• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোটি কোটি মহিলালৈ ভাল খবৰ! ১.৩৩ কোটি মহিলালৈ ফ্ৰী স্মাৰ্টফোন, কেনেকৈ কৰিব আবেদন?

কোটি কোটি মহিলালৈ ভাল খবৰ! ১.৩৩ কোটি মহিলালৈ ফ্ৰী স্মাৰ্টফোন, কেনেকৈ কৰিব আবেদন?

3 years ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

27 minutes ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

3 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

3 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

4 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

4 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

5 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

5 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

6 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

7 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কোটি কোটি মহিলালৈ ভাল খবৰ! ১.৩৩ কোটি মহিলালৈ ফ্ৰী স্মাৰ্টফোন, কেনেকৈ কৰিব আবেদন?

editor by editor
July 31, 2023
in বিবিধ, ভাৰত, ৰাজনীতি
0
কোটি কোটি মহিলালৈ ভাল খবৰ! ১.৩৩ কোটি মহিলালৈ ফ্ৰী স্মাৰ্টফোন, কেনেকৈ কৰিব আবেদন?
0
SHARES
962
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মুঠ ১.৩৩ কোটি মহিলালৈ ফ্ৰী স্মাৰ্টফোন। এবছৰ পূৰ্বেই কৰা এই ঘোষণাৰ পাছতেই অপেক্ষাৰত ৰাজ্যখনৰ কোটি কোটি মহিলা। স্মাৰ্টফোন হাতলৈ কেতিয়া আহিব! অপেক্ষাৰ অন্ত পেলাই আগন্তুক ১০ আগষ্টৰ পৰা আৰম্ভ হ’ব স্মাৰ্টফোন বিতৰণ প্ৰক্ৰিয়া। ইন্দিৰা গান্ধী স্মাৰ্টফোন আঁচনিৰ অধীনত মহিলাসকললৈ আগবঢ়োৱা হ’ব এটাকৈ স্মাৰ্টফোন। প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ ৪০লাখ মহিলাক স্মাৰ্টফোন প্ৰদান কৰিব চৰকাৰে। তাৰবাবে ইতিমধ্যে ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত অস্থায়ী শিবিৰো পতা হ’ব বুলি জনাইছে ৰাজ্যচৰকাৰে।

কংগ্ৰেছ শাসিত ৰাজস্থানৰ মহিলাক দিয়া হ’ব এই স্মাৰ্টফোন। ৰাজস্থানৰ চৰকাৰী সচিবে কয় যে বিভাগীয় আয়ুক্ত আৰু সংগ্ৰাহকক ইতিমধ্যে নিৰ্দেশনা দিয়া হৈছে। এই শিবিৰসমূহ জিলা কালেক্টৰেট, পঞ্চায়ত সমিতি, পৌৰসভা, চৰকাৰী বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য চৰকাৰী কাৰ্যালয়ত পতা হ’ব। ৰাজ্যখনৰ বিষয়াসকলে ৭ৰ পৰা ৯ আগষ্টলৈ এটা মক ড্ৰিলো অনুষ্ঠিত কৰিব। য’ত ১০-১০০ জনলৈকে হিতাধিকাৰীক স্মাৰ্টফোন বিতৰণ কৰা হ’ব।

প্ৰথম পৰ্যায়ত কোনে কোনে লাভ কৰিব স্মাৰ্টফোন?
নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পঢ়া শিক্ষাৰ্থীয়ে পোনকে লাভ কৰিব এই সুবিধা। চৰকাৰী শিক্ষানুষ্ঠানত পঢ়ি থকা শিক্ষাৰ্থীয়েহে লাভ এই স্মাৰ্টফোন। বিধৱা আৰু অবিবাহিত পেঞ্চন প্ৰাপ্ত মহিলাইয়ো লাভ কৰিব এই সুবিধা। এম জি এনৰেগাত ১০০ দিন কাম কৰা পৰিয়ালৰ মহিলাইয়ো লাভ কৰিব এই সুবিধা। ইন্দিৰা গান্ধী নগৰ নিযুক্তি গেৰাণ্টি আঁচনিৰ অধীনত ৫০ দিন সম্পূৰ্ণ কৰা মহিলাসকলেও লাভ কৰিব একোটাকৈ স্মাৰ্টফোন। প্রথম পৰ্যায়ত এইসকল লোকেহে লাভ কৰিব এই সুবিধা।

আপুনি স্মাৰ্টফোন পাব নে, কেনেকৈ জানিব?

পোনতে বিশেষ ৱেবছাইটৰ হোমপেজত, আপুনি পঞ্জীয়ন কৰাটো বাধ্যতামূলক। ইয়াৰপাছতেই আপুনি বিকল্প অপশ্ব্যনত ক্লিক কৰক। ইয়াৰ পাছতেই আপুনি নতুন পেজ এখন অপেন কৰিব। তাতেই আধাৰ কাৰ্ডৰ নম্বৰ এড কৰক। নতুন পেজ এখন খুল খালে সেই পেজতেই আপুনি স্ক্ৰীণত পিতৃৰ নাম, আপোনাৰ নাম, আৰু যোগ্যতা সম্পৰ্কে লিখক। সকলোবোৰ ফিলআপ কৰাৰ পাছত য়েছ ক্লিক কৰিলেই Rajasthan Free Mobile Yojanaত আপোনাৰ ৰেজিষ্ট্ৰেছন সম্পূৰ্ণ হোৱা বুলি দেখুৱাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

February 21, 2026
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
Next Post
ঘৰ নাই, কাৰ্যালয়ত থাকে, কাম কৰে ১২০ ঘণ্টা! জীৱনশৈলীক লৈ কি ক’লে এল’ন মাস্কে?

ঘৰ নাই, কাৰ্যালয়ত থাকে, কাম কৰে ১২০ ঘণ্টা! জীৱনশৈলীক লৈ কি ক’লে এল’ন মাস্কে?

ৰাজনীতিৰ বাবেই মানৱীয়তা শেষ কৰিব নোৱাৰি! প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ স্বাস্থ্যৰ বুজ ল’বলৈ হাস্পতাললৈ মমতা বেনাৰ্জী

ৰাজনীতিৰ বাবেই মানৱীয়তা শেষ কৰিব নোৱাৰি! প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ স্বাস্থ্যৰ বুজ ল’বলৈ হাস্পতাললৈ মমতা বেনাৰ্জী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.