• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰী চাকৰিয়ালৰ বাবে ভালখবৰ! আপুনিও বাছনি কৰি ল’ব পাৰিব OPS বা পুৰণি পেঞ্চন প্লেন, আবেদনৰ অন্তিম সময়সীমা কেতিয়া?

চৰকাৰী চাকৰিয়ালৰ বাবে ভালখবৰ! আপুনিও বাছনি কৰি ল’ব পাৰিব OPS বা পুৰণি পেঞ্চন প্লেন, আবেদনৰ অন্তিম সময়সীমা কেতিয়া?

3 years ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

31 minutes ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

1 hour ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব DA? আহিছে ডাঙৰ আপডেট

3 hours ago
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

4 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

5 hours ago
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

5 hours ago
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

6 hours ago
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

7 hours ago
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

8 hours ago
জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

8 hours ago
মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চৰকাৰী চাকৰিয়ালৰ বাবে ভালখবৰ! আপুনিও বাছনি কৰি ল’ব পাৰিব OPS বা পুৰণি পেঞ্চন প্লেন, আবেদনৰ অন্তিম সময়সীমা কেতিয়া?

editor by editor
July 20, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
চৰকাৰী চাকৰিয়ালৰ বাবে ভালখবৰ! আপুনিও বাছনি কৰি ল’ব পাৰিব OPS বা পুৰণি পেঞ্চন প্লেন, আবেদনৰ অন্তিম সময়সীমা কেতিয়া?
0
SHARES
10.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশৰ চৰকাৰী কৰ্মচাৰীৰ ভাল খবৰ। পুৰণি পেঞ্চন আঁচনি আৰু নতুন পেঞ্চন আঁচনিক লৈ দেশত চৰ্চা অব্যাহত থকাৰ মাজতেই আহিছে ভালখবৰ। দেশৰ কংগ্ৰেছ শাসিত ৰাজ্যসমূহত নতুন পেঞ্চন নীতি আঁতৰাই পুৰণি পেঞ্চন নীতি অনা হৈছে। NPSৰ ঠাইত OPS আনিছে কংগ্ৰেছ শাসিত ৰাজ্যসমূহে। কিন্তু বিজেপি শাসিত ৰাজ্যসমূহত এতিয়াও NPSয়েই বাহাল ৰাখিছে। শেহতীয়াকৈ এই সন্দৰ্ভত জাৰি কৰিছে এখন বিশেষ জাননী। ১৩ জুলাইত জাৰি কৰা হৈছে এই বিশেষ জাননী।

পেঞ্চন নীতিক লৈ DoPTয়ে জাৰি কৰা জাননীত কয়, ‘যিসকল চৰকাৰী কৰ্মচাৰীয়ে ২২-১২-২০০৩ৰ পূৰ্বে চাকৰি লাভ কৰিছে তেওঁলোকৰ বাবে পুৰণি পেঞ্চন নীতিয়েই থাকিব। যিসকল কৰ্মচাৰীয়ে ০১-০১-২০০৪ চনৰ পাছত চাকৰিত যোগদান কৰিছে তেওঁলোকৰ বাবেহে NPS আছে। তেওঁলোকক AISৰ নিয়ম অনুসৰি ১৯৫৮ চনৰ অল্ড পেঞ্চন স্কীমৰ অধীনত বিশেষ সুবিধা দিয়া হ’ব পাৰে বুলি আলোচনা হৈছে। তেওঁলোকে এককালীনভাৱে এই সুবিধা লাভ কৰিব পাৰে।

পুৰণি পেঞ্চন আঁচনিৰ বাবে কোন যোগ্য?
DoPTয়ে জনোৱা অনুসৰি অসামৰিক সেৱাৰ পৰীক্ষা ২০০৩, অসামৰিক সেৱাৰ পৰীক্ষা২০০৪ আৰু ভাৰতীয় বন বিভাগৰ পৰীক্ষা ২০০৩ৰ জৰিয়তে বাছনি কৰা AISৰ সদস্যসকলে পুৰণি পেঞ্চন নীতিৰ অধীনত অন্তৰ্ভুক্ত হ’ব পাৰিব।

বিকল্প বাছনি কৰাৰ অন্তিম তাৰিখ কেতিয়া?
এই বিকল্প সেৱাৰ সুবিধা লাভ কৰিবলৈ সংশ্লিষ্ট সদস্যসকলে ৩০ নৱেম্বৰ ২০২৩ৰ ভিতৰত আৱেদন কৰিব পাৰিব। এই নিৰ্দেশনাৰ অন্তৰ্গত যিসকল চাকৰিয়ালে এই সুবিধা লাভ কৰিব তেওঁলোকে অনতিপলমেই আৱেদন জনাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?
বিনোদন

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

April 9, 2026
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

April 9, 2026
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
প্ৰযুক্তি

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 9, 2026
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট
বাণিজ্য

কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব DA? আহিছে ডাঙৰ আপডেট

April 9, 2026
Next Post
বিদ্যালয়ৰ দুপৰীয়াৰ আহাৰ খাই অসুস্থ ৯৩জন শিক্ষাৰ্থী, ক’ত এই ঘটনা?

বিদ্যালয়ৰ দুপৰীয়াৰ আহাৰ খাই অসুস্থ ৯৩জন শিক্ষাৰ্থী, ক’ত এই ঘটনা?

সীমা প্ৰেমিকা নে স্পাই! নেপালৰ হোটেলত থাকোতে লগত কিয় নাছিল সীমাৰ ৪ সন্তান? শচীন-সীমাক লৈ বিপাঙত তদন্তকাৰী দল

সীমা প্ৰেমিকা নে স্পাই! নেপালৰ হোটেলত থাকোতে লগত কিয় নাছিল সীমাৰ ৪ সন্তান? শচীন-সীমাক লৈ বিপাঙত তদন্তকাৰী দল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.