• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০ বছৰ ধৰি একোৱেই খোৱা নাই! খাদ্য অবিহনে ৭৫বছৰীয়া মহিলাগৰাকী কেনেকৈ সুস্থ হৈ আছে?

৫০ বছৰ ধৰি একোৱেই খোৱা নাই! খাদ্য অবিহনে ৭৫বছৰীয়া মহিলাগৰাকী কেনেকৈ সুস্থ হৈ আছে?

3 years ago
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

36 minutes ago
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

1 hour ago
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

2 hours ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

3 hours ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

3 hours ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

4 hours ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

5 hours ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

5 hours ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

6 hours ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

6 hours ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

7 hours ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫০ বছৰ ধৰি একোৱেই খোৱা নাই! খাদ্য অবিহনে ৭৫বছৰীয়া মহিলাগৰাকী কেনেকৈ সুস্থ হৈ আছে?

editor by editor
December 7, 2023
in জীৱনশৈলী, বিশ্ব
0
৫০ বছৰ ধৰি একোৱেই খোৱা নাই! খাদ্য অবিহনে ৭৫বছৰীয়া মহিলাগৰাকী কেনেকৈ সুস্থ হৈ আছে?
0
SHARES
267
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৭৫ বছৰীয়া এগৰাকী মহিলাই সামাজিক মাধ্যমত লাভ কৰিছে বিশেষ চৰ্চা। নেট দুনীয়াত কেৱল তেওঁৰেই চৰ্চা। মহিলাগৰাকীয়ে দাবী কৰিছে যে তেওঁ ৫০ বছৰ ধৰি জুলীয়া খাদ্য আৰু পানী খায়েই জীয়াই আছে। খাদ্য নোখোৱাকৈ কেনেকৈ জীয়াই আছে মহিলাগৰাকী? বুই তি লোই নামৰ এই মহিলাগৰাকীয়ে খাদ্যৰ নামত এটা দানাও মুখত দিয়া নাই। খাদ্য নাখালেও মহিলাগৰাকী কিন্তু সম্পূৰ্ণ সুস্থ।

বুইয়ে জনোৱা অনুসৰি ঘটনাৰ সূত্ৰপাত হৈছিল ১৯৬৩ চনতেই। তেওঁ কয়, ‘১৯৬৩ চনত হোৱা যুদ্ধৰ সময়ত মই অন্যান্য মহিলাসকলৰ সৈতে পাহাৰৰ ওপৰলৈ গৈ সৈন্যসকলৰ চিকিৎসা কৰিছিলো। পাহাৰৰ ওপৰত অনবৰতেই বজ্ৰপাত হৈ থাকে। সেই বজ্ৰপাততেই মই এবাৰ অজ্ঞান হৈ পৰো। দীৰ্ঘদিন ধৰি বৃষ্টিপাত হৈ থকাৰ বাবে আমি পাহাৰৰ ওপৰত আৱদ্ধ হৈ আছিলো। মোৰ যেতিয়া জ্ঞান আহিল তাৰপিছৰে পৰা মই একো খাব নোৱাৰা হৈ পৰো। তেতিয়াই মোৰ বন্ধু কেইজনমানে মোক কিবা মিঠা পানীয় খুওৱাই দিয়ে। সেই তেতিয়াৰে পৰাই মই পানী খাই জীৱন নিৰ্বাহ কৰি আছো।’

অৱশ্যে বুইয়ে জনোৱামতে তেওঁ ফলমূল খাবলৈকো চেষ্টা কৰিছিল। কিন্তু অলপ দিনৰ পাছত তেওঁ বুজি উঠে যে তেওঁ এইদৰে খোৱা খাদ্য হজম নহয়। কৰোবাত কিবা এটা সমস্যা হৈছে। ১৯৭০ চনৰ পৰা তেওঁ সকলো খাদ্যই খাবলৈ বাদ দিয়ে। কেৱল পানীয় খাদ্যহে সেৱন কৰিবলৈ ল’লে বুইয়ে। বুইৰ অন্যান্য খাদ্যৰ গোন্ধ পালেও বমি হয়। তেওঁৰ দুই সন্তানে পঢ়াশুনাৰ বাবে বাহিৰত থাকে। যাৰবাবে তেওঁ অন্য কাৰোবাবেই খাদ্য ৰান্ধিব নালাগে। ইয়াৰফলত তেওঁৰ ৰান্ধনীশালতো ধুলিৰ স্তৰ জমা হৈছে। নৰম পানীয় আৰ চেনী এই দুবিধ সেৱন কৰিয়েই শৰীৰত শক্তিৰ সঞ্চাৰ হয় বুইৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal of Assamviral news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা
ভাৰত

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

August 31, 2026
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?
জীৱনশৈলী

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

August 31, 2026
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ
জীৱনশৈলী

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

August 31, 2026
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা
বিশ্ব

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

August 31, 2026
Next Post
২৫ ডিচেম্বৰৰ পৰা তিনি ৰাশিৰ ভাগ্য সলনি হ’ব! ধন শক্তি ৰাজযোগত কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ ধনৰ আগমন ঘটিব? জানি থওক সবিশেষ…

২৫ ডিচেম্বৰৰ পৰা তিনি ৰাশিৰ ভাগ্য সলনি হ’ব! ধন শক্তি ৰাজযোগত কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ ধনৰ আগমন ঘটিব? জানি থওক সবিশেষ...

মঙল-বৃহস্পতিৰ পৰিবৰ্তন যোগত ভাগ্যোন্নতি ৩ ৰাশিৰ, বাঢ়িব আয়

মঙল-বৃহস্পতিৰ পৰিবৰ্তন যোগত ভাগ্যোন্নতি ৩ ৰাশিৰ, বাঢ়িব আয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.