• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ বিপৰীতমুখী যাত্ৰা! এই সপ্তাহত ধনী হ’ব ৫ ৰাশি, কাৰ আৰ্থিক ক্ষতি হ’ব?

শনিৰ বিপৰীতমুখী যাত্ৰা! এই সপ্তাহত ধনী হ’ব ৫ ৰাশি, কাৰ আৰ্থিক ক্ষতি হ’ব?

3 years ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

9 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

9 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

10 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

11 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

11 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

12 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

12 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

13 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

13 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

14 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

15 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ বিপৰীতমুখী যাত্ৰা! এই সপ্তাহত ধনী হ’ব ৫ ৰাশি, কাৰ আৰ্থিক ক্ষতি হ’ব?

editor by editor
June 18, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
শনিৰ বিপৰীতমুখী যাত্ৰা! এই সপ্তাহত ধনী হ’ব ৫ ৰাশি, কাৰ আৰ্থিক ক্ষতি হ’ব?
0
SHARES
18.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষ গণনা অনুসৰি এই সপ্তাহত কেইটামান ৰাশি আৰ্থিক দিশত বিশেষভাৱে লাভৱান হ’ব। ১৮ জন ২০২৩ৰ দেওবাৰৰ পৰা ২৪ জুন ২০২৩ৰ শনিবাৰ পৰ্যন্ত দিন ভালে চলিব কেইটামান ৰাশিৰ। কেইটামান ৰাশিৰ বাবে এই সপ্তাহটো আৰ্থিকভাৱে অশুভও। এই সপ্তাহৰ শেষ দিনটোত মিথুন ৰাশিৰ ওপৰত বুধৰ প্ৰভাৱ পৰিব। শনি থাকিব কুম্ভ ৰাশিত। জুন মাহৰ এই সপ্তাহত মেষ, মিথুন, কন্যা, কুম্ভসহ কেইবাটাও ৰাশিৰ জাতকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত বিশেষ সুবিধা লাভ কৰিব।

মেষ
এই সপ্তাহত মেষ ৰাশিৰ জাতকসকলৰ অৰ্থনৈতিক অৱস্থা খুবেই শক্তিশালী হ’ব পাৰে। এই সপ্তাহত আপুনি বিনিয়োগৰ পৰা ভাল ফলাফল লাভ কৰিব। এই সপ্তাহত ভ্ৰমণ এৰাই চলিলে ভাল হয়। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। কঠোৰ পৰিশ্ৰম কৰিলে অগ্ৰগতিৰ সম্ভাৱনা আছে। সপ্তাহৰ শেষত কাৰোবাৰ সৈতে দ্বন্দ বাঢ়িব পাৰে। শুভ দিন ১৯, ২০

বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকসকলে এই সপ্তাহত আৰ্থিক দিশত সংযম হওক। আপুনি যদি ভ্ৰমণৰ সময়ত ভাৰসাম্য বজায় ৰাখে তেন্তে আপোনাৰ মনোৰম অভিজ্ঞতা হ’ব। কৰ্মক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। বৰ্তমান আপুনি অংশীদাৰিত্বত যিসমূহ কাম কৰি আছে তাত কিছু অসন্তুষ্ট হ’ব পাৰে। অৰ্থনৈতিক ব্যয় বাঢ়িব পাৰে।
শুভ দিন ২২, ২৩

মিথুন ৰাশি
এই সপ্তাহৰ মিথুন ৰাশিৰ জাতকসকলৰ আৰ্থিক অগ্ৰগতি হ’ব। সাফল্যতাত মন সুখী হ’ব। অৰ্থনৈতিক দিশৰ পৰা সময় অনুকূল। এই মুহূৰ্তত আপুনি কোনো নতুন বিনিয়োগৰ সহায়ত সুফল পাব। জীৱন সংগীৰ পৰা সুখী হ’ব। এই সপ্তাহত ভ্ৰমণ নকৰাই ভাল। সপ্তাহৰ শেষত কিছু সুখবৰ পাব পাৰে।
শুভ দিন ১৭, ১৮, ১৯, ২১, ২৩

কৰ্কট ৰাশি
এই সপ্তাহত কৰ্কট ৰাশিৰ জাতকসকলৰ স্বাস্থ্যৰ উন্নতি হ’ব। ইয়াৰোপৰি চাকৰিত প্ৰমোছনৰ যোগ। এই সপ্তাহত আপোনাৰ প্ৰকল্পত সাফল্য অৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব পাৰে। ইয়াৰোপৰি এই সময়ত আৰ্থিক ব্যয় হ’ব পাৰে।
শুভ দিন ১৭, ১৮, ১৯, ২১, ২৩

সিংহ
আৰ্থিক দিশত এই সপ্তাহটো সিংহ ৰাশিৰ জাতকৰ বাবে খুবেই ভাল। ইয়াৰোপৰি এই সপ্তাহত আপুনি ধনো লাভ কৰিব পাৰে। এই সপ্তাহত আপুনি একাকীত্ব অনুভৱ কৰিব পাৰে। অৰ্থাৎ আপুনি আপোনাৰ সহকৰ্মী বা কাষৰ ব্যক্তিৰ পৰা পূৰ্ণ সমৰ্থন লাভ নকৰিব। সপ্তাহৰ শেষত ধীৰে ধীৰে পৰিস্থিতি ভাললৈ আহিব।
শুভ দিন ১৭, ১৯, ২১

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাসকলে নতুন কোনো স্থানত ভ্ৰমণৰ বাবে মন স্থিৰ কৰিব পাৰে। কৰ্মক্ষেত্ৰত উন্নতি। এই সপ্তাহত স্বাস্থ্য ভালে থাকিব। আৰ্থিক ব্যয় বাঢ়িব। সপ্তাহৰ শেষত পাৰস্পৰিক ভালপোৱা দৃঢ় হ’ব এই ৰাশিৰ জাতকসকলৰ। শুভ দিন ২২, ২৩

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
৭ মাহ পূৰ্বে কবৰ দিয়া স্থানতেই পুনৰ কবৰস্থ ফাইজান আহমেদৰ মৃতদেহ

৭ মাহ পূৰ্বে কবৰ দিয়া স্থানতেই পুনৰ কবৰস্থ ফাইজান আহমেদৰ মৃতদেহ

কোহলিৰ সম্পত্তিৰ পৰিমাণ ১০০০কোটিৰো অধিক! কেনেকৈ ইমান ধন আয় কৰে বিৰাটে?

কোহলিৰ সম্পত্তিৰ পৰিমাণ ১০০০কোটিৰো অধিক! কেনেকৈ ইমান ধন আয় কৰে বিৰাটে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.