• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰোধীৰ বৈঠকৰ মূলমন্ত্ৰ, ‘অফ দ্যা ফেমিলি, বাই দ্যা ফেমিলি আৰু ফৰ দ্যা ফেমিলি!’, বিৰোধীৰ বৈঠকক লৈ আৰু কি কি ক’লে প্রধানমন্ত্ৰীয়ে?

বিৰোধীৰ বৈঠকৰ মূলমন্ত্ৰ, ‘অফ দ্যা ফেমিলি, বাই দ্যা ফেমিলি আৰু ফৰ দ্যা ফেমিলি!’, বিৰোধীৰ বৈঠকক লৈ আৰু কি কি ক’লে প্রধানমন্ত্ৰীয়ে?

3 years ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

5 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

5 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

5 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

5 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

6 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

7 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

7 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

8 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

9 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

9 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

10 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিৰোধীৰ বৈঠকৰ মূলমন্ত্ৰ, ‘অফ দ্যা ফেমিলি, বাই দ্যা ফেমিলি আৰু ফৰ দ্যা ফেমিলি!’, বিৰোধীৰ বৈঠকক লৈ আৰু কি কি ক’লে প্রধানমন্ত্ৰীয়ে?

editor by editor
July 18, 2023
in ভাৰত, ৰাজনীতি
0
বিৰোধীৰ বৈঠকৰ মূলমন্ত্ৰ, ‘অফ দ্যা ফেমিলি, বাই দ্যা ফেমিলি আৰু ফৰ দ্যা ফেমিলি!’, বিৰোধীৰ বৈঠকক লৈ আৰু কি কি ক’লে প্রধানমন্ত্ৰীয়ে?
0
SHARES
74
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিৰোধী বৈঠকক লৈ এইবাৰ সৰৱ হৈছে দেশৰ প্ৰধানমন্ত্ৰী। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ বাংগালুৰুত চলি থকা বিৰোধী দলৰ বৈঠকক লৈ কটাক্ষ কৰিছে প্রধানমন্ত্ৰীয়ে। বিৰোধী বৈঠকত অংশগ্ৰহণ কৰা নেতা-নেত্ৰীসকলক ‘দুৰ্নীতিবাজ’ বুলি অভিহিত কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁৰ অভিযোগ, বিৰোধীসকলৰ ওচৰত দেশ নহয়, পৰিয়ালহে সকলোতকৈ গুৰুত্বপূৰ্ণ।পৰ্ট ব্লেয়াৰৰ বীৰ ছাভাৰকাৰ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন এটি ভৱনৰ উদ্বোধনী অনুষ্ঠানত মঙলবাৰে ভাৰ্চুৱেলী উপস্থিত থাকে প্ৰধানমন্ত্ৰী। ভাৰ্চুৱেল মাধ্যমেৰে সেই ভৱন উদ্বোধন কৰে তেওঁ।

https://twitter.com/ANI/status/1681182380684619776?s=20

সেই অনুষ্ঠানত দিয়া ভাষণতেই তেওঁ আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধী বৈঠকক। তেওঁ কয়, ‘এইসকলে পৰিয়ালক অগ্ৰাধিকাৰ দিয়ে। দেশক নহয়। দুৰ্নীতি তেওঁলোকৰ অনুপ্ৰেৰণা। কোনে কিমান ডাঙৰ দুৰ্নীতি কৰিব পাৰে সেয়াহে তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ।’ বিৰোধীৰ এই বৈঠকক কটাক্ষ কৰিছে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাইয়ো। তেওঁ এই সন্দৰ্ভত কয়, ‘বিৰোধীৰ বৈঠক দুৰ্নীতিগ্ৰস্থসকলৰ সমাবেশ। তেওঁলোকৰ কোনো স্থিৰতা নাই।’ জে পি নাড্ডাৰো দাবী যে, বিৰোধীসকলৰ কোনো নীতি নাই। তেওঁলোকৰ কোনো লীডাৰ হ’ব পৰা নেতাও নাই।

মঙলবাৰে বিৰোধী নেতাৰ বৈঠকক কটাক্ষ কৰি মোদীয়ে লগতে কয়, ‘এয়া কট্টৰ ভ্ৰষ্টাচাৰীসকলৰ সন্মিলন। বিৰোধীসকলৰ মন্ত্ৰ হৈছে অফ দ্যা ফেমিলি, বাই দ্যা ফেমিলি আৰু ফৰ দ্যা ফেমিলি।’ দেশৰ ৰাজনীতি পৰিয়ালতান্ত্ৰিকতাৰ কৱলত পৰিয়েই ধ্বংস হৈছে বুলিও মন্তব্য কৰিছে প্রধানমন্ত্ৰীয়ে। লগতে কয় ‘বিগত ৯বছৰ ধৰি আমাৰ চৰকাৰে দেশৰ মানুহক নতুন নতুন সুযোগ সুবিধা দিছে। দেশৰ উন্নয়নৰ মডেল তৈয়াৰ কৰিছে। সবকা সাথ সবকা বিকাশৰ মডেল তৈয়াৰ কৰিছো।’

উল্লেখ্য যে, সোমবাৰৰ পৰা বাংগালুৰুত চলি থকা বিৰোধী বৈঠকত যোগ দিছে ২৬টা দলৰ প্ৰতিনিধিয়ে। বৈঠকত যোগ দিবলৈ সোমবাৰে বাংগালুৰুত উপস্থিত হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীও। বিগত ২৩ জুনত বিৰোধীৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল পাটনাত। এই বৈঠকসমূহৰ মূল উদ্দেশ্য এটাই দেশৰ পৰা বিজেপিক বিদায় দিয়া। বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰণকৌশল তৈয়াৰ কৰা। বাংগালুৰুত বিৰোধী দলৰ বৈঠক চলি থকাৰ মাজতেই এনডিয়েও আহ্বান কৰিছে বিশেষ বৈঠকৰ। এনডিএৰ বৈঠকত ৩৮টা দলৰ প্ৰতিনিধিয়ে যোগ দিয়া বুলি এক সূত্ৰই প্রকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?
অসম

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

October 8, 2026
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি
বিশ্ব

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

October 8, 2026
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?
অসম

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

October 8, 2026
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?
বিনোদন

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

October 8, 2026
Next Post
২৬দলৰ এক সিদ্ধান্ত, বিদায় বিজেপি, বিদায় মোদীৰাজ! সফল হ’বনে মহাঁজোটবন্ধনৰ বৈঠক?

২৬দলৰ এক সিদ্ধান্ত, বিদায় বিজেপি, বিদায় মোদীৰাজ! সফল হ’বনে মহাঁজোটবন্ধনৰ বৈঠক?

মাত্ৰ ৩৫পইচাত লাভ কৰিব ১০ লাখ টকা! ৰে’লৰ এই সুবিধাৰ বিষয়ে আজিয়েই জানি লওক

মাত্ৰ ৩৫পইচাত লাভ কৰিব ১০ লাখ টকা! ৰে’লৰ এই সুবিধাৰ বিষয়ে আজিয়েই জানি লওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.