• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০৩ টকাকৈ আকৌ বাঢ়িল চিলিণ্ডাৰৰ দাম! কোন চহৰত কিমান দামত ক্ৰয় কৰিব পাৰিব বাণিজ্যিক চিলিণ্ডাৰ?

১০৩ টকাকৈ আকৌ বাঢ়িল চিলিণ্ডাৰৰ দাম! কোন চহৰত কিমান দামত ক্ৰয় কৰিব পাৰিব বাণিজ্যিক চিলিণ্ডাৰ?

3 years ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

37 minutes ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

1 hour ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

3 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

3 hours ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

4 hours ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

5 hours ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

6 hours ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

7 hours ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

8 hours ago
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

9 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

21 hours ago
চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

১০৩ টকাকৈ আকৌ বাঢ়িল চিলিণ্ডাৰৰ দাম! কোন চহৰত কিমান দামত ক্ৰয় কৰিব পাৰিব বাণিজ্যিক চিলিণ্ডাৰ?

editor by editor
November 1, 2023
in বাণিজ্য, বিবিধ, ভাৰত
0
১০৩ টকাকৈ আকৌ বাঢ়িল চিলিণ্ডাৰৰ দাম! কোন চহৰত কিমান দামত ক্ৰয় কৰিব পাৰিব বাণিজ্যিক চিলিণ্ডাৰ?
0
SHARES
664
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আকৌ বাঢ়িল চিলিণ্ডাৰৰ দাম। এক ধাক্কাতেই এইবাৰ ১০০ টকাতকৈয়ো অধিক বৃদ্ধি হ’ল বাণিজ্যিক চিলিণ্ডাৰৰ দাম। বুধবাৰে অৰ্থাৎ ১ নৱেম্বৰৰ পৰা এই নতুন দাম কাৰ্যকৰী হৈছে সমগ্ৰ দেশতে। কেন্দ্ৰই জনোৱা অনু,কি তৈল সংস্থাসমূহৰ তৰফৰ পৰা জনোৱা অনুসৰি তেল সংস্থাসমূহে দাম বৃদ্ধি কৰাৰ বাবেই দাম বাঢ়িছে বাণিজ্যিক চিলিণ্ডাৰৰ। ১৯ কিঃগ্ৰাঃৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ পাছতেই এতিয়া সৰু-বৰ ৰেস্তোৰা, হোটেল আদিত খাদ্যৰ দাম বৃদ্ধি হোৱাৰো চৰ্চা আৰম্ভ হৈছে। এই দাম বৃদ্ধিয়ে সমস্ত ক্ষেত্ৰকেই প্ৰভাৱ পেলাব বুলি জনাইছে।

দেশৰ সমস্ত মেট্ৰো চহৰত বুধবাৰৰ পৰা নতুন দামত বিক্ৰী হ’ব বাণিজ্যিক এল পিজি গেছৰ চিলিণ্ডাৰ। দিল্লীত ১৯ কিঃগ্ৰাঃ গেছ চিলিণ্ডাৰ বিক্ৰি হ’ব ১৮৩৩টকাত। কলকাতাত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৯৪৩টকা, মুম্বাইত ১৭৮৫টকা, বাংগালুৰুত ১৯১৪.৫০টকা, চেন্নাইত ১৯৯৯.৫০টকা দামত ক্ৰয় কৰিব পাৰিব বাণিজ্যিক চিলিণ্ডাৰ। বিগত দুমাহৰ ভিতৰতেই দুবাৰকৈ দাম বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ। বৰ্তমান গুৱাহাটী মহানগৰীত বাণিজ্যিক চিলিণ্ডাৰৰ দাম হৈছেগৈ প্ৰায় ২০০০ টকা।

বিগত ছেপ্টেম্বৰ মাহত দেশজুৰি বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৫৭ টকাকৈ কমিছিল যদিও অক্টোবৰ মাহত গেছ চিলিণ্ডাৰৰ দাম আকৌ বৃদ্ধি পাইছিল। প্ৰায় ২০৬টকাকৈ অক্টোবৰত বৃদ্ধি পোৱাৰ পাছতেই নৱেম্বৰৰ ১তাৰিখে পুনৰ ১০৩ টকা বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?
বিশ্ব

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

June 16, 2026
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

June 16, 2026
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম
শিক্ষা

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

June 16, 2026
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?
বিশ্ব

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

June 16, 2026
Next Post
একেলগেই স্থান সলনি কৰিছে ৰাহু আৰু কেতুৱে! ৯৬ঘণ্টাৰ পাছৰে পৰা ভাগ্য উদয় ৩ৰাশিৰ জাতকৰ

একেলগেই স্থান সলনি কৰিছে ৰাহু আৰু কেতুৱে! ৯৬ঘণ্টাৰ পাছৰে পৰা ভাগ্য উদয় ৩ৰাশিৰ জাতকৰ

সন্মানৰ কথাও আছে! নিজৰ আসন ৰক্ষা কৰিবনে, ইজৰাইলৰ যুদ্ধ বন্ধ কৰিবলৈ নিৰ্দেশ দিব?

সন্মানৰ কথাও আছে! নিজৰ আসন ৰক্ষা কৰিবনে, ইজৰাইলৰ যুদ্ধ বন্ধ কৰিবলৈ নিৰ্দেশ দিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.