• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গর্ভৱতী পত্নীয়ে দিব পৰীক্ষা, স্কুটাৰত ১২০০ কিলোমটাৰ যাত্ৰা স্বামী-স্ত্ৰীৰ

গর্ভৱতী পত্নীয়ে দিব পৰীক্ষা, স্কুটাৰত ১২০০ কিলোমটাৰ যাত্ৰা স্বামী-স্ত্ৰীৰ

6 years ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

5 minutes ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

34 minutes ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

1 hour ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

2 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

3 hours ago
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

4 hours ago
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

5 hours ago
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

5 hours ago
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

7 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

8 hours ago
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

8 hours ago
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

গর্ভৱতী পত্নীয়ে দিব পৰীক্ষা, স্কুটাৰত ১২০০ কিলোমটাৰ যাত্ৰা স্বামী-স্ত্ৰীৰ

editor by editor
September 5, 2020
in বিবিধ
0
গর্ভৱতী পত্নীয়ে দিব পৰীক্ষা, স্কুটাৰত ১২০০ কিলোমটাৰ যাত্ৰা স্বামী-স্ত্ৰীৰ
0
SHARES
96
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পতি-পত্নীৰ সম্পর্ক স্বর্গীয়। ভালপোৱাৰ এনাজৰীৰে বান্ধ খাই দুয়ো। অগ্নিক সাক্ষী কৰি সাতটা জনমৰ বাবে একলগ হয় দুটি দেহা, দুটি মন আৰু দুটি আত্মা। শেহতীয়া এটি খবৰে স্বামী-স্ত্ৰীৰ সম্পর্কক এক নতুন মাত্ৰা প্ৰদান কৰিছে। ঝাৰখণ্ডৰ এহাল দম্পতীৰ কাহিনী এয়া। পত্নী গর্ভৱতী। পৰীক্ষা দিব D.Edৰ অর্থাৎ Diploma in Education। যাত্ৰা ১২০০ কিলোমিটাৰৰ। কিয়নো পৰীক্ষাৰ স্থান গোৱালিয়ৰ। বাছ অথবা ৰে’লত যাব নোৱাৰে। কাৰণ ক’ৰোনাৰ সন্ত্ৰাস। বিমোৰত দম্পতী। অৱশেষত লং ড্ৰাইভৰ পৰিকল্পনা। নিজৰ স্কুটাৰত ১২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি পত্নীক লৈ গ’ল পৰীক্ষা কেন্দ্ৰলৈ। এই খবৰে এটা চর্চা লাভ কৰিছে সর্বত্ৰে। উল্লেখ্য যে স্বামীগৰাকী হ’ল ২৭ বছৰীয়া ধনঞ্জয় কুমাৰ আৰু পত্নী ২২ বছৰীয়া ছনি। অৱশ্যে ব্যক্তিগত গাড়ী ভাড়াত লৈ যোৱাৰ পৰিকল্পনা কৰিছিল দম্পতীহালে। কিন্তু দম্পতীহালে সেই পৰিকল্পনা বাতিল কৰিবলগীয়া হয়। কিয়নো তেওঁলোকে ভাড়াৰ বাবদ দিবলগীয়া হ’লহেঁতেন ৩০ হাজাৰ টকা। সেয়েহে ঘৰৰ পুৰণি স্কুটাৰটোৱে হৈ পৰিল একমাত্ৰ ভৰসা। উল্লেখ্য যে যাত্ৰাপথ আছিল যথেষ্ট কষ্টকৰ। ৰাস্তাত থকা গাঁত, নলা-নর্দমাই নৰক যন্ত্ৰণা দিছিল। অৱশ্যে স্বামী স্কুটাৰ চলোৱাত পাকৈত আছিল। আৰু দুয়োৱে পাতি গৈছিল বিবাহৰ প্ৰথম দিনবোৰৰ মধুৰ স্মৃতিৰ কাহিনী। বচ্ সহজ হৈ পৰিল যাত্ৰা। ২৮ আগষ্টত আৰম্ভ হোৱা যাত্ৰাৰ অন্ত পৰিছিল ৩০ আগষ্টত। স্বামী-স্ত্ৰীৰ অগাধ ভালপোৱাই সহজ কৰে জীৱনৰ যাত্ৰা। এই ঘটনাই হয়তো তাকে প্ৰমাণ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?
বিনোদন

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

August 5, 2026
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?
জীৱনশৈলী

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

August 5, 2026
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল
বিনোদন

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

August 5, 2026
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়
বিজ্ঞান

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

August 5, 2026
Next Post
দীপক শৰ্মাৰ সৈতে ‘Burning Issue’ত প্ৰকৃতিবিদ নিৰন্তৰ গোঁহাই

দীপক শৰ্মাৰ সৈতে 'Burning Issue'ত প্ৰকৃতিবিদ নিৰন্তৰ গোঁহাই

ভ্ৰাম্যমাণত মহামাৰীৰ মাধমাৰ

ভ্ৰাম্যমাণত মহামাৰীৰ মাধমাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.