• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘সাংসদ পদ খাৰিজ কৰি বাসগৃহও কাঢ়িছিল, ক্ষমা খুজি সকলো উভতাই দিয়ক বিজেপিয়ে’, ৰাহুলৰ সপক্ষে এটাৰ পাছত আনটো টুইট, ভগ্নী প্ৰিয়ংকাই ক’লে, সূৰ্য, চন্দ্ৰ আৰু সত্যক লুকুৱাই ৰাখিব নোৱাৰি

‘সাংসদ পদ খাৰিজ কৰি বাসগৃহও কাঢ়িছিল, ক্ষমা খুজি সকলো উভতাই দিয়ক বিজেপিয়ে’, ৰাহুলৰ সপক্ষে এটাৰ পাছত আনটো টুইট, ভগ্নী প্ৰিয়ংকাই ক’লে, সূৰ্য, চন্দ্ৰ আৰু সত্যক লুকুৱাই ৰাখিব নোৱাৰি

3 years ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

11 minutes ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

1 hour ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

2 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

3 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

3 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

5 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

5 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

5 hours ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

6 hours ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

6 hours ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

7 hours ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘সাংসদ পদ খাৰিজ কৰি বাসগৃহও কাঢ়িছিল, ক্ষমা খুজি সকলো উভতাই দিয়ক বিজেপিয়ে’, ৰাহুলৰ সপক্ষে এটাৰ পাছত আনটো টুইট, ভগ্নী প্ৰিয়ংকাই ক’লে, সূৰ্য, চন্দ্ৰ আৰু সত্যক লুকুৱাই ৰাখিব নোৱাৰি

editor by editor
August 4, 2023
in ভাৰত, ৰাজনীতি
0
‘সাংসদ পদ খাৰিজ কৰি বাসগৃহও কাঢ়িছিল, ক্ষমা খুজি সকলো উভতাই দিয়ক বিজেপিয়ে’, ৰাহুলৰ সপক্ষে এটাৰ পাছত আনটো টুইট, ভগ্নী প্ৰিয়ংকাই ক’লে, সূৰ্য, চন্দ্ৰ আৰু সত্যক লুকুৱাই ৰাখিব নোৱাৰি
0
SHARES
136
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সৰ্বোচ্চ ন্যায়ালয়ে মোদী উপাধিৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দিছে বিশেষ সকাহ৷ শুকুৰবাৰে সৰ্বোচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীক প্ৰদান কৰা দুবছৰৰ শাস্তিৰ ওপৰত স্থগিতাদেশ প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে৷ ৰাহুলে অচিৰেই সাংসদ পদ ঘূৰাই পোৱাৰ লগতে পৰবৰ্তী লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈকো সক্ষম হ’ব ৰাহুল৷ সৰ্বোচ্চ ন্যায়ালয়ত ৰাহুলৰ এই বৃহৎ জয়ৰ পাছতেই কংগ্ৰেছৰ নেতা কৰ্মীয়ে দিল্লীত বিশেষভাৱে উদযাপন কৰিছে এই দিনটোক৷ শেহতীয়াকৈ প্ৰিয়ংকা গান্ধীয়ে এই সন্দৰ্ভত দিছে বিশেষ টুইট, ‘সত্য লুকাই নাথাকে৷’ গৌতম বুদ্ধই কৈছিল, ‘তিনিটা বস্তু বেছি দিন লুকুৱাই ৰাখিব নোৱাৰি৷ সূৰ্য, চন্দ্ৰ আৰু সত্য৷ ন্যায়ৰ পথত এই ৰায়৷ সৰ্বোচ্চ ন্যয়ালয়ক এই ৰায়ৰ বাবে অশেষ ধন্যবাদ৷ সত্যমেৱ জয়তে।’

প্ৰধানমন্ত্ৰী মোদীৰ পৰাজয়, ৰাহুল গান্ধীৰ বিজয়
কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে ৰাহুল গান্ধীৰ বিজয়ক প্ৰধানমন্ত্ৰী মোদীৰ পৰাজয় বুলি অভিহিত কৰিছে। সাংসদগৰাকীয়ে কয়, ‘আজিৰ দিনটো আমাৰ বাবে অতি সুখৰ দিন। সংসদৰ সকলো স্থানতেই এতিয়া ‘সত্যমেৱ জয়তে’ দেখিব। ৰাহুল গান্ধীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছিল, কিন্তু ষড়যন্ত্ৰত মোদী বিফল হৈছে। ৰাহুল গান্ধীৰ বিজয় মোদীজীৰ বাবে প্ৰত্যাহ্বান৷ মই আজিয়েই লোকসভাৰ অধ্যক্ষলৈ চিঠি লিখিম।’

সকলোৰে দৃষ্টি এতিয়া লোকসভাৰ অধ্যক্ষৰ দিশে
কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতেই দিয়া মন্তব্যত কয়, ‘এতিয়া অধ্যক্ষই সংসদৰ সদস্যপদৰ বিষয়ে সিদ্ধান্ত ল’ব লাগিব। সমগ্ৰ দেশ আৰু বিশ্বই এতিয়া অধ্যক্ষৰ সিদ্ধান্তৰ ওপৰত নজৰ ৰাখিছে৷ লোকসভাত আমাৰ বিৰোধী দলৰ নেতাই উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ এটা প্ৰতিলিপি আৰু সদস্যপদ পুনৰুদ্ধাৰৰ বাবে অনুৰোধ কৰিবলৈ আনুষ্ঠানিকভাৱে তেওঁক সাক্ষাৎ কৰিব।’

সিংহই সংসদত আকৌ গৰ্জি উঠিব
কংগ্ৰেছৰ সাংসদ ৰণদ্বীপ সুৰজেৱালাই কয় যে উচ্চতম ন্যায়ালয়ৰ ৰায় গণতন্ত্ৰ, সংবিধান আৰু সত্যৰ জয়৷ ন্যায়ৰ ওপৰত জনতাৰ ভৰষা এই ন্যায়েই বঢ়াই তুলিব৷ ইয়াৰোপৰি কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটে কয় যে, ‘সিংহই আকৌ এবাৰ সংসদত গৰ্জন কৰিব৷ অধ্যক্ষই অচিৰেই ৰাহুলৰ পদ উভতাই দিয়ক৷ আজি আমি বহুত সুখী আৰু উৎসাহিত।’

ৱায়ানাডবাসীয়ে লাভ কৰিলে সাংসদ ৰাহুলক
কেৰালাৰ কংগ্ৰেছ নেতা ৰমেশ চেন্নিথালাই কয়, ‘কেৰালাৰ লোকসকল, বিশেষকৈ ৱায়ানাডবাসী আজি অত্যন্ত সুখী। তেওঁলোকে তেওঁলোকৰ নিজৰ সাংসদক ওভতাই পাইছে। বিজেপিয়ে ক্ষমা বিচাৰিব লাগে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বুজি পাইছে, ৰাহুল গান্ধীৰ কণ্ঠৰোধৰ চেষ্টা চলোৱা হৈছিল৷’

ৰাহুলৰ জনপ্ৰিয়তা আৰু বাঢ়িল

আদিত্য ঠাকৰেই উচ্চতম ন্যায়ালৰ ৰায়ৰ পাছতেই কয়, ‘উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত শুদ্ধ। প্ৰকৃততে, ৰাহুল গান্ধীৰ জনপ্ৰিয়তা এনেও বাঢ়ি আছিল, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত কংগ্ৰেছ চৰকাৰ গঠন কৰিবই৷ বিজেপিয়ে পেটে পেটে ৰাহুল গান্ধীক ভয় কৰি আছেই৷ পাকেপ্ৰকাৰে ৰাহুলক নমাবলৈ চেষ্টা কৰোতেই ৰাহুল উঠি গ’ল৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of AssamCongressnarendra-modiRahulGandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?
বিনোদন

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

September 21, 2026
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?
অসম

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

September 21, 2026
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!
অপৰাধ

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

September 21, 2026
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান
অপৰাধ

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

September 21, 2026
Next Post
উচ্চতম ন্যায়ালয়ে ৰাগাৰ সপক্ষে ৰায় দিছে, আমি স্বাগতম জনাইছো কিন্তু আইনী যুঁজ অব্যাহত থাকিবঃ পূৰ্ণেশ মোদী

উচ্চতম ন্যায়ালয়ে ৰাগাৰ সপক্ষে ৰায় দিছে, আমি স্বাগতম জনাইছো কিন্তু আইনী যুঁজ অব্যাহত থাকিবঃ পূৰ্ণেশ মোদী

বিবাহিত সম্পৰ্কত সুখী নহ’লেই পৰকীয়া প্ৰেম গঢ়ি উঠে নেকি? কি কি কাৰণত পৰকীয়া প্ৰেমৰ পয়োভৰ বাঢ়িছে দেশত?

বিবাহিত সম্পৰ্কত সুখী নহ’লেই পৰকীয়া প্ৰেম গঢ়ি উঠে নেকি? কি কি কাৰণত পৰকীয়া প্ৰেমৰ পয়োভৰ বাঢ়িছে দেশত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.