• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশাৰ ভাগত শিৱলিংগৰ পূজা কৰিলে তুষ্ট হয় মহাদেৱ, জানি লওক নিশা মহাদেৱক আৰাধনা কৰাৰ নিয়ম

নিশাৰ ভাগত শিৱলিংগৰ পূজা কৰিলে তুষ্ট হয় মহাদেৱ, জানি লওক নিশা মহাদেৱক আৰাধনা কৰাৰ নিয়ম

3 years ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

22 minutes ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

51 minutes ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

1 hour ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

2 hours ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

3 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

3 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

5 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

6 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

6 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

19 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

19 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশাৰ ভাগত শিৱলিংগৰ পূজা কৰিলে তুষ্ট হয় মহাদেৱ, জানি লওক নিশা মহাদেৱক আৰাধনা কৰাৰ নিয়ম

editor by editor
July 31, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
নিশাৰ ভাগত শিৱলিংগৰ পূজা কৰিলে তুষ্ট হয় মহাদেৱ, জানি লওক নিশা মহাদেৱক আৰাধনা কৰাৰ নিয়ম
0
SHARES
221
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শাওন মাহৰ দিনত নহয় ৰাতি মহাদেৱক আৰাধনা কৰাটো অত্যন্ত শুভ। নিশাৰ ভাগত শিৱলিংগৰ পূজা কৰিলে আৰ্থিক কষ্টৰ পৰা মুক্তি পোৱা যায়। জ্যোতিষ শাস্ত্ৰই জনোৱা অনুসৰি শাওন মাহৰ নিশা কেইটামান বিশেষ কাম কৰিলেই আৰ্থিক সংকটৰ পৰা মুক্তি পোৱা যায়। শাওন মাহত শিৱক আৰাধনা কৰোতে কি কি কাম কৰিব?

অৰ্থলাভৰ উপায়
শাওন মাহত নিশা শিৱলিংগ সন্মুখত এটা ঘিঁউৰ চাকি জ্বলাব লাগে। ইয়াৰপাছতেই কুঁহিয়াৰৰ ৰস দি শিৱলিংগত অভিষেক কৰক। শাওন মাহত নিশা এই কাম কৰিলে আপোনাৰ জীৱনত আৰ্থিক সংকট দূৰ হ’ব। এনেদৰে আগবঢ়ালে জীৱনৰ পৰা আৰ্থিক সংকট আঁতৰি যায়।

ঋণৰ পৰা মুক্তিৰ উপায়
আৰ্থিক সংকটৰ পৰা মুক্তি লাভ কৰিবলৈ শাওন মাহত কেইটামান বিশেষ কাম কৰিব নাপাহৰিব। ঋণৰ বোজাত থাকিলে পানীত চাউল মিহলি কৰি শিৱলিংগত দিয়ক। এনেকৈ কৰিলে ঋণৰ পৰা আপুনি মুক্ত হ’ব। এনেকৈ কৰিলে কৰোবাত পাবলগীয়া ধনো ঘূৰাই পাব।

সকলো সমস্যাৰ পৰা মুক্তিৰ উপায়
পানীত ক’লা তিল মিহলাই শিৱলিংগত অৰ্পণ কৰিলে সুফল পাব। এই কাম কৰিলে আপুনি জীৱনত সকলো সংকটৰ পৰা মুক্তিলাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ
জীৱনশৈলী

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

August 18, 2026
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ
অপৰাধ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

August 18, 2026
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?
বিনোদন

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

August 18, 2026
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা
অপৰাধ

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

August 18, 2026
Next Post
এই ৪ দিশত পুৰুষতকৈ বহুগুণে আগবাঢ়ি আছে মহিলা! মহিলা কি কি গুণেৰে আগবাঢ়ি আছে?

এই ৪ দিশত পুৰুষতকৈ বহুগুণে আগবাঢ়ি আছে মহিলা! মহিলা কি কি গুণেৰে আগবাঢ়ি আছে?

‘চন্দ্ৰযান-৩ আমাৰ সন্তান, সন্তানৰ সফলতাই কিমান আনন্দ দিয়ে সেয়া বুজাব নোৱাৰি!’ ইছৰোৰ বিজ্ঞানীয়ে আৱেগভৰা পোষ্টৰে জনালে চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ কথা

'চন্দ্ৰযান-৩ আমাৰ সন্তান, সন্তানৰ সফলতাই কিমান আনন্দ দিয়ে সেয়া বুজাব নোৱাৰি!’ ইছৰোৰ বিজ্ঞানীয়ে আৱেগভৰা পোষ্টৰে জনালে চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.