• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মলমাহত এই ৫কাম কৰিবই! নাৰায়ণৰ কৃপাত আপুনি ধনী হোৱাৰ লগতে ঘৰলৈ সুখ-শান্তি আহিব

মলমাহত এই ৫কাম কৰিবই! নাৰায়ণৰ কৃপাত আপুনি ধনী হোৱাৰ লগতে ঘৰলৈ সুখ-শান্তি আহিব

3 years ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

30 minutes ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

55 minutes ago
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

2 hours ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

3 hours ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

4 hours ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

5 hours ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

6 hours ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

6 hours ago
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

6 hours ago
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

7 hours ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

8 hours ago
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মলমাহত এই ৫কাম কৰিবই! নাৰায়ণৰ কৃপাত আপুনি ধনী হোৱাৰ লগতে ঘৰলৈ সুখ-শান্তি আহিব

editor by editor
July 21, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মলমাহত এই ৫কাম কৰিবই! নাৰায়ণৰ কৃপাত আপুনি ধনী হোৱাৰ লগতে ঘৰলৈ সুখ-শান্তি আহিব
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৈদিক পঞ্জিকা অনুসৰি মলমাহ আৰম্ভ হৈছে ১৮ জুলাই ২০২৩ৰ পৰা। মলমাহ হিন্দু ধৰ্মমতে ভগৱান বিষ্ণুৰ উদ্দেশ্যে নিবেদিত। ১৮ জুলাইৰ পৰা আৰম্ভ হৈ ১৬ আগষ্ট লৈকে চলিব মলমাহ। চতু্ৰ্থ মাহটো এইবাৰ মলমাহ পৰিছে। এই মাহতেই যোগনিদ্ৰাত থাকিব ভগৱান বিষ্ণু। এই সময়তেই তেওঁৰ দয়া ভক্তই লাভ কৰে। সেয়ে মলমাহত নাৰায়ণৰ আৰাধনা কৰিলে সমস্ত পাপৰ পৰা মুক্তি পোৱা যায়। এই সময়ত বিষ্ণুক তুষ্ট কৰিলে আৰ্থিক কষ্ট দূৰ হোৱাৰ লগতে শ্ৰী হৰিৰ আশীৰ্বাদ পায় বুলি বৈদিক পঞ্জিকাত উল্লেখ আছে।

মলমাহত ঘৰত কিয় শুভ কাম কৰা নহয়?
সনাতন ধৰ্ম মতে মলমাহত বিয়া, গৃহপ্ৰৱেশ, উপনয়নৰ দৰে কোনো শুভ অনুষ্ঠান কৰা নহয়। জ্যোতিষ গণনা অনুসৰি এই দুটা মাহ ধনু ৰাশি আৰু মীন ৰাশিৰ বাবে বিশেষ। এই মলমাহত দান কৰিলে শুভ বুলি জ্যোতিষ শাস্ত্ৰই কয়। ইয়াৰোপৰি মলমাহত দৰিদ্ৰ সেৱা বা নাৰায়ণ পূজা কৰিলে বিষ্ণুয়ে বিশেষ আশীৰ্বাদ দিয়ে। এই আশীৰ্বাদতেই সংসাৰত সমৃদ্ধি বাঢ়ে।

মলমাহত এইকেইটা কাম কৰিবই
শ্ৰী হৰিৰ আৰাধনা
মলমাহ হৈছে বিষ্ণুৰ মাহ। এই সময়ত প্ৰতিদিনেই ঘৰত নাৰায়ণ পূজা কৰিব লাগে। ইয়াৰোপৰি বিষ্ণুৰ মন্ত্ৰ দৈনিক জপ কৰক। মলমাহত বিষ্ণুৰ নামত যজ্ঞ কৰাও শুভ। এই সময়ত যদিও কোনো শুভ কাজ কৰিব নালাগে কিন্তু তাৰ মাজতেই মলমাহতেই বিষ্ণু আৰু লক্ষ্মীৰ আৰাধনা কৰাটো শুভ।

ধ্যান কৰা
মলমাহত আপুনি ধ্যান আৰু জপ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ চাৰিওফালে পজিটিভ এনাৰ্জী প্ৰবাহিত হ’ব। ফলত জীৱনত সুখ আৰু সাফল্য লাভ কৰিব।

বিষ্ণু সহস্ৰনাম জপ কৰক
মলমাহত বিষ্ণু সহস্ৰনাম জপ কৰাটো অত্যন্ত শুভ বুলি কোৱা হয়। ইয়াৰোপৰি তুলসী গছৰত প্ৰতিদিনে গাখীৰ পানীৰ মিশ্ৰণ তৈয়াৰ কৰি অৰ্ঘ্য দিয়ক। ইয়াৰ ফলত আপোনাৰ মনৰ ইচ্ছা পূৰণ হ’ব।

তুলসী মাটিৰ তিলক
মলমাহত শ্ৰীবিষ্ণুৰ ওপৰিও তুলসী গছৰ পূজা কৰক। এই তুলসী মাটিৰ তিলক নিজৰ কঁপালতো লওক। হিন্দু ধৰ্ম অনুসৰি তুলসী নাৰায়ণৰ অতি প্ৰিয়। প্ৰতিদিনে কঁপালত তুলসী মাটিৰ তিলক লগালে স্বাস্থ্যও ভালে থাকে।

ব্ৰজভূমি ভ্ৰমণ
মলমাহত ব্ৰজভূমি অৰ্থাৎ মথুৰা আৰু বৃন্দাবন ভ্ৰমণ কৰা অত্যন্ত শুভ। ইয়াৰ ফলত প্ৰচুৰ পূণ্যলাভ হয় বুলি বিশ্বাস।

শ্ৰীহৰিৰ এই মন্ত্ৰ জপ কৰক
বিষ্ণু, নাৰায়ণ, কৃষ্ণ, গোবিন্দ, দামোদৰ, হৃষিকেশ, কেশৱ, মাধৱ, জনাৰ্দন, গৰুধ্বজ্জা, পীতাম্বৰ, অচ্যুত, উপেন্দ্ৰ, চক্ৰপাণি, চতুৰ্ভূজ, পদ্মনাভ, মধুৰিপু, বাসুদেৱ, ত্ৰিবিক্ৰম, দেৱাকীনন্দন, শ্ৰীপতি, পুৰোষোত্তম, বনমালী, বিশ্বম্ভৰ, পুণ্ডৰীকাক্ষ, বৈকুণ্ঠ্য দায়িত্যৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!
জীৱনশৈলী

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

May 7, 2026
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!
জীৱনশৈলী

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

May 7, 2026
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

May 7, 2026
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?
জীৱনশৈলী

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

May 7, 2026
Next Post
সীমাৰ পৰা উদ্ধাৰ ৫খন পাকিস্তানী পাছপৰ্ট, এখন অব্যৱহৃত পাছপৰ্ট আৰু বহু সন্দেহজনক সামগ্ৰী, অচিৰেই পাকিস্তানলৈ সীমাই উৰা মাৰিব নেকি?

সীমাৰ পৰা উদ্ধাৰ ৫খন পাকিস্তানী পাছপৰ্ট, এখন অব্যৱহৃত পাছপৰ্ট আৰু বহু সন্দেহজনক সামগ্ৰী, অচিৰেই পাকিস্তানলৈ সীমাই উৰা মাৰিব নেকি?

চন্দ্ৰলৈ যোৱা সহজ কথা নহয়! চন্দ্ৰপৃষ্ঠত উপস্থিত হোৱাৰ পূৰ্বে কি কি বাধাৰ সন্মুখীন হ’ব চন্দ্ৰযান-৩?

চন্দ্ৰলৈ যোৱা সহজ কথা নহয়! চন্দ্ৰপৃষ্ঠত উপস্থিত হোৱাৰ পূৰ্বে কি কি বাধাৰ সন্মুখীন হ’ব চন্দ্ৰযান-৩?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.