• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

3 weeks ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

15 minutes ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

13 hours ago
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

14 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

14 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

15 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

15 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

16 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

16 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

17 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

17 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

18 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

কেনেকৈ পোহৰলৈ আহিল হ*ত্যাকাণ্ডটো?

editor by editor
August 22, 2026
in অপৰাধ, বিবিধ, ভাৰত, লেখা
0
পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ
0
SHARES
179
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাৰিবাৰিক বিবাদক কেন্দ্ৰ কৰি পুত্ৰই চোকা অ*স্ত্ৰৰে আক্ৰমণ কৰি পিতৃ-মাতৃক হ*ত্যাৰ গুৰুতৰ অভিযোগ উঠিছে। হ*ত্যাকাণ্ড সংঘটিত কৰি অভিযুক্তই মৃ*তদেহ দুটা পৃথক পৃথক কৰি বস্তাত ভৰাই এটা কোঠাত থৈ পলাই যোৱাৰো অভিযোগ উত্থাপিত হৈছে। এই দ্বৈত হত্যাকাণ্ড সংঘটিত হৈছে ছত্তীশগড়ৰ সুৰগুজা জিলাত। জিলাখনৰ ধৌৰপুৰ থানাৰ অন্তৰ্গত সপৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা। মৃ*ত লোক দম্পতীটো ৫৫ বছৰীয়া হীৰাধৰ যাদৱ আৰু তেওঁৰ ৫০ বছৰীয়া পত্নী গুলাৱী যাদৱ। এই নৃ*শংস হ*ত্যাকাণ্ডৰ অভিযুক্ত পুত্ৰ যদু যাদৱক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

কেনেকৈ পোহৰলৈ আহিল হ*ত্যাকাণ্ডটো?
হীৰাধৰ যাদৱ, তেওঁৰ পত্নী গুলাৱী যাদৱ আৰু জ্যেষ্ঠ পুত্ৰ যদু একেলগে গাঁৱৰ তেওঁলোকৰ পুৰণি গৃহত বাস কৰিছিল। আনহাতে, তেওঁলোকৰ কনিষ্ঠ পুত্ৰ মোহন যাদৱে পত্নীৰ সৈতে গাঁৱৰ আন এটা গৃহত বাস কৰে। ১৭ আগষ্টৰ পুৱা মোহনে মাক-দেউতাকৰ ঘৰলৈ গাখীৰ ল’বলৈ যায়। কিন্তু তাত গৈ তেওঁ ঘৰটোৰ দুৱাৰত ভিতৰৰ পৰা তলা লগোৱা দেখা পায়। ভিতৰত মাক-দেউতাক আৰু জ্যেষ্ঠ ভাতৃক নেদেখি তেওঁৰ সন্দেহ হয়। তলা ভাঙি ভিতৰলৈ সোমোৱাৰ পিছত মোহনে এটা কোঠাৰ ভিতৰত তেজেৰে তুমৰলি অৱস্থাত মাক-দেউতাকৰ মৃ*তদেহ দেখা পায়। মৃ*তদেহ দুটা পৃথক বস্তাত বান্ধি থোৱা আছিল। সেই সময়ত জ্যেষ্ঠ ভাতৃ যদুৰ কোনো সন্ধান নাছিল। ইয়াৰ পিছতে মোহনে ঘটনাটোৰ বিষয়ে ধৌৰপুৰ আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

আৰক্ষীৰ জেৰাত অপৰাধ স্বীকাৰ অভিযুক্তৰ
ঘটনাৰ চতুৰ্থ দিনা আৰক্ষীয়ে যদু যাদৱক গ্ৰেপ্তাৰ কৰে। জেৰাৰ সময়ত যদুৱে পিতৃ-মাতৃক হ*ত্যাৰ কথা স্বীকাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীৰ মতে, পাৰিবাৰিক বিবাদৰ সময়ত যদুৱে ধান কটা কাঁচিৰে পিতৃ-মাতৃক নিৰ্ম*মভাৱে আ*ক্ৰমণ কৰে। আ*ক্ৰমণৰ ফলত দুয়োৰে মৃত্যু হয়। ইয়াৰ পিছত ঘটনাৰ প্ৰমাণ লুকুৱাবলৈ তেওঁ তে*জৰ দাগ থকা ঠাই গৰুৰ গোবৰেৰে ঢাকি দিয়াৰ চেষ্টা কৰে। পিছত দুয়োৰে মৃ*তদেহ পৃথক বস্তাত ভৰাই এটা কোঠাত থৈ যদু ঘটনাস্থলীৰ পৰা পলাই যায়।

অভিযুক্তক জে’ললৈ প্ৰেৰণ
এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আই পি চিৰ ১০৩(১) আৰু ২৩৮ ধাৰাত গোচৰ ৰুজু কৰিছে। শুকুৰবাৰে অভিযুক্ত যদু যাদৱক আদালতত হাজিৰ কৰোৱা হয়। আদালতে অভিযুক্ত যদুক জে’ললৈ প্ৰেৰণ কৰে। এই ঘটনাটাৰ পিছতে সপৰা গাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মাত্ৰ পাৰিবাৰিক বিবাদৰ ফলত পুত্ৰই নিজৰ পিতৃ-মাতৃক হত্যাৰ ঘটনাই অঞ্চলবাসীক হতভম্ব কৰি তুলিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24double Murdere
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

September 13, 2026
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

September 12, 2026
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ
জীৱনশৈলী

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

September 12, 2026 - Updated on September 13, 2026
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?
বিনোদন

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

September 12, 2026
Next Post
ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?

প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.