• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনতেৰছৰ দিনাই প্ৰতি ১২ বছৰৰ অন্তত মৰ্ত্যলৈ নামি আহে মা লক্ষ্মী! জানক কিয় ১২ বছৰৰ অন্তত আহে মা লক্ষ্মী?

ধনতেৰছৰ দিনাই প্ৰতি ১২ বছৰৰ অন্তত মৰ্ত্যলৈ নামি আহে মা লক্ষ্মী! জানক কিয় ১২ বছৰৰ অন্তত আহে মা লক্ষ্মী?

2 years ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

14 minutes ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

38 minutes ago
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

1 hour ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

3 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

4 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

4 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

5 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

5 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

21 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

22 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

23 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনতেৰছৰ দিনাই প্ৰতি ১২ বছৰৰ অন্তত মৰ্ত্যলৈ নামি আহে মা লক্ষ্মী! জানক কিয় ১২ বছৰৰ অন্তত আহে মা লক্ষ্মী?

editor by editor
November 8, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ধনতেৰছৰ দিনাই প্ৰতি ১২ বছৰৰ অন্তত মৰ্ত্যলৈ নামি আহে মা লক্ষ্মী! জানক কিয় ১২ বছৰৰ অন্তত আহে মা লক্ষ্মী?
0
SHARES
9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দীপাৱলীৰ দুদিন পূৰ্বেই পালিত হ’ব ধনতেৰছ বা ধন ত্ৰয়োদশী। কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত ধনতেৰছ পালন কৰা হয়। এই বছৰ ধনতেৰছ ১০ নৱেম্বৰত পালন কৰা হ’ব। প্ৰচলিত বিশ্বাস অনুসৰি এই দিনটোত বজাৰ কৰিলে মা লক্ষ্মীৰ কৃপা আপুনি লাভ কৰিব। ধনতেৰছত আপুনি যি ক্ৰয় কৰিব চাৰ ১৩ গুণ আপোনাৰ সম্পদ বৃদ্ধি পাব। পুৰাণ অনুসৰি সমুদ্ৰ মন্থনৰ ফলত এই দিনটোতেই সমূদ্ৰৰ গৰ্ভৰ পৰা আবিৰ্ভাৱ হৈছিল মা লক্ষ্মীৰ। সমগ্ৰ বিশ্বৰ ধনভাণ্ডাৰৰ সৈতে লক্ষ্মী দেৱী এই দিনটোতেই আবিৰ্ভাৱ হৈছিল। তেতিয়াৰে পৰাই এইদিনটোক ধনতেৰছ বুলি কোৱা হয়। প্ৰচলিত বিশ্বাস অনুসৰি এই দিনটোত সোন, ৰূপ, তাম আৰু পিতলেৰে তৈয়াৰ কৰা সামগ্ৰী ক্ৰয় কৰাটো শুভ। ধনতেৰছত লৈ আৰু এটি পুৰাণ কথাও প্ৰচলিত হৈ আছে। এই কাহিনী অনুসৰি সকলো মানুহৰেই জীৱনত প্ৰতি ১২ বছৰৰ অন্তত বহুকেইটা সালসলনি আহে। জানি থওক ধনতেৰছ পালনৰ সঠিক কথা।

ধনতেৰছক লৈ পুৰাণত থকা কাহিনী
এবাৰ শ্ৰীবিষ্ণু মৰ্ত্যলোকলৈ অৰ্থাৎ পৃথিৱীৰ ফালে আহিছিল। সেই সময়ত দেৱী লক্ষ্মীয়ে তেওঁক এটা বিশেষ অনুৰোধ কৰিছিল। বিষ্ণুয়ে লক্ষ্মীক কয় যে, তেওঁৰ কথা শুনি চলিলেহে বিষ্ণুৱে তেওঁক দেখা দিব। বিষ্ণুৰ সকলো কথা মানি চলিব বুলি কথা দিয়ে লক্ষ্মীয়ে। পৃথিৱীত উপস্থিত হৈ এক স্থানত ৰৈ শ্ৰী বিষ্ণুৱে লক্ষ্মীক কয়, ‘মই ঘূৰি অহা পৰ্যন্ত তুমি এই স্থানতেই অপেক্ষা কৰিবা।’ এইবুলি কৈয়েই তেওঁ দক্ষিণৰ ফালে গমন কৰে। দক্ষিণ দিশত কি আছে? ক’লৈ গৈছে বিষ্ণু, সেই বিষয়টোক লৈ তেওঁ কৌতুহল সামৰিব নোৱাৰিলে। বিষয়টোক জানিবলৈ মা লক্ষ্মীৰ মন উদগ্ৰীৱ হৈ পৰিল।

নিজৰ কৌতুহল দমন কৰিব নোৱাৰি প্ৰতিশ্ৰুতি পাহৰি পেলাই লক্ষ্মীয়ে। কিছুদূৰ যোৱাৰ পাছতেই তেওঁ এটা স্থানত থমকি ৰয়। সুন্দৰ এখন ফুলৰ বাগিছাই তেওঁক মুগ্ধ কৰে। লক্ষ্মীয়ে এই স্থানত ৰৈ থাকোতেই বিষ্ণু ওভতি আহে। উভতি আহিয়েই তেওঁ লক্ষ্মীক সেই স্থানত দেখা পায়। বিষ্ণুৰ কথা অমান্য কৰাৰ বাবে লক্ষ্মীক তেওঁ অভিশাপ দিয়ে যে যিগৰাকী কৃষকৰ সূৰ্যফুলৰ খেতিত তেওঁ প্ৰৱেশ কৰিছে এই খেতিয়কৰ ঘৰত তেওঁ ১২ বছৰ থাকিব লাগিব। স্বৰ্গলৈ ১২ বছৰলৈ তেওঁ আৰু যাব নোৱাৰিব। এইবুলি কৈয়েই বিষ্ণুৱে ক্ষীৰ সাগৰত প্ৰস্থান কৰে আৰু লক্ষ্মীয়েও সেই কৃষকৰ ঘৰলৈ যাব লগাত পৰে।

লক্ষ্মীয়ে তেওঁৰ ঘৰত অৱস্থান কৰাত কৃষকৰ ঘৰ সম্পদ আৰু সম্পত্তিৰে ভৰি পৰে। ১২ বছৰ পাছত লক্ষ্মীক ওভটাই নিবলৈ বিষ্ণু নিজেই আছে। কৃষকে কিন্তু তেওঁক কোনো কাৰণতেই যাব দিব নিবিচাৰিলে। তেতিয়াই মা লক্ষ্মীয়ে সেইগৰাকী কৃষকক কয় যে প্ৰতি বছৰে ধনতেৰছৰ দিনা ঘৰ পৰিষ্কাৰ পৰি ঘিউৰ প্ৰদীপ জ্বলাই আৰাধনা কৰিব। ইয়াৰোপৰি তামৰ পাত্ৰত কিছুপৰিমানে ধন ৰাখি থব। তেওঁ নহালৈকে ঘৰত এইদৰে প্ৰদীপ জ্বলাই ৰাখিব। ইয়াৰপাছতেই প্ৰতি ১২ বছৰ পাছত মা লক্ষ্মীয়ে মৰ্ত্যৰ কোনো কোনো ব্যক্তিৰ গৃহলৈ আহে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

January 30, 2026
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?
জীৱনশৈলী

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

January 30, 2026
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ
জীৱনশৈলী

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

January 30, 2026
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
Next Post
‘বিগ বছ’ৰ ঘৰত মতৰ অমিল! মুম্বাইত অকলে থকা অংকিতাই কেৱল সম্পত্তিৰ বাবেহে বিয়া কৰাইছে নেকি বিকিক?

'বিগ বছ’ৰ ঘৰত মতৰ অমিল! মুম্বাইত অকলে থকা অংকিতাই কেৱল সম্পত্তিৰ বাবেহে বিয়া কৰাইছে নেকি বিকিক?

মা কালী কিয় চতুৰ্ভূজা? কিয় তেওঁ কৃষ্ণবৰ্ণা? জানক সঠিক কাৰণ

মা কালী কিয় চতুৰ্ভূজা? কিয় তেওঁ কৃষ্ণবৰ্ণা? জানক সঠিক কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.