• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
CBIৰ ১০ ঘণ্টীয়া জেৰা ৰিয়া চক্ৰৱর্তীক

CBIৰ ১০ ঘণ্টীয়া জেৰা ৰিয়া চক্ৰৱর্তীক

6 years ago
কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

7 hours ago
হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

8 hours ago
এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

9 hours ago
8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

10 hours ago
EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম

EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম

10 hours ago
পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

11 hours ago
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

12 hours ago
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

13 hours ago
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

13 hours ago
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

14 hours ago
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

14 hours ago
PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

CBIৰ ১০ ঘণ্টীয়া জেৰা ৰিয়া চক্ৰৱর্তীক

জেৰাত কি সুধিলে, কি স্বীকাৰ কৰিলে? আজি পুনৰ জেৰা ৰিয়াক

editor by editor
August 29, 2020
in অপৰাধ, চিনেমা
0
CBIৰ ১০ ঘণ্টীয়া জেৰা ৰিয়া চক্ৰৱর্তীক
0
SHARES
361
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দর্ভত CBIয়ে শুকুৰবাৰে প্ৰথমবাৰৰ বাবে ৰিয়া চক্ৰৱর্তীক জেৰা কৰে। উচ্চতম ন্যায়ালয়ে সুশান্তৰ মৃত্যুৰ তদন্ত CBIক অর্পণ কৰাৰ পাছত CBIয়ে ৬ আগষ্টৰ পৰা সুশান্তৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে। CBIৰ পৰা জাননী পোৱাৰ পাছতে ২৮ বছৰীয়া ৰিয়া চক্ৰৱর্তীয়ে পিতৃৰ সৈতে DRDO IAFৰ অতিথিশালাত ১০.২০ বজাত উপস্থিত হয়। নিশা ৮.৩০ বজালৈকে ১০ ঘণ্টা ধৰি CBIয়ে জেৰা চলায় ৰিয়া চক্ৰৱর্তীক। জেৰাৰ অন্তত পুনৰ এই প্ৰক্ৰিয়াৰ বাবে ৰিয়াক সাজু থাকিবলৈ জনায় CBIয়ে। CBIয়ে সুশান্তৰ মানসিক অৱস্থাৰ সন্দর্ভত প্ৰশ্ন কৰে আৰু ৰিয়াৰ ভাষ্য ৰেকর্ড কৰে। লগতে তেওঁলোকৰ ইউৰোপ ভ্ৰমণ আৰু সুশান্তৰ স্বাস্থ্যক লৈ বিভিন্ন প্ৰশ্ন কৰে ৰিয়া চক্ৰৱর্তীক। ৰিয়াক জেৰা কৰাৰ এদিন পূর্বে অর্থাৎ বৃহস্পতিবাৰে ভাতৃ সৌভিকক ১৪ ঘণ্টা ধৰি জেৰা চলায় CBIয়ে। সুশান্তৰ পিতৃ কে কে সিঙে ৰিয়াৰ ওপৰত চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছিল যে ৰিয়াই বিষ দি সুশান্তক হত্যা কৰিছে। ইয়াৰ উপৰিও সুশান্তৰ লগত একেলগে থকা অৱস্থাত ৰিয়াই সুশান্তৰ পিতৃৰ ফোন কল সুশান্তক গ্ৰহণ কৰিব দিয়া নাছিল। আনকি পৰিয়ালৰ পৰা আঁতৰাই আনিছিল সুশান্তক। CBIৰ জেৰাকালত ৱাটছএপ মেছেজৰ জৰিয়তে এই অভিযোগৰ তথ্য প্ৰমাণ দিয়ে। সুশান্তৰ একাউণ্টৰ ১৫ কোটি টকা হৰলুকি সন্দর্ভতো ৰিয়াক প্ৰশ্ন কৰে CBIয়ে। কিন্তু এই সকলোবোৰ অভিযোগ ৰিয়াই অস্বীকাৰ কৰে CBIৰ আগত। ৰিয়াক জেৰা কৰাৰ পূর্বে CBIয়ে ভাতৃ সৌভিক, সুশান্তৰ ফ্লেট মেট সিদ্ধার্থ পৃথানী, ঘৰৰ মেনেজাৰ চেমুৱেল মিৰাণ্ডা আৰু ৰান্ধনী নিৰজ সিঙক জেৰা কৰে। আজি পুনৰ CBIয়ে জেৰা আৰম্ভ কৰিছে ৰিয়া চক্ৰৱর্তীক। পুৱা ১০ বজাত সিদ্ধার্থ পৃথানী, চেমুৱেল মিৰাণ্ডাৰ সৈতে DRDO IAFৰ অতিথিশালাত উপস্থিত হৈছে ৰিয়া চক্ৰৱর্তী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24riya chakravarthisusant sing rajput
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?
অপৰাধ

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

April 16, 2026
কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব
চিনেমা

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

April 16, 2026
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?
বিনোদন

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

April 12, 2026
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…
বিনোদন

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

April 11, 2026
Next Post
কঁকাল ভঙা দেশৰ অৰ্থনীতি। দোষ ভগৱানৰ। বিত্তমন্ত্ৰীৰ আজৱ মন্ত্ৰী।

কঁকাল ভঙা দেশৰ অৰ্থনীতি। দোষ ভগৱানৰ। বিত্তমন্ত্ৰীৰ আজৱ মন্ত্ৰী।

৭ মিনিট শ্বাস বন্ধ কৰি ৰাখিব পৰা এগৰাকী অভিনেত্ৰী

৭ মিনিট শ্বাস বন্ধ কৰি ৰাখিব পৰা এগৰাকী অভিনেত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.