• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬বছৰ বয়সতেই হেৰুৱাইছিল শ্ৰৱণ ক্ষমতা! কচিং অবিহনেই UPSCত নৱম ৰেংক ল’লে সৌম্যই, সৌম্য শর্মাৰ সফলতাৰ কাহিনী জানেনে?

১৬বছৰ বয়সতেই হেৰুৱাইছিল শ্ৰৱণ ক্ষমতা! কচিং অবিহনেই UPSCত নৱম ৰেংক ল’লে সৌম্যই, সৌম্য শর্মাৰ সফলতাৰ কাহিনী জানেনে?

3 years ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

12 minutes ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

52 minutes ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

1 hour ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

2 hours ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

2 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

3 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

4 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

5 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

6 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

7 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

8 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৬বছৰ বয়সতেই হেৰুৱাইছিল শ্ৰৱণ ক্ষমতা! কচিং অবিহনেই UPSCত নৱম ৰেংক ল’লে সৌম্যই, সৌম্য শর্মাৰ সফলতাৰ কাহিনী জানেনে?

editor by editor
July 11, 2023
in জীৱনশৈলী, ভাৰত
0
১৬বছৰ বয়সতেই হেৰুৱাইছিল শ্ৰৱণ ক্ষমতা! কচিং অবিহনেই UPSCত নৱম ৰেংক ল’লে সৌম্যই, সৌম্য শর্মাৰ সফলতাৰ কাহিনী জানেনে?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাত্ৰ ১৬বছৰ বয়সতেই হেৰুৱাইছিল শ্ৰৱণ ক্ষমতা। হিয়াৰিং হেডৰ মাধ্যমেৰেহে শুনা পায় তেওঁ। কিন্তু এই শাৰীৰিক প্ৰতিবন্ধকতাই জানো পিছপেলাই ৰাখিব পাৰিব! অদম্য মানসিক শক্তিৰ ওচৰত শাৰীৰিক প্ৰতিবন্ধকতা হেঙাৰ হ’ব নোৱাৰে। কোনো কচিং নোলোৱাকৈয়ে প্ৰথমবাৰতেই চিভিল চাৰ্ভিছ পৰীক্ষাত উত্তীৰ্ণ হয় সৌম্যা শৰ্মা। প্ৰতি বছৰেই ইউপিএছচিত লাখ লাখ প্ৰাৰ্থীয়েই প্ৰত্যেকবাৰ পৰীক্ষাত বহে। এই পৰীক্ষাত পাছ কৰিলে আইএএছ, আইপিএছৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী আমোলা হ’ব পাৰি।

ইউপিএছিত এক হাজাৰৰো কম চীট থাকে। এই কঠিন পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে কচিঙো লয় বেছিভাগেই। ইমান কঠিন পৰীক্ষাত কচিং অবিহনে কেনেকৈ উত্তীৰ্ণ হ’ল সৌম্যা? মাত্ৰ ৪মাহৰ প্ৰস্তুতি কৰি প্ৰথমবাৰতেই চিভিল চাৰ্ভিছ পৰীক্ষাত তেওঁ সফল হয়। প্ৰতিভাৱান সেই তৰুণীৰ সাফল্যৰ কাহিনীয়ে অনুপ্ৰাণিত কৰিব আপোনাকো।

২০১৮ চনত ইউপিএছচি পৰীক্ষাত সৰ্বভাৰতীয় স্তৰত নৱম ৰেংক পাইছিল সৌম্যাই। বহু পৰীক্ষাৰ্থীয়েই কচিং লৈয়ো এই পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰে তেনেক্ষেত্ৰত কচিং অবিহনে কেনেকৈ সৌম্যাই এই সফলতা অৰ্জন কৰিলে? ইফালে সৌম্যা শাৰীৰিকভাৱেও আন দহোগৰাকী লোকৰ দৰে নহয়। সৌম্যাই এই সন্দৰ্ভত কয় যে তেওঁ মাত্ৰ ৪ মাহ পঢ়িয়েই এই পৰীক্ষাত উত্তীৰ্ণ হৈছে।

সৌম্যাৰ এই সফলতাৰ আঁৰত হৈছে তেওঁ ১৬ বছৰ বয়সত হেৰুৱাই পেলোৱা শ্ৰৱণ ক্ষমতা। কম বয়সতে শাৰীৰিক প্ৰতিবন্ধকতাৰ সন্মুখীন হোৱা সৌম্যই কিন্তু কোনো বিশেষভাৱে সক্ষম কোটাৰ সুবিধা গ্ৰহণ কৰা নাই। কিন্তু তেওঁ সংশ্লিষ্ট বিভাগত আৱেদন নকৰি অন্য দহোগৰাকীৰ সমানেই নিজক আগুৱাই নিছে। সৰুৰে পৰাই পঢ়াশুনাত অত্যন্ত মেধাসম্পন্ন আছিল সৌম্য। স্কুলীয়া শিক্ষা সমাপ্ত কৰি নেশ্ব্যনেল ল কলেজত আইনৰ ডিগ্ৰী গ্ৰহণ কৰে সৌম্যই। ২০১৭ চনত সৌম্যই ইউপিএছচি পৰীক্ষা দিয়াৰ সিদ্ধান্ত লয়। কিন্তু তেওঁ সিদ্ধান্ত লোৱাৰ মাত্ৰ ৪মাহ পাছতেই যিহেতু পৰীক্ষা সেয়ে পঢ়িবলৈ বিশেষ সময়ো নাপালে সৌম্যই। নিজেই ঘৰতেই পঢ়াশুনা চলাই পৰীক্ষাত বহে সৌম্য। প্ৰথম চেষ্টাতেই তেওঁ সফলো হয়। মাত্ৰ ২৩বছৰ বয়সতেই তেওঁ চিভিল চাৰ্ভিছ পৰীক্ষাত সফলতা লাভ কৰে।

বৰ্তমান সৌম্য নাগপুৰ জিলা পৰিষদৰ চিইঅ হিচাপে কৰ্মৰত। তেওঁ আইপিএছ অফিচাৰ অৰ্চিত চন্দকক শেহতীয়াভাৱে বিয়া কৰাইছে। আইআইটিত স্নাতক সৌম্যৰ স্বামীও বৰ্তমান নাগপুৰতেই কৰ্মৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24best news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত
বিনোদন

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

August 31, 2026
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক
জীৱনশৈলী

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

August 31, 2026
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক
জীৱনশৈলী

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

August 31, 2026
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়
ভাৰত

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

August 31, 2026
Next Post
শাওন মাহত প্ৰতি সোমবাৰে উপবাসে থাকে? উপবাসত থাকোতে শৰীৰ ভালে ৰাখিবলৈ কি কি খাব কি কি নিয়ম মানি চলিব?

শাওন মাহত প্ৰতি সোমবাৰে উপবাসে থাকে? উপবাসত থাকোতে শৰীৰ ভালে ৰাখিবলৈ কি কি খাব কি কি নিয়ম মানি চলিব?

নেপালত আকৌ হেলিকপ্টাৰ দুৰ্ঘটনা! মাউন্ট এভাৰেষ্টৰ কাষতেই উদ্ধাৰ হ’ল ৬যাত্ৰীৰ মৃতদেহ

নেপালত আকৌ হেলিকপ্টাৰ দুৰ্ঘটনা! মাউন্ট এভাৰেষ্টৰ কাষতেই উদ্ধাৰ হ’ল ৬যাত্ৰীৰ মৃতদেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.