• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯ বছৰীয়া মনোমালিন্য শেষ! ভাৰত-পাক মেচৰ উদ্বোধনী অনুষ্ঠানত একেলগে দেখা যাব অৰিজিৎ আৰু ছলমান খানক

৯ বছৰীয়া মনোমালিন্য শেষ! ভাৰত-পাক মেচৰ উদ্বোধনী অনুষ্ঠানত একেলগে দেখা যাব অৰিজিৎ আৰু ছলমান খানক

3 years ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

২০ বছৰ বয়সত কৰক এই কাম, সলনি হব আপোনাৰ ভৱিষ্যত!

14 minutes ago
পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

42 minutes ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

অষ্টম দৰমহা আয়োগত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন বন্ধ হ’ব নেকি? NC-JCM এ প্ৰকাশ কৰিছে সম্পূৰ্ণ সত্য

1 hour ago
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

2 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

3 hours ago
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

3 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

21 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

21 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

21 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

21 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

22 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

৯ বছৰীয়া মনোমালিন্য শেষ! ভাৰত-পাক মেচৰ উদ্বোধনী অনুষ্ঠানত একেলগে দেখা যাব অৰিজিৎ আৰু ছলমান খানক

editor by editor
October 13, 2023
in ক্ৰীড়া, চিনেমা, ফেশ্বন, বিনোদন, বিশ্ব, ভাৰত
0
৯ বছৰীয়া মনোমালিন্য শেষ! ভাৰত-পাক মেচৰ উদ্বোধনী অনুষ্ঠানত একেলগে দেখা যাব অৰিজিৎ আৰু ছলমান খানক
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সম্পৰ্কই ফাঁট মেলিছিল ৯ বছৰ পূৰ্বেই৷ ছলমানৰ অপ্ৰিয় হৈ পৰিছিল অৰিজিৎ সিং৷ নিশাৰ ভিতৰতেই শেষ হৈ গৈছিল এটা সম্পৰ্ক৷ ছলমানৰ কোনো শ্ব’, চিনেমাত গীত পৰিবেশন কৰা নাছিল অৰিজিতেও৷ লাহে লাহে কথাবোৰ পুৰণি হৈছে৷ খঙো কমিছে৷ ছলমানে আৰু পুৰণি আক্ষেপসমূহ কঢ়িয়াই ফুৰিব খোজা নাই৷ ‘টাইগাৰ-৩’ৰ মুক্তিৰ পূৰ্বে মান-অভিমান এৰি অৰিজিতক ক্ষমা কৰি দিছে ভাইজানে৷ কিছুদিন পূৰ্বে ছলমানৰ গেলেক্সীলৈকো গৈছিল অৰিজিৎ সিং৷ ভাইৰেল খবৰ অনুসৰি তেওঁলোকৰ মাজত আকৌ বন্ধুত্বৰ এনাজৰীডাল সুদৃঢ় হৈছে৷

ভাইজানৰ সৈতে সম্পৰ্ক ভাল হোৱাৰ পাছতেই বিশ্বৰ বৃহত্তম ক্ৰিকেট ষ্টেডিয়ামত গীত পৰিবেশনৰ বাবে আমন্ত্ৰিত হৈছে অৰিজিৎ৷ শনিবাৰে মহালয়া৷ দেৱীপক্ষৰ আৰম্ভ হ’ব৷ সেই পবিত্ৰ দিনটোতেই বিশ্বকাপ ক্ৰিকেটত আহমেদাবাদ ষ্টেডিয়ামত মুখামুখি হ’ব ভাৰত-পাকিস্তান৷ ভাৰত-পাকিস্তানৰ খেলক লৈ ইতিমধ্যে সাঁজু কৰি তোলা হৈছে সকলো৷ আহমেদাবাদ ষ্টেডিয়ামৰ লগতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে সমগ্ৰ চহৰতেই৷ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ সেই দিনটোতেই গীত পৰিবেশন কৰিব অৰিজিৎ সিঙে৷ দুপৰীয়া ২ বজাৰ পৰা ভাৰত-পকিস্তানৰ মেচ আৰম্ভ হ’ব৷ কিন্তু মেচ আৰম্ভণিৰ পূৰ্বে ৰখা হৈছে সাংস্কৃতিক অনুষ্ঠান৷ সেয়ে ১২ বজাৰ পৰাই আৰম্ভ হ’ব অনুষ্ঠান৷ শনিবাৰে এই অনুষ্ঠানত উপস্থিত থাকিব অমিতাভ বচ্চনৰ পৰা ছলমান খানলৈকে কেইবাজনো বলীউড তাৰকা৷

বলীউডৰ এক সূত্ৰৰ খবৰ অনুসৰি ছলমানে শনিবাৰৰ এই অনুষ্ঠানতেই তেওঁৰ নতুন ছবি ‘টাইগাৰ-৩’ ৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিব৷ এইবাৰ আইচিচি বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান আয়োজিত হোৱা নাছিল৷ সেয়ে ১৪ তাৰিখে ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেচৰ আৰম্ভনিত বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে বি চি চিআয়ে৷ সুখবিন্দৰ সিং আৰু শংকৰ মহাদেৱেও এই অনুষ্ঠানত উপস্থিত থাকিব৷ অৰিজিৎ এই অনুষ্ঠানৰ বিশেষ আকৰ্ষণ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা
বিশ্ব

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

August 30, 2026
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে
বিনোদন

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

August 29, 2026
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা
বিশ্ব

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

August 29, 2026
Next Post
বিশ্বকাপত ৭বাৰ ভাৰতৰ বিৰুদ্ধে খেলি ৭বাৰেই পৰাজয়! অষ্টম মেচত ভাৰতক পৰাস্ত কৰিব পাৰিবনে বাবৰ বাহিনীয়ে? কি ক’লে পাক অধিনায়ক বাবৰে?

বিশ্বকাপত ৭বাৰ ভাৰতৰ বিৰুদ্ধে খেলি ৭বাৰেই পৰাজয়! অষ্টম মেচত ভাৰতক পৰাস্ত কৰিব পাৰিবনে বাবৰ বাহিনীয়ে? কি ক’লে পাক অধিনায়ক বাবৰে?

‘সন্ত্ৰাসবাদী সংগঠনক আমি ঠাই নিদিও!’ হামাছক সমৰ্থন কৰিলেই ডিলিট হ’ব আপোনাৰ এক্স হেণ্ডেলত থকা একাউন্ট

‘সন্ত্ৰাসবাদী সংগঠনক আমি ঠাই নিদিও!’ হামাছক সমৰ্থন কৰিলেই ডিলিট হ’ব আপোনাৰ এক্স হেণ্ডেলত থকা একাউন্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.