• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰহ্মাস্ত্ৰতকৈয়ো বেছি ক্ষমতাশালী! শ্ৰী কৃষ্ণৰ হাতৰ আঙুলিত থকা সুদৰ্শন চক্ৰৰ এইকেইটা শক্তিৰ কথা জানেনে?

ব্ৰহ্মাস্ত্ৰতকৈয়ো বেছি ক্ষমতাশালী! শ্ৰী কৃষ্ণৰ হাতৰ আঙুলিত থকা সুদৰ্শন চক্ৰৰ এইকেইটা শক্তিৰ কথা জানেনে?

3 years ago
৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

3 hours ago
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

4 hours ago
মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

5 hours ago
এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

5 hours ago
ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

5 hours ago
‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

6 hours ago
মঙ্গলৰ গোচৰত ৪ৰাশিৰ মঙ্গলময় সময় আহিছে, বিপুল আয়বৃদ্ধি, সুসংবাদ লাভ কৰিব কোনে কোনে?

মঙ্গলৰ গোচৰত ৪ৰাশিৰ মঙ্গলময় সময় আহিছে, বিপুল আয়বৃদ্ধি, সুসংবাদ লাভ কৰিব কোনে কোনে?

7 hours ago
জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

7 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

7 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

8 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

9 hours ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্ৰহ্মাস্ত্ৰতকৈয়ো বেছি ক্ষমতাশালী! শ্ৰী কৃষ্ণৰ হাতৰ আঙুলিত থকা সুদৰ্শন চক্ৰৰ এইকেইটা শক্তিৰ কথা জানেনে?

editor by editor
August 25, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
ব্ৰহ্মাস্ত্ৰতকৈয়ো বেছি ক্ষমতাশালী! শ্ৰী কৃষ্ণৰ হাতৰ আঙুলিত থকা সুদৰ্শন চক্ৰৰ এইকেইটা শক্তিৰ কথা জানেনে?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দুধৰ্মত ত্ৰিদেৱতাৰ কথা নাজানে কোনে? ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ৷ তিনিওৰে এজন বিশ্বৰ সৃষ্টিকৰ্তা, এজন পালনকৰ্তা আৰু আনজন ৰক্ষাকৰ্তা৷ এই তিনিওজনৰ ক্ষমতাৰ পৰিসীমা জুখিব নোৱাৰি৷ তিনিওগৰাকী দেৱতা তিনিটা বিশেষ অস্ত্ৰৰ অধিকাৰী৷ ব্ৰহ্মাৰ ব্ৰহ্মাস্ত্ৰ, মহাদেৱৰ ত্ৰিশূল আৰু বিষ্ণুৰ সুদৰ্শন চক্ৰ৷ শ্ৰী বিষ্ণু আৰু তেওঁৰ অন্যতম অৱতাৰ শ্ৰী কৃষ্ণই এই সুদৰ্শন চক্ৰ ব্যৱহাৰ কৰিয়েই বহু দানৱক হত্যা কৰাৰ কথা শাস্ত্ৰত উল্লেখ আছে৷

সুদৰ্শন চক্ৰৰ সুদৰ্শন শব্দটো দুটা পৃথক শব্দৰে সৃষ্টি হৈছে৷ এটা হৈছে সু আৰু আনটো দৰ্শন৷ ইয়াৰ অৰ্থ হ’ল দৰ্শন পোৱাটো শুভ৷ পুৰাণত যিসমূহ দিব্যঅস্ত্ৰৰ কথা উল্লেখ আছে তাৰ ভিতৰত একমাত্ৰা সুদৰ্শন চক্ৰই সকলো সময়তে গতিশীল অৱস্থাত থাকে৷ কেনেকৈ সুদৰ্শন চক্ৰ তৈয়াৰ হৈছিল তাক লৈ একাধিক কাহিনী পোৱা যায়৷ এটা কাহিনী অনুসৰি বিশ্বকৰ্মাৰ কন্যা সঞ্জনাৰ সৈতে সূৰ্যৰ বিবাহ হৈছিল৷ কিন্তু সূৰ্যৰ প্ৰচণ্ড শক্তিৰ কাৰণে তেওঁৰ কাষলৈ পত্নী সঞ্জনা যাব পৰা নাছিল৷ তেতিয়াই পিতৃক আহি সঞ্জনাই কৈছিল সূৰ্যৰ শক্তি অকণমান কমাই দিয়ক৷ পিতৃয়ে কন্যাৰ কথা ৰাখি সূৰ্যৰ শক্তি কিছু কমাই গুড়ি গুড়ি কৰি চৌপাশে চটিয়াই দিয়ে৷

এই চটিয়াই দিয়া গুড়িৰ পৰাই বিশ্বকৰ্মাই অস্ত্ৰ নিৰ্মাণ কৰে৷ বিশ্বকৰ্মাই সূৰ্যৰ সিঁচৰিত ৰশ্মিৰ পৰা তৈয়াৰ কৰে পুষ্পক ৰথ, দ্বিতীয় অস্ত্ৰ হৈছে ত্ৰিশূল আৰু তৃতীয়টো অস্ত্ৰ হৈছে সূদৰ্শন চক্ৰ৷ পুৰাণৰ এটা গল্প অনুসৰি এবাৰ অসুৰে স্বৰ্গ আক্ৰমণ কৰি দেৱতাসকলক হৰুৱাইছিল৷ বিষ্ণুয়েও অসুৰসকলৰ হাতৰ পৰা স্বৰ্গক ৰক্ষা কৰিব নোৱাৰিলে৷ তেতিয়াই তিনি হাজাৰ পদুম ফুল লৈ তেওঁ মহাদেৱক আৰাধনা কৰিবলৈ বহে৷ মহাদেৱে সেই সময়তেই হাতত এপাহ পদুম লৈ লুকুৱাই পেলাই৷ এপাহ ফুল কমি যোৱা দেখি বিষ্ণুয়ে নিজৰ এটা চকু মহাদেৱত অৰ্পণ কৰিবলৈ যায়৷ তেতিয়াই শিৱই তেঁওক উপহাৰত এই সূদৰ্শন চক্ৰটো দিয়ে৷ এই চক্ৰ লৈয়েই নাৰায়ণে অসুৰক ধ্বংস কৰে৷ইয়াৰোপৰি এক কথিত কাহিনীমতে কৃষ্ণ আৰু অৰ্জুনে অগ্নিদেৱক খাণ্ডৱ বন দাহ কৰাত সহায় কৰিছিল৷ তেতিয়াই অগ্নি দেৱতাই কৃষ্ণক সুদৰ্শন চক্ৰ উপহাৰ দিয়ে৷ আকৌ আন এক কাহিনীমতে পৰশুৰামে কৃষ্ণক এই অস্ত্ৰ উপহাৰ দিছিল৷

উপহাৰ যিয়েই নিদিয়ক কিয় সূদৰ্শণ চক্ৰৰ কেইটামান বিশেষত্ব আছে৷ সূদৰ্শন চক্ৰৰ প্ৰধান বিশেষত্ব হৈছে যে ই মনৰ গতিত চলে৷ মনৰ গতিৰেই ই শত্ৰুক ধ্বংস কৰি আঙুলিলৈকে নিজেই উভতি আহে৷ যাক উদ্দেশ্যি সূদৰ্শন চক্ৰ পঠিয়াই দিয়া হয় তেওঁ মৰ্ত্যৰ যতেই লুকাই থাকিলেও এই অস্ত্ৰই আক্ৰমণ কৰিব পাৰে৷ পুৰাণ অনুসৰি এক ছেকেণ্ডত কেইবালাখ কিঃমিঃ পথ অতিক্ৰম কৰিব পাৰে এই চক্ৰই৷ এই চক্ৰৰ ওজন প্ৰায় ২২০০ কিঃগ্ৰাঃ৷ এই চক্ৰৰ ব্যাস ১২-৩০ ছেণ্টিমিটাৰ৷ ব্ৰহ্মাস্ত্ৰতকৈয়ো এই অস্ত্ৰ কেইবাগুণ বেছি ক্ষমতাশালী বুলিও শাস্ত্ৰই দাবী কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24Best Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?
ক্ৰীড়া

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

June 2, 2026
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ
জীৱনশৈলী

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

June 2, 2026
এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?
ক্ৰীড়া

এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

June 2, 2026
ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে
জীৱনশৈলী

ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

June 2, 2026
Next Post
ৰাখী পূৰ্ণিমাত ঘৰলৈ ঘৰলৈ আনক এই ৪ বিধ সামগ্ৰী, লক্ষ্মীৰ আশীৰ্বাদত আপোনাৰ ঘৰ উপচি পৰিব

ৰাখী পূৰ্ণিমাত ঘৰলৈ ঘৰলৈ আনক এই ৪ বিধ সামগ্ৰী, লক্ষ্মীৰ আশীৰ্বাদত আপোনাৰ ঘৰ উপচি পৰিব

নিজৰ ৰাজ্যত চৌদিশে কান্দোনৰ ৰোল! কান্দোন নেওচি ইছৰোত জিলিকিল মণিপুৰৰ দুই বিজ্ঞানী নোয়েল মাথিউলুংবো চাৱাং আৰু ড০ ৰঘু সিং

নিজৰ ৰাজ্যত চৌদিশে কান্দোনৰ ৰোল! কান্দোন নেওচি ইছৰোত জিলিকিল মণিপুৰৰ দুই বিজ্ঞানী নোয়েল মাথিউলুংবো চাৱাং আৰু ড০ ৰঘু সিং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.