• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বোনাছ দিছে ফেছবুকে! ধন উপাৰ্জনৰ সহজ উপায় উলিয়াইছে মেটাই, আপুনিও ল’ব পাৰে সুযোগ

বোনাছ দিছে ফেছবুকে! ধন উপাৰ্জনৰ সহজ উপায় উলিয়াইছে মেটাই, আপুনিও ল’ব পাৰে সুযোগ

3 years ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

10 minutes ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

1 hour ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

2 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

3 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

4 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

4 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

5 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

5 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

6 hours ago
অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

6 hours ago
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

8 hours ago
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

বোনাছ দিছে ফেছবুকে! ধন উপাৰ্জনৰ সহজ উপায় উলিয়াইছে মেটাই, আপুনিও ল’ব পাৰে সুযোগ

editor by editor
November 8, 2023
in প্ৰযুক্তি, বাণিজ্য, বিশ্ব
0
বোনাছ দিছে ফেছবুকে! ধন উপাৰ্জনৰ সহজ উপায় উলিয়াইছে মেটাই, আপুনিও ল’ব পাৰে সুযোগ
0
SHARES
670
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ফেছবুকত ধন উপাৰ্জন কৰিব বিচাৰিছে নেকি? সম্প্ৰতি বিশেষ সুবিধা আনিছে মেটাই। বোনাছৰ ওপৰিও বিজ্ঞাপনক বাদ দি কি কি উপায়েৰে ধন আয় কৰিব পাৰিব ফেছবুকত? দীপাৱলীৰ প্ৰাকক্ষণতেই ফেছবুক ইউজাৰকাৰীক বিশেষ বোনাছ দিবলৈ আগবাঢ়িছে মেটা। ফেছবুকেই নহয় ইনষ্টাগ্ৰাম ইউজাৰকাৰীয়েও পাব এই বোনাছৰ অংশ। কিন্তু কেনেকৈ ধন আয় কৰিব ফেছবুকত?

মেটাই জনোৱা অনুসৰি ৩৫ খন দেশত নতুন ছাবস্ক্ৰিপশ্ব্যন মডেল আৰম্ভ কৰিছে মেটাই। এই ছাবস্ক্ৰিপশ্ব্যনৰ মাধ্যমেৰে প্ৰতি মাহত ভাল ধন আয় কৰিব পাৰিব প্ৰতিজন কনটেন্ট ক্ৰিয়েটৰে। ফেছবুকৰ পৰা ইতিমধ্যেই বহু ধন আয় কৰি আছে বহু কণ্টেন্ট ক্ৰিয়েটৰে। ক্ৰিয়েটৰসকলে তেওঁলোকৰ সৃষ্টিশীল কামৰ মাধ্যমেৰে ৰীলছ আৰু ফটো শ্বেয়াৰ কৰি ধন উপাৰ্জন কৰি আছে। প্ৰাথমিকভাৱে নিৰ্বাচিত কেইবাজনো ক্ৰিয়েটৰে লাভ কৰিব ইনভাইট অনলি বোনাছ। ৰিলছ আৰু ছবিত কিমান ভিউ হ’লে বোনাছ পাব?

ইনষ্টাগ্ৰাম ছাবস্ক্ৰিপশ্ব্যন
ইনষ্টাগ্ৰামত বহু ফলৱাৰ্ছ আছে নেকি আপোনাৰ? এক্সক্লুছিভ কনটেণ্ট বনাই ছাবস্ক্ৰিপশ্ব্যনৰ বাবে চাৰ্জ কৰিব পাৰে ক্ৰিয়েটৰে। ৩৫ খন দেশত এই ইনষ্টাগ্ৰাম ছাবস্ক্ৰিপশ্ব্যন আৰম্ভ কৰিছে মেটাই। ফলোৱাৰ্ছসকলে যেতিয়া আপোনাৰ ৰিলছ চাব, তাতেই তেওঁলোকে ছাবস্ক্ৰিপশ্ব্যন অপশ্ব্যনটো পাব। DM বা ষ্টৰীৰ মাধ্যমেৰ ছাবস্ক্ৰাইবাৰক স্বাগত জনাবও পাৰিব।

ফেছবুক ছাবস্ক্ৰিপশ্ব্যন আপডেট
ইনষ্টাগ্ৰামৰ দৰে ফেছবুকতো আছে ছাবস্ক্ৰিপশ্ব্যনৰ সুবিধা। আগন্তুক দিনত কেইবালাখ ক্ৰিয়েটৰৰ একাউণ্টত এই ছাবস্ক্ৰিপশ্ব্যনৰ সুবিধা উপলব্ধ হ’ব বুলি জনাইছে মেটাই। ৰিলছ, ফেছবুক ষ্টৰীৰ মাধ্যমেৰে ছাবস্ক্ৰিপশ্ব্যন প্ৰমোট কৰা হ’ব। ইয়াৰোপৰি ফেনসকলৰ বাবে ৩০ দিনৰ ফ্ৰি ছাবস্ক্ৰিপশ্ব্যনৰ সুযোগো দিয়া হ’ব। এইদৰেও প্ৰতিমাহে মোটা অংকৰ ধন আয় কৰিব পাৰিব।

ইনষ্টাগ্ৰাম গীফট
আপুনি তৈয়াৰ কৰা ৰিলছ যদি ফলৱাৰ্ছে পছন্দ কৰে তেন্তে আপোনাক ইনষ্টাগ্ৰামৰ তৰফৰ পৰা গীফট পঠোৱা হ’ব। এই গীফট দিয়া হ’ব ইনষ্টাগ্ৰামৰ পৰাই। এই সুযোগ লাভ কৰিবলৈ আপোনাৰ একাউণ্টত ফলৱাৰ্ছৰ সংখ্যা অন্তত ৫০০০ আৰু ক্ৰিয়েটৰৰ বয়স ১৮ বছৰতকৈ বেছি হ’ব লাগিব। বিজ্ঞাপনত ভাগ লোৱাৰ প্ৰক্ৰিয়া সহজ কৰা হৈছে ফেছবুকত। বিভিন্ন সংস্থাৰ সৈতে অংশীদাৰিত্ব কৰাৰ প্ৰক্ৰিয়া সহজ কৰিছে মেটাই। এইবাৰৰ পৰা ইনষ্টাগ্ৰাম ষ্টৰী পোষ্ট কৰাৰ সময়ত ‘Allow Brand Partner to Boost’ বুলি এটা অপশ্ব্যন আহিব। তাত ক্লিক কৰিলেই বিজ্ঞাপনৰ মাধ্যমেৰে মোটা অংকৰ ধন প্ৰতিমাহে আয় কৰিব পাৰিব।

ফেছবুক আৰু ইনষ্টাগ্ৰামত এই সকলো সুবিধা লবৰ বাবে ক্ৰিয়েটৰৰ একাউণ্টত ভিজিট কৰিব লাগিব। তাতেই মেটাৰ অপশ্ব্যনসমূহ আপুনি দেখা পাব। আপোনাৰ একাউণ্টত যদি এই সমস্ত সুবিধাসমূহ বৰ্তমানলৈকে উপলব্ধ হোৱা নাই তেন্তে অপেক্ষা কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!
বাণিজ্য

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

October 9, 2026
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!
বাণিজ্য

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

October 9, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

October 9, 2026
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’
বাণিজ্য

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

October 9, 2026
Next Post
‘গাৰ্হস্থ্য হিংসাৰ পৰা বিচ্ছেদ!’ বিবাহৰ ১২ বছৰ পাছত ডিভোৰ্ছ হানী সিং আৰু শালিনী তলোৱাৰৰ

'গাৰ্হস্থ্য হিংসাৰ পৰা বিচ্ছেদ!’ বিবাহৰ ১২ বছৰ পাছত ডিভোৰ্ছ হানী সিং আৰু শালিনী তলোৱাৰৰ

ধনতেৰছৰ দিনাই প্ৰতি ১২ বছৰৰ অন্তত মৰ্ত্যলৈ নামি আহে মা লক্ষ্মী! জানক কিয় ১২ বছৰৰ অন্তত আহে মা লক্ষ্মী?

ধনতেৰছৰ দিনাই প্ৰতি ১২ বছৰৰ অন্তত মৰ্ত্যলৈ নামি আহে মা লক্ষ্মী! জানক কিয় ১২ বছৰৰ অন্তত আহে মা লক্ষ্মী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.