• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হ’ল ৰাহুলৰ অধিবক্তা! উচ্চতম ন্যায়ালয়ে ৰক্ষা কৰিব পাৰিবনে ৰাহুলৰ পদ?

3 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 day ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হ’ল ৰাহুলৰ অধিবক্তা! উচ্চতম ন্যায়ালয়ে ৰক্ষা কৰিব পাৰিবনে ৰাহুলৰ পদ?

editor by editor
July 15, 2023
in ভাৰত, ৰাজনীতি
0
উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হ’ল ৰাহুলৰ অধিবক্তা! উচ্চতম ন্যায়ালয়ে ৰক্ষা কৰিব পাৰিবনে ৰাহুলৰ পদ?
0
SHARES
103
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মোদী উপাধিৰ সকলো ব্যক্তিয়েই চোৰ কিয়? এই মন্তব্য কৰিয়েই সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে৷ ২৩ মাৰ্চত গুজৰাটৰ চুৰাট মেজিষ্ট্ৰেট আদালতে ৰাহুলক ‘অপৰাধমূলক মানহানিৰ’ গোচৰত দোষী সাব্যস্ত কৰি দিয়া ৰায়ে বাহাল ৰাখিল গুজৰাট হাইকৰ্টে৷

‘অপৰাধমূলক অৱমাননা’ গোচৰত দোষী সাব্যস্ত ৰাহুলৰ দুবছৰ কাৰাবাসৰ শাস্তি চুৰাট মেজিষ্ট্ৰেট আদালতে দিছিল৷ সেই ৰায়ৰ ওপৰত স্থগিতাদেশ বিচাৰি ৰাহুলে কৰা আৱেদন বিগত ৭ জুলাইত খাৰিজ কৰে গুজৰাট হাই কৰ্টে৷

সেই বিশেষ ৰায়ৰ ওপৰত স্থগিতাদেশ বিচাৰি শনিবাৰে ৰাহুলৰ অধিবক্তা কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ৷ চুৰাট মেজিষ্ট্ৰেট আদালতৰ ৰায়ৰ ভিত্তিতেই ২৪মাৰ্চত লোকসভাৰ স্পিকাৰ ওম বিড়ালাই ভাৰতীয় সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন ১৯৫১ৰ ৮(৩) নম্বৰ অনুচ্ছেদ অনুযায়ী ৰাহুলৰ সাংসদ পদ খাৰিজ কৰিছিল৷ ২০ এপ্ৰিলত বিচাৰক আৰপি মোগেৰাই এই আৱেদন খাৰিজ কৰি শাস্তিৰ ৰায়ে বাহাল ৰাখে৷ ফলত সাংসদ পদ উভতাই নাপায় ৰাহুলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
নাঙলৰ মুঠিতেই সাহ! বিলাহী বিক্ৰি কৰি অডি, বিলাসবহুল ফ্লেট ক্ৰয় কৰিব পৰাকৈ ধনী হ’ল মহাৰাষ্ট্ৰৰ তুকাৰাম

বিবাহত স্বামীয়ে দিয়া ১০ লাখৰ অলংকাৰ লৈ প্ৰেমিকৰ সৈতে পলাল যুৱতী, তাৰপিছত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন