• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ ৰাতি টোপনি নাহে নেকি? জানক কাৰণসমূহ

আপোনাৰ ৰাতি টোপনি নাহে নেকি? জানক কাৰণসমূহ

3 years ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

20 minutes ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

1 hour ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

2 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

3 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

4 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

17 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

17 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

18 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

18 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

19 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

22 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ ৰাতি টোপনি নাহে নেকি? জানক কাৰণসমূহ

editor by editor
July 10, 2023
in জীৱনশৈলী, স্বাস্থ্য
0
আপোনাৰ ৰাতি টোপনি নাহে নেকি? জানক কাৰণসমূহ
0
SHARES
673
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাতি শুবলৈ অসুবিধা হয় নেকি? বহু দেৰিলৈ চকুলৈ টোপনি নাহে নেকি? তেন্তে আপুনি ষ্ট্ৰেছ, এংক্সাইটি বা মানসিক অৱসাদত ভূগিছে। বৰ্তমান সময়ত প্ৰত্যেকজন লোকৰে কৰ্মব্যস্ততা অধিক। গতিকে এনে সময়ত শৰীৰটোক ভাল টোপনিৰ যথেষ্ট প্ৰয়োজন। যাতে দৈনন্দিন কাম-কাজসমূহ সুচাৰুৰূপে সম্পাদন হয়।

কিন্তু, বৰ্তমান সময়ত শাৰীৰিক কষ্ট কম হোৱাৰ ফলত মানুহৰ টোপনিত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে। শাৰীৰিক পৰিশ্ৰমৰ সলনি অকল মানসিক পৰিশ্ৰম হোৱা লোকসকলৰ মাজত টোপনিৰ সমস্যা অধিক দেখিবলৈ পোৱা যায় বুলি বিভিন্ন বিশেষজ্ঞই কৈ আহিছে। গতিকে ইয়াক নিৰ্মূল কৰাৰ বাবে কেতবোৰ নিয়মাৱলীৰ বিষয়েও স্বাস্থ্যবিদসকলে কৈ আহিছে।

১) যোগাভ্যাস আৰু প্ৰাণায়ামঃ নিশাৰ ভাগত ভাল টোপনিৰ বাবে নিয়মিত যোগাভ্যাস আৰু প্ৰাণায়ামৰ অভ্যাস কৰিব লাগে। ইয়ে শৰীৰ নিৰোগী ৰখাৰ লগতে টোপনিতো প্ৰভাৱ পেলায়। গতিকে প্ৰত্যেক দিনে ৰাতিপুৱা, গধূলি নিয়মিত যোগা আৰু প্ৰাণায়ামৰ অভ্যাস কৰক।

২) খোজকঢ়াঃ ভাল টোপনিৰ ক্ষেত্ৰত ৰাতিপুৱা-গধূলি খোজকঢ়া অভ্যাসে যথেষ্ট সহায় কৰে। ইয়ে শৰীৰৰ মাংসপেশীসমূহ শিথিল কৰি তেজ চলাচলত সহায় কৰে। যাৰফলত নিশা টোপনি অহাত সহায়ক হয়।

৩) খাদ্যঃ খাদ্য আৰু টোপনি একপ্ৰকাৰ এটা আনটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। বৰ্তমান সময়ত প্ৰায়ভাগ মানুহেই ৰাতি দেৰিকৈ খাদ্য গ্ৰহণ কৰে আৰু তাৰপিছত শুবলৈ যায়। যদিও ই আধুনিক জীৱনশৈলীৰ এক প্ৰভাৱ কিন্তু যথেষ্ট অবৈজ্ঞানিক। পুৰণি কালত প্ৰায় মানুহেই সন্ধিয়া ৭ ৰ পৰা ৯ বজাৰ ভিতৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিল আৰু সোনকালে শুই গৈছিল। যিটো যথেষ্ট স্বাস্থ্যসন্মত আছিল আৰু টোপনিও ভালদৰে আহিছিল। গতিকে কিছু পৰিমাণে হ’লেও সময়মতে খাদ্য গ্ৰহণ কৰা অভ্যাসে ভাল টোপনি অহাত সহায় কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

June 21, 2026
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ
জীৱনশৈলী

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

June 21, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

June 21, 2026
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?
জীৱনশৈলী

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

June 21, 2026
Next Post
ভুল বাতৰিঃ ঠেলি ৰে’ল ষ্টাৰ্ট কৰাৰ ঘটনা কতোৱেই সম্ভৱ নহয়, ৰে’ল মন্ত্ৰণালয়ৰ মুখপাত্ৰ অমিতাভ শৰ্মাই কি কৈছে?

ভুল বাতৰিঃ ঠেলি ৰে’ল ষ্টাৰ্ট কৰাৰ ঘটনা কতোৱেই সম্ভৱ নহয়, ৰে’ল মন্ত্ৰণালয়ৰ মুখপাত্ৰ অমিতাভ শৰ্মাই কি কৈছে?

কোনোৱে যদি ৪০কোটি কোনোৱে লৈছে ২৫লাখ! ‘জাৱান’ত অভিনয় কৰি কিমান ধন লৈছে শ্বাহৰুখ-নয়নতাৰাই?

কোনোৱে যদি ৪০কোটি কোনোৱে লৈছে ২৫লাখ! 'জাৱান'ত অভিনয় কৰি কিমান ধন লৈছে শ্বাহৰুখ-নয়নতাৰাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.