• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ভাৰতৰ মুছলমানে পাকিস্তানী দলকেই ছাপৰ্ট কৰিব…’ পাক প্ৰাক্তন ক্ৰিকেটাৰৰ মন্তব্যই উদঙাই দিলে বহু কথা

‘ভাৰতৰ মুছলমানে পাকিস্তানী দলকেই ছাপৰ্ট কৰিব…’ পাক প্ৰাক্তন ক্ৰিকেটাৰৰ মন্তব্যই উদঙাই দিলে বহু কথা

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

6 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

6 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

6 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

6 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

6 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

6 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

7 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

7 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

7 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

7 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

7 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

7 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

‘ভাৰতৰ মুছলমানে পাকিস্তানী দলকেই ছাপৰ্ট কৰিব…’ পাক প্ৰাক্তন ক্ৰিকেটাৰৰ মন্তব্যই উদঙাই দিলে বহু কথা

editor by editor
September 29, 2023
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
‘ভাৰতৰ মুছলমানে পাকিস্তানী দলকেই ছাপৰ্ট কৰিব…’ পাক প্ৰাক্তন ক্ৰিকেটাৰৰ মন্তব্যই উদঙাই দিলে বহু কথা
0
SHARES
6.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পাকিস্তান ক্ৰিকেট বৰ্ডে ঘোষণা কৰিছিল তেওঁলোকে টুৰ্নামেণ্ট খেলিবলৈ ভাৰতলৈ নাহে৷ কিন্তু বিভিন্ন চাপত পৰি শেষ পৰ্যন্ত ভাৰতলৈ আহিবলৈ বাধ্য হ’ল পাকিস্তানৰ ক্ৰিকেট টীম৷ ভাৰতৰ মাটিত ভৰি দিয়াৰ লগে লগেই অন্য খেলুৱৈৰ দৰেকৈয়ে পাকিস্তানৰ দলৰ খেলুৱৈসকলক স্বাগত জনোৱা হৈছে৷ ভাৰতীয়ৰ অভ্যৰ্থনাত আপ্লুত হৈ পৰাৰ কথা নিজেই প্ৰকাশ কৰিছে প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰতিজন খেলুৱৈয়ে৷

বুধবাৰে হায়দৰাবাদত ভৰি ৰাখিছে পাকিস্তানৰ দলৰ খেলুৱৈয়ে৷ হায়দৰাবাদত বাবৰ আজমৰ দলক উষ্ম আদৰণি জনোৱাৰ পাছত চৰিত্ৰ সলনি হোৱা নাই পাক খেলুৱৈৰ৷ উদাৰহণ পৃথককৈ দিয়াৰ প্ৰয়োজন নাই প্ৰাক্তন ক্ৰিকেটাৰ মুস্তাক আহমেদৰ মন্তব্যই এই কথাৰ প্ৰমাণ দিছে৷ ভাৰতীয়ই তেওঁলোকক যিমানেই অভ্যৰ্থনা নজনাওক কিয় তেওঁলোকে ভাৰতীয়ৰ সম্বাষণত কাহানিও সুখী নহয়৷

এসময়ত পাকিস্তানৰ ক্ৰিকেট দলৰ অন্যতম স্পিনাৰ আছিল মুস্তাক আহমেদ৷ পাকিস্তানৰ এটা টেলিভিছন চেনেলত দিয়া ইণ্টাৰভিউ’ত ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰিছে মুস্তাক আহমেদে৷ মুস্তাক আহমেদে কয়, ‘হায়দৰাবাদ আৰু আহমেদাবাদত বহুসংখ্যক মুছলমান লোক আছে৷ ভাৰতীয় প্ৰতিজন মুছলমানেই পাকিস্তান দলকেই সমৰ্থন কৰিব৷ ইণ্টাৰভিউটোত অনুষ্ঠানৰ সঞ্চালকেই পোনতে এই প্ৰশ্ন উত্থাপন কৰিছিল৷ উত্তৰত মুস্তাক আহমেদে কয়, ‘ভাৰতৰ বিৰুদ্ধে খেলাৰ বাবে আমাৰ দল ভাৰতৰ হায়দৰাবাদলৈ গৈছে৷ আশা কৰিছো হায়দৰাবাদত থকা আমাৰ ফেনসকলৰ চাপৰ্ট আমি পামেই৷ প্ৰথমে আমাৰ ভিছাৰ বহু সমস্যা আছিল৷ তাৰপিছতেই সমস্যা আঁতৰাই আমি মেচত ফকাচ কৰিছো৷ আমি জানো আমি ভাৰতীয় ফেনসকলৰ চাপৰ্ট পামেই৷ পাকিস্তানৰ ক্ৰিকেটাৰে কেতিয়াও সমৰ্থনৰ অভাৱত নুভুগে৷’ ইয়াৰোপৰি মুস্তাকে কয়, ‘ভাৰতৰ আহমেদাবাদ আৰু হায়দৰাবাদত যথেষ্ট সংখ্যক মুছলমান লোক আছে৷ পাকিস্তানৰ ক্ৰিকেটাৰসকলক তেওঁলোকেই অভ্যৰ্থনা জনাইছে৷ আমি জানো পাকিস্তানৰ ক্ৰিকেট দলে যথেষ্ট চাপৰ্ট পাব৷’

উল্লেখ্য যে মুস্তাক আহমেদ পাকিস্তানৰ অন্যতম স্পিনাৰ আছিল৷ ৰিষ্ট স্পিনৰ বাবেই তেওঁ জনপ্ৰিয়৷ ১৯৯২ চনত পাকিস্তান ক্ৰিকেট দলে বিশ্বকাপ জয় কৰোতে দলটোৰ প্ৰতি তেখেতৰ বিশেষ অৱদান আছিল৷ সেই বিশ্বকাপত মুস্তাকে মুঠ ১৬টা উইকেট লৈ বিপক্ষক ধৰাসায়ী কৰিছিল৷ বিপক্ষৰ বেটাৰক আউট কৰাই উজলি উঠিছিল মুস্তাক৷ পাকিস্তানৰ এইগৰাকী প্ৰখ্যাত ক্ৰিকেটাৰৰ এনে মন্তব্য শুনি আচৰিত হৈছে এতিয়া প্ৰতিগৰাকী সচেতন ক্ৰীড়াপ্ৰেমীয়েই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24Best Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
‘দেশৰ সকলোতকৈ ডাঙৰ প্ৰতাৰক হৈছে ইছকন’, মন্তব্যৰ বাবেই মেনকা গান্ধীৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ

‘দেশৰ সকলোতকৈ ডাঙৰ প্ৰতাৰক হৈছে ইছকন’, মন্তব্যৰ বাবেই মেনকা গান্ধীৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ

ভাৰতলৈ আহিলে ভাৰতীয় খাদ্যই খাব লাগিব, পাকিস্তানী ক্ৰিকেটাৰে ভাৰতত কি কি খাদ্য খাব লাগিব? ভাইৰেল হ’ল মেনু

ভাৰতলৈ আহিলে ভাৰতীয় খাদ্যই খাব লাগিব, পাকিস্তানী ক্ৰিকেটাৰে ভাৰতত কি কি খাদ্য খাব লাগিব? ভাইৰেল হ’ল মেনু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.