• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘গাৰ্হস্থ্য হিংসাৰ পৰা বিচ্ছেদ!’ বিবাহৰ ১২ বছৰ পাছত ডিভোৰ্ছ হানী সিং আৰু শালিনী তলোৱাৰৰ

2 years ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

13 minutes ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

34 minutes ago
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

1 hour ago
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

2 hours ago
হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

3 hours ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

4 hours ago
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

5 hours ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

6 hours ago
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘গাৰ্হস্থ্য হিংসাৰ পৰা বিচ্ছেদ!’ বিবাহৰ ১২ বছৰ পাছত ডিভোৰ্ছ হানী সিং আৰু শালিনী তলোৱাৰৰ

editor by editor
November 8, 2023
in জীৱনশৈলী, ভাৰত, সংগীত
0
‘গাৰ্হস্থ্য হিংসাৰ পৰা বিচ্ছেদ!’ বিবাহৰ ১২ বছৰ পাছত ডিভোৰ্ছ হানী সিং আৰু শালিনী তলোৱাৰৰ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰায় ১৩ বছৰীয়া বৈবাহিক জীৱন। অৱশেষত এই সম্পৰ্কলৈকো বিচ্ছেদ আহিল। মঙলবাৰে দিল্লীৰ এখন আদালতত গায়ক তথা ৰেপাৰ হানী সিং আৰু তেওঁৰ পত্নী শালিনী তলোৱাৰৰ বিবাহবিচ্ছেদ মঞ্জুৰ হৈছে। পাৰিবাৰিক আদালতৰ প্রধান ন্যায়াধীশ পৰমজিৎ সিঙে প্ৰায় আঢ়ৈ বছৰীয়া দীৰ্ঘ বিচাৰৰ অন্তত দিলে বিশেষ ৰায়। পৰমজিৎ সিঙে দ্বিতীয় প্ৰস্তাৱত হিন্দু বিবাহ আইন অনুসৰি বিবাহবিচ্ছেদৰ আবেদন কৰাৰ ছয়ৰ পৰা ১৮ মাহলৈ পিছুৱাই দিছিল। এই ১৮ মাহ সময়ক অন্তবৰ্তীকালীন সময় হিচাপে দিয়া হৈছিল। এই সময় দিয়াৰ উদ্দেশ্য হৈছে তেওঁলোকক বিষয়টো সন্দৰ্ভত পুনৰ বিবেচনা কৰিবলৈ সময় দিয়া।

হানী সিঙে ২০১১ চনৰ জানুৱাৰীত শালিনী তলোৱাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ১১ বছৰ একেলগে থকাক অন্তত হিন্দু বিবাহ আইনৰ 13B ধাৰাৰ অধীনত পাৰিবাৰিক আদালতত পাৰস্পৰিকভাৱে বিবাহবিচ্ছেদৰ আৱেদন কৰিছিল। হানী সিঙৰ অধিবক্তা ঈশান মুখাৰ্জীয়ে এই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত কয়, ‘এয়া হানী সিঙৰ একান্তই ব্যক্তিগত বিষয়। দুয়োৱে পাৰস্পৰিকভাৱেই বিচ্ছেদ লৈছে।’

অৱশ্যে তেওঁৰ পত্নীয়ে শালিনীয়ে ২০২১ চনৰ আগষ্টত দিল্লীৰ তিছ হাজাৰী আদালতত হানীৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ গোচৰ তৰিছিল। পত্নীৰ অভিযোগৰ কিছুদিন পাছতেই হানী সিঙে ২০২২ ৰ ডিচেম্বৰত এটা ইভেণ্টত তেওঁৰ নতুন গাৰ্লফ্ৰেণ্ড টিনা থাদানিক সকলোৰে সন্মুখত পৰিচয় কৰায় দিছিল। ডুবাইৰ নাগৰিক টিনা থাদানিয়ে হানী সিঙৰ নতুন গান, ‘পেৰিছ কা ট্ৰিপ’ত অভিনয়ো কৰিছে। টিনা এগৰাকী কানাডিয়ান অভিনেত্ৰী হোৱাৰ লগতে তেওঁ এগৰাকী মডেল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?
জীৱনশৈলী

May 5, 2026
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?
অপৰাধ

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

May 5, 2026
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?
অসম

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

May 5, 2026
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?
জীৱনশৈলী

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

May 5, 2026
Next Post
ধনতেৰছৰ দিনাই প্ৰতি ১২ বছৰৰ অন্তত মৰ্ত্যলৈ নামি আহে মা লক্ষ্মী! জানক কিয় ১২ বছৰৰ অন্তত আহে মা লক্ষ্মী?

‘বিগ বছ’ৰ ঘৰত মতৰ অমিল! মুম্বাইত অকলে থকা অংকিতাই কেৱল সম্পত্তিৰ বাবেহে বিয়া কৰাইছে নেকি বিকিক?

'বিগ বছ’ৰ ঘৰত মতৰ অমিল! মুম্বাইত অকলে থকা অংকিতাই কেৱল সম্পত্তিৰ বাবেহে বিয়া কৰাইছে নেকি বিকিক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন