• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভুল বাতৰিঃ ঠেলি ৰে’ল ষ্টাৰ্ট কৰাৰ ঘটনা কতোৱেই সম্ভৱ নহয়, ৰে’ল মন্ত্ৰণালয়ৰ মুখপাত্ৰ অমিতাভ শৰ্মাই কি কৈছে?

ভুল বাতৰিঃ ঠেলি ৰে’ল ষ্টাৰ্ট কৰাৰ ঘটনা কতোৱেই সম্ভৱ নহয়, ৰে’ল মন্ত্ৰণালয়ৰ মুখপাত্ৰ অমিতাভ শৰ্মাই কি কৈছে?

3 years ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

12 minutes ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

33 minutes ago
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

1 hour ago
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

1 hour ago
হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

2 hours ago
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

3 hours ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

3 hours ago
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

4 hours ago
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

4 hours ago
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

5 hours ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

6 hours ago
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ভুল বাতৰিঃ ঠেলি ৰে’ল ষ্টাৰ্ট কৰাৰ ঘটনা কতোৱেই সম্ভৱ নহয়, ৰে’ল মন্ত্ৰণালয়ৰ মুখপাত্ৰ অমিতাভ শৰ্মাই কি কৈছে?

editor by editor
July 10, 2023
in Uncategorized
0
ভুল বাতৰিঃ ঠেলি ৰে’ল ষ্টাৰ্ট কৰাৰ ঘটনা কতোৱেই সম্ভৱ নহয়, ৰে’ল মন্ত্ৰণালয়ৰ মুখপাত্ৰ অমিতাভ শৰ্মাই কি কৈছে?
0
SHARES
664
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সোমবাৰে পুৱাৰে পৰা সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে যে সেনাৰ জোৱান, আৰক্ষীৰ দল, ৰে’লৱেৰ কৰ্মচাৰী, স্থানীয় লোকে মিলি যাত্ৰীসকলে ৰে’ল এখন ঠেলিবলৈ চেষ্টা কৰিছে৷ ৰে’ল ঠেলাৰ এই ভিডিঅ’কৈ বহুতেই সমালোচনা কৰিছিল ৰে’ল বিভাগক৷ কিন্তু ভাইৰেল এই ভিডিঅ’ সন্দৰ্ভত বিশেষ টুইট কৰিছে ভাৰতীয় ৰে’ল বিভাগে৷

বিৰোধী বহুকেইজন নেতাই এই ভিডিঅ’ শ্বেয়াৰ কৰাৰ ওপৰিও বহুকেইটা সংবাদ মাধ্যমতো এই ভিডিঅ’ শ্বেয়াৰ হৈছিল৷ প্ৰায়সংখ্যকেই ভিডিঅ’টোৰ কেপশ্ব্যনত লিখিছিল যে, শ শ যাত্ৰী কঢ়িয়াই অনা ভাৰতীয় এখন ৰে’ল স্তব্ধ হৈ পৰিছে আৰু পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ এনেদৰে ঠেলা হৈছে৷

https://twitter.com/SpokespersonIR/status/1678290160557912066?s=20

অৱশ্যে এয়া সম্পূৰ্ণ মিছা বুলি টুইট কৰিছে কৰিছে ভাৰতীয় ৰে’ল বিভাগে৷ বিভ্ৰান্তিকৰ এনে বাতৰি শ্বেয়াৰ নকৰিব বুলিও টুইটাৰত উল্লেখ কৰিছে ৰে’ল বিভাগে৷ তেওঁলোকে দাবী কৰামতে এই ভিডিঅ’ ২০২৩ চনৰ ৭ জুলাই তাৰিখে হাওৰা-ছেকেন্দ্ৰাবাদ অভিমুখি ফালাকনুমা এক্সপ্ৰেছৰ ৫টা ডবা জ্বলি উঠাৰ সময়ৰ হে ভিডিঅ’৷ জুই অন্য ডবালৈ বিয়পাত বাধা দিবলৈ তাৎক্ষণিকভাবে পিছফালৰ ৩টা ডবা উদ্ধাৰকাৰী, সেনা আৰু স্থানীয় ৰাইজে ঠেলি আঁতৰাবলৈ যত্ন কৰিছিল৷

ক্ষতিগ্ৰস্ত ডবাৰ পৰা অইন কেইটা ডবালৈ জুই বিয়পি নাযাবলৈহে এই পন্থা লৈছিল উদ্ধাৰকাৰী দলে৷ ডবাকেইটা ৰক্ষা কৰাৰ বাবে ইঞ্জিন আহি পোৱালৈ অপেক্ষা নকৰি ততাতৈয়াকৈ ডবাকেইটা ঠেলি বিচ্ছিন্ন কৰিছিল উদ্ধাৰকাৰীসকলে। ইতিমধ্যে ৰে’ল মন্ত্ৰালয়ৰ মুখপাত্ৰ অমিতাভ শৰ্মাই এই কথা স্পষ্ট কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!
Uncategorized

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

April 19, 2026
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ
Uncategorized

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

April 16, 2026
Next Post
কোনোৱে যদি ৪০কোটি কোনোৱে লৈছে ২৫লাখ! ‘জাৱান’ত অভিনয় কৰি কিমান ধন লৈছে শ্বাহৰুখ-নয়নতাৰাই?

কোনোৱে যদি ৪০কোটি কোনোৱে লৈছে ২৫লাখ! 'জাৱান'ত অভিনয় কৰি কিমান ধন লৈছে শ্বাহৰুখ-নয়নতাৰাই?

নিউম’নিয়া কি? নিউম’নিয়া কেইপ্ৰকাৰৰ আৰু লক্ষণসমূহ কি কি?

নিউম'নিয়া কি? নিউম'নিয়া কেইপ্ৰকাৰৰ আৰু লক্ষণসমূহ কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.