• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ ১০০ কোটি মানুহেই মানসিক ৰোগী! দৈনন্দিন জীৱনত মানসিক স্বাস্থ্য ঠিকেই আছেনে জানিবলৈ কোনকেইটা লক্ষণলৈ লক্ষ্য ৰাখিব? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

বিশ্বৰ ১০০ কোটি মানুহেই মানসিক ৰোগী! দৈনন্দিন জীৱনত মানসিক স্বাস্থ্য ঠিকেই আছেনে জানিবলৈ কোনকেইটা লক্ষণলৈ লক্ষ্য ৰাখিব? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

3 years ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

32 minutes ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

1 hour ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

2 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

3 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

3 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

4 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

4 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

5 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

6 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

6 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

7 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বিশ্বৰ ১০০ কোটি মানুহেই মানসিক ৰোগী! দৈনন্দিন জীৱনত মানসিক স্বাস্থ্য ঠিকেই আছেনে জানিবলৈ কোনকেইটা লক্ষণলৈ লক্ষ্য ৰাখিব? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

editor by editor
July 10, 2023
in বিশ্ব, ভাৰত, লেখা, স্বাস্থ্য
0
বিশ্বৰ ১০০ কোটি মানুহেই মানসিক ৰোগী! দৈনন্দিন জীৱনত মানসিক স্বাস্থ্য ঠিকেই আছেনে জানিবলৈ কোনকেইটা লক্ষণলৈ লক্ষ্য ৰাখিব? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…
0
SHARES
788
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সমগ্ৰ বিশ্বৰ প্ৰায় ১০০ কোটি মানুহেই মানসিক সমস্যাত ভুগিবলৈ আৰম্ভ কৰিছে। শিশুৰ পৰা পৌঢ়লৈ সকলো বয়সৰ লোকেই মানসিক ৰোগৰ স্বীকাৰ হৈছে। মানসিক ৰোগত আক্ৰান্ত সৰহসংখ্যক লোকেই নিজকে মানসিক ৰোগী বুলি মানি ল’ব নোখোজাটোও মুখ্য সমস্যাবোৰৰ ভিতৰত এটা। বিশ্বত কিয় বৃদ্ধি হৈছে মানসিক ৰোগীৰ সংখ্যা। সমীক্ষাই কি কয়?

পেছাগত চাপ, সম্পৰ্কৰ তিক্ততা, অৰ্থনৈতিক সমস্যা, পাৰিবাৰিক কন্দল আদিয়ে মানুহক মানসিকভাৱে দুৰ্বল কৰি তোলে। জীৱনৰ এই সমস্যাসমূহৰ কোনো সমাধান বিচাৰি নাপায় অস্বস্তি, উদ্বেগেৰে সময় অতিবাহিত কৰিবলগা হয়। আধুনিক যুগত ডায়াবেটিছ, কলষ্টেৰল আদি ৰোগেও মানুহক মানসিকভাৱে ভাঙি পেলাইছে। সম্প্ৰতি মানুহৰ মানসিক স্বাস্থ্যক লৈ লনছেটৰ এটা ৰিপৰ্টত প্ৰকাশিত হৈছে ভয়ংকৰ তথ্য। ‘লনছেট কমিছন অন এণ্ডিং ষ্টিগমা এণ্ড ডিছক্ৰিমিনেশ্বন ইন মেণ্টেল হেল্থ’ ৰ মতে সমগ্ৰ বিশ্বৰ ১০০ কোটি মানুহ মানসিক সমস্যাত ভুগি আছে। গড় হিচাপত যদি চোৱা হয় তেন্তে বিশ্বৰ প্ৰতি ৮ গৰাকী মানুহৰ ভিতৰত এজন লোকে মানসিক সমস্যাত ভুগি আছে। বয়স্ক লোকই মানসিক সমস্যাত ভুগিছে এনে নহয়। ১০ৰ পৰা ১৯ বছৰ বয়সৰ ভিতৰৰ কিশোৰ-কিশোৰীৰ প্ৰতি ৭ জনৰ মাজৰ এজন মানসিক ৰোগত আক্ৰান্ত।

কৰ’নাৰ প্ৰথম ঢৌৱে বিশ্বক কোবাই যোৱাৰ পিছত বিশ্বৰ প্ৰায় ২৫ শতাংশ লোক মানসিক ৰোগত আক্ৰান্ত হৈ পৰিছিল। সাধাৰণ লোকসকলৰ মনত এতিয়াও মানসিক সমস্যা মানে পাগল। এই চিন্তাধাৰাৰ পৰা আঁতৰি অহাৰ বাবেই কভিডকালীন সময়ত বিভিন্ন সতৰ্কতামূলক প্ৰচাৰো আৰম্ভ হ’ল। এই প্ৰচাৰৰ মূল উদ্দেশ্যই মানুহৰ চিন্তাধাৰা উন্নত কৰা। কিন্তু এই প্ৰচাৰৰ মাজতেই বিশ্বত কিয় বাঢ়িছে মানসিক ৰোগীৰ সংখ্যা। মানসিক স্বাস্থ্য ভালে ৰখাৰ বাবে চিকিৎসা বিজ্ঞানে দিয়া পৰামৰ্শ অনুসৰি হৰমনৰ ভাৰসাম্য বজায় ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। হৰমনৰ ভাৰসাম্য বিঘ্নিত হ’লেও মানসিক ৰোগে দেখা দিয়ে।

কোনকেইট উপসৰ্গই দেখা দিলে সতৰ্ক হোৱাটো প্ৰয়োজন? কোনো কথা ভাৱোতে সুস্থিৰৰূপত ভাৱিব নোৱাৰে, প্ৰতি সময়তে অৱসাদে আগুৰি থাকে, কাম কৰিবলৈ অনিহা, তেন্তে এইসমূহ লক্ষণ মস্তিস্কৰ পৰা ডোপমিনৰ পৰিমান কমি গৈছে। ছেৰটেনিনৰ নেতিবাচৰ প্ৰভাৱ ব্ৰেইনত বৃদ্ধি পাইছে। ছেৰটেনিনৰ পৰিমান বৃদ্ধিয়ে অপৰাধবোধত ভোগা, আত্মহত্যাৰ প্ৰৱণতা বাঢ়ি যোৱা আদি লক্ষণে দেখা দিয়ে। ইয়াৰোপৰি নিদ্ৰাহীনতা, যৌনইচ্ছা কমি যোৱা, শৰীৰত জ্বলা-পুৰা কৰা আদি লক্ষণো পৰিস্ফুত হৈ পৰে। এনে লক্ষণসমূহ ধৰা পৰাৰ লগে লগেই মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
Next Post
আপোনাৰ ৰাতি টোপনি নাহে নেকি? জানক কাৰণসমূহ

আপোনাৰ ৰাতি টোপনি নাহে নেকি? জানক কাৰণসমূহ

ভুল বাতৰিঃ ঠেলি ৰে’ল ষ্টাৰ্ট কৰাৰ ঘটনা কতোৱেই সম্ভৱ নহয়, ৰে’ল মন্ত্ৰণালয়ৰ মুখপাত্ৰ অমিতাভ শৰ্মাই কি কৈছে?

ভুল বাতৰিঃ ঠেলি ৰে’ল ষ্টাৰ্ট কৰাৰ ঘটনা কতোৱেই সম্ভৱ নহয়, ৰে’ল মন্ত্ৰণালয়ৰ মুখপাত্ৰ অমিতাভ শৰ্মাই কি কৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.