলে৷ মল্লযুঁজাৰুকেইগৰাকীয়ে কয়, ‘দিল্লী আৰক্ষীয়ে জোৰ কৰি যন্তৰ-মন্তৰৰ পৰা আমাৰ প্ৰতিবাদ সামৰিবলৈ বাধ্য কৰাইছে৷ আমি ব্ৰিজভূষণৰ বিৰুদ্ধে দুখন FIR দিয়েই প্ৰতিবাদ সামৰিব লগা হৈছে৷ তথাপিও আমি সংসদ ভৱন অভিমূখে আগবাঢ়িছিলো৷ তেতিয়াই আমাক দিল্লী আৰক্ষীয়ে আটক কৰে৷’ এইসমূহৰ মাজতেই মল্লযুঁজাৰুৰ দলটোৱে তেওঁলোকৰ পদকসমূহ হৰিদ্বাৰৰ গংগাঘাটত উপস্থিত হৈ গংগাত বিসৰ্জন দিবলৈ আগবাঢ়িছিল৷ ‘হৰ ৰি পৌড়ী’ ঘাটত উপস্থিত হৈ কান্দোনত ভাঙি পৰাও দেখা গৈছিল সাক্ষী, বিনেশহঁতক৷ সাক্ষীহঁতৰ এই যাত্ৰাত সংগী হৈছিল তেওঁলোকৰ পৰিয়ালক লোকসকলো৷ স্থানীয় বহুলোকেই সেই ঘাটত ভীৰ কৰাও পৰিলক্ষিত হৈছিল৷ মল্লযুঁজাৰুসকলৰ সমৰ্থনত স্থানীয় সাধাৰণ লোক থিয় দিয়াৰ সময়তে কৃষকনেতা নৰেশ টিকায়েতো তেওঁলোকৰ কাষত থিয় দিয়ে৷ গংগাৰ বিশেষ ঘাটত গুঞ্জৰিত হৈ উঠে ব্ৰিজভূষণৰ গ্ৰেপ্তাৰৰ দাবীৰ শ্লোগানেৰে৷ কৃষক নেতা নৰেশ টিকায়েতে সেই স্থানতেই মল্লযুঁজাৰুসকলক পৰামৰ্শ আগবঢ়াই যে তেওঁলোকে পদকসমূহ গংগাত উটোৱাই দিব নালাগে৷ তেওঁলোকে আৰু অলপ সময় লৈ বিষয়টোৰ পৰ্যালোচনা কৰক৷ মল্লযুঁজাৰুৰ কাষত কৃষক নেতাজন থিয় হোৱাৰ পাছতেই এতিয়া বহুজনেই আশা কৰিছে মল্লযুঁজাৰুসকলৰ এই প্ৰতিবাদে নিশ্চয় সফলতা লাভ কৰিব৷ ব্ৰিজভূষণৰ বিৰুদ্ধে কিবা এটা পদক্ষেপ আৰক্ষীয়ে গ্ৰহণ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
অৰ্জুনৰ সৈতে বিবাহৰ পূৰ্বেই মাতৃ হ’বলৈ ওলাইছে মালাইকা! বলীউডৰ চৰ্চিত খবৰক লৈ মুখ খুলিলে প্ৰেমিক অৰ্জুন কাপুৰে

অৰ্জুনৰ সৈতে বিবাহৰ পূৰ্বেই মাতৃ হ’বলৈ ওলাইছে মালাইকা! বলীউডৰ চৰ্চিত খবৰক লৈ মুখ খুলিলে প্ৰেমিক অৰ্জুন কাপুৰে

মুখমণ্ডলহে কুৎসিত কৰিলে মোৰ মনক, মোৰ সপোনক শেষ কৰিব নোৱাৰিলে’, লক্ষ্মী আগৰৱালাৰ জীৱনৰ সেই অধ্যায় আপুনি জানেনে?

মুখমণ্ডলহে কুৎসিত কৰিলে মোৰ মনক, মোৰ সপোনক শেষ কৰিব নোৱাৰিলে’, লক্ষ্মী আগৰৱালাৰ জীৱনৰ সেই অধ্যায় আপুনি জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.