• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘চন্দ্ৰযান-৩ আমাৰ সন্তান, সন্তানৰ সফলতাই কিমান আনন্দ দিয়ে সেয়া বুজাব নোৱাৰি!’ ইছৰোৰ বিজ্ঞানীয়ে আৱেগভৰা পোষ্টৰে জনালে চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ কথা

‘চন্দ্ৰযান-৩ আমাৰ সন্তান, সন্তানৰ সফলতাই কিমান আনন্দ দিয়ে সেয়া বুজাব নোৱাৰি!’ ইছৰোৰ বিজ্ঞানীয়ে আৱেগভৰা পোষ্টৰে জনালে চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ কথা

3 years ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

12 minutes ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

41 minutes ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

2 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

3 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

3 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

5 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

6 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

13 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

14 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

15 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

‘চন্দ্ৰযান-৩ আমাৰ সন্তান, সন্তানৰ সফলতাই কিমান আনন্দ দিয়ে সেয়া বুজাব নোৱাৰি!’ ইছৰোৰ বিজ্ঞানীয়ে আৱেগভৰা পোষ্টৰে জনালে চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ কথা

editor by editor
August 1, 2023
in বিজ্ঞান, ভাৰত
0
‘চন্দ্ৰযান-৩ আমাৰ সন্তান, সন্তানৰ সফলতাই কিমান আনন্দ দিয়ে সেয়া বুজাব নোৱাৰি!’ ইছৰোৰ বিজ্ঞানীয়ে আৱেগভৰা পোষ্টৰে জনালে চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ কথা
0
SHARES
844
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পৃথিৱীৰ কক্ষপথ পাৰ হৈ চন্দ্ৰৰ কক্ষপথত ভৰি দিলে চন্দ্ৰযান-৩। ইমানদিনে পৃথিৱীৰ কক্ষপথত আছিল চন্দ্ৰযান-৩। অপেক্ষা এতিয়া মাত্ৰ কেইটামান দিন। চন্দ্ৰপৃষ্ঠত ভৰি দিব চন্দ্ৰযান-৩য়ে। পূৰ্বৰ ভুল আকৌ যাতে নহয় তাৰবাবে দিন-ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰিছে বিজ্ঞানীৰ দলে। চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩য়ে ভৰি দিয়াটো ডাঙৰ এটা প্ৰত্যাহ্বানো বিজ্ঞানীসকলৰ বাবে।

১৪ জুলাইত শ্ৰী হৰিকোটাৰ পৰা উৎক্ষেপন কৰা হৈছে চন্দ্ৰযান-৩। এই সন্দৰ্ভত ইছৰোৰ এজন বিজ্ঞানীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত কয়, ‘১৪ জুলাইত আমাৰ সন্তানটোৱে যাত্ৰা কৰিছে। তেতিয়াৰে পৰাই আমাৰ মন উগুল-থুগুল। আমাৰ মূল কামেই হৈছে চন্দ্ৰযানখনক পথ দেখুৱাই সুকলমে গন্তব্যস্থানলৈ লৈ যোৱা। সোমবাৰে গভীৰ নিশা পৃথিৱীৰ মায়া এৰি আমাৰ সন্তানে চন্দ্ৰৰ কক্ষপথত ভৰি দিলে। এতিয়াহে আমাৰ প্ৰকৃত পৰীক্ষা আৰম্ভ হৈছে। যানখনক নিৰাপদে চন্দ্ৰপৃষ্ঠত নমাব লাগিব। চন্দ্ৰৰ কক্ষপথৰ পৰা ঢাপে ঢাপে চন্দ্ৰযানখন নমাই অনাই প্ৰাথমিক কাম এতিয়া। আমাৰ পৰিভাষাত ইয়াক কোৱা হয়, এলবিএন( লুনাৰ বাউণ্ড মেনুভাৰ নাম্বাৰ)। এল বিএনৰ বিভিন্ন ঢাপত চন্দ্ৰযানৰ গতি কমাই অনা হ’ব। চন্দ্ৰৰ পৰা ১০০ কিঃমিঃ দূৰত্বত থকা অৱস্থাতেই প্ৰপালছন মডিউলৰ কাম শেষ হ’ব।

ইয়াৰ পাছতেই আৰম্ভ হ’ব লেণ্ডাৰ মডিউলৰ কাম। এই মডিউলেই ঠিক কৰিব কেনেকৈ চন্দ্ৰৰ বুকুত বিক্ৰমৰ মাধ্যমেৰে নামিব প্ৰজ্ঞান। চন্দ্ৰৰ মাটিত ৩০ কিঃমিঃ দূৰত্ব ২০ মিনিটত নামিব যানখনে। যানখনৰ গতি নিয়ন্ত্ৰণ কৰা হ’ব ৰাফ ব্ৰেকিঙেৰে। কেতিয়াবা কণ্ট্ৰোলড ব্ৰেকিং পদ্ধতিও ব্যৱহাৰ হ’ব। চন্দ্ৰৰ মাটিত নমাৰ পূৰ্বেই খোল খাব দুৱাৰ। সেই দুৱাৰেৰেই প্ৰজ্ঞান নামিব চন্দ্ৰপৃষ্ঠত। চন্দ্ৰযান-২ চন্দ্ৰপৃষ্ঠত নমাৰ সময়তেই সমস্যাৰ সৃষ্টি হৈছিল। এই দিনটো আছিল ৬ ছেপ্টেম্বৰ ২০১৯। সমগ্ৰ দেশে সেইদিনা অপেক্ষা কৰিছিল ভাল খবৰটোৰ বাবে। নমাৰ মুহূৰ্তত যোগাযোগ বিচ্ছিন্ন হৈ যায় চন্দ্ৰযান-২ৰ। চন্দ্ৰৰ মাটিতেই ধ্বংস হৈ যায় যানখন।

কিন্তু এইবাৰ আমি সতৰ্ক হৈছো। আগন্তুক ২৩ বা ২৪ আগষ্টত চন্দ্ৰৰ বুকুত নামি পৰিব চন্দ্ৰযান-৩। নামিয়েই চন্দ্ৰৰ মাটিৰ চৰিত্ৰ, বিভিন্ন খনিজৰ উপস্থিতি সংক্ৰান্তিয় তথ্য সংগ্ৰহ কৰিব যানখনে। ইয়াৰোপৰি যি অঞ্চলত প্ৰজ্ঞানে চলাচল কৰিব সেই স্থানত অশোকস্তম্ভ বা ইছৰোৰ প্ৰতীক অংকন কৰা হ’ব। প্ৰজ্ঞান চন্দ্ৰৰ বুকুত জীৱন্ত হৈ থাকিব মাত্ৰ ১৪ দিন। এই ১৪ দিন পৃথিৱীৰ হিচাপতহে থাকিব। চন্দ্ৰৰ হিচাপত সেয়া মাত্ৰ এদিন। ইয়াৰপাছতেই মৃত্যু হ’ব প্ৰজ্ঞানৰ। সপোন সঁচা হ’বলৈ আৰু মাত্ৰ কেইটামান দিন। এই প্ৰজ্ঞান আমাৰ সন্তানেই। কাৰণ আমি বহু পৰিশ্ৰম কৰিছো। সেয়ে তাৰ সফলতা আমি মনেপ্ৰাণে কামনা কৰিছো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত
ভাৰত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

July 28, 2026
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?
জীৱনশৈলী

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

July 27, 2026
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ
বাণিজ্য

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

July 27, 2026
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক
বিনোদন

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

July 27, 2026
Next Post
টুইটাৰত চৰ্চা, ৰাহুল মাটিৰ মানুহ! হঠাৎ দিল্লীৰ পাচলি বজাৰলৈ কিয় গ’ল ৰাহুল গান্ধী?

টুইটাৰত চৰ্চা, ৰাহুল মাটিৰ মানুহ! হঠাৎ দিল্লীৰ পাচলি বজাৰলৈ কিয় গ’ল ৰাহুল গান্ধী?

‘লাভ জেহাদ’ৰ সৃষ্টিকৰ্তা বিজেপি নহয়! দেশত ব্ৰিটিছৰ শাসন থাকোতেও কেইবাঘণ্টা জুৰি লাভ জেহাদৰ চৰ্চা চলিছিল পাৰ্লিয়ামেণ্টত

'লাভ জেহাদ’ৰ সৃষ্টিকৰ্তা বিজেপি নহয়! দেশত ব্ৰিটিছৰ শাসন থাকোতেও কেইবাঘণ্টা জুৰি লাভ জেহাদৰ চৰ্চা চলিছিল পাৰ্লিয়ামেণ্টত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.