• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাষ্টাৰচেফ

জুচৰ দোকানৰ পৰা মাষ্টাৰচেফৰ মজিয়ালৈ… লাখপতি হ’ল মহম্মদ আছিক

3 years ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

49 minutes ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

2 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

2 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

3 hours ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

4 hours ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

4 hours ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

5 hours ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

6 hours ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

7 hours ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

8 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

8 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

জুচৰ দোকানৰ পৰা মাষ্টাৰচেফৰ মজিয়ালৈ… লাখপতি হ’ল মহম্মদ আছিক

editor by editor
December 9, 2023
in খাদ্য, বিনোদন
0
মাষ্টাৰচেফ
0
SHARES
90
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমাপ্ত হ’ল দেশৰ অন্যতম জনপ্ৰিয় ৰিয়েলিটী শ্ব’ মাষ্টাৰচেফ ইণ্ডিয়াৰ ছিজন ৮। শুকুৰবাৰে অনুষ্ঠিত হোৱা ফিনালেত ঘোষণা কৰা হয় প্ৰায় আঠ সপ্তাহ চলা ৰন্ধন প্ৰতিযোগিতাখনৰ বিজয়ীৰ নাম। মাষ্টাৰচেফ ইণ্ডিয়াৰ ছিজন ৮ ৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় মহম্মদ আছিক।
কষ্ট, চেষ্টা আৰু একাগ্ৰতাই অৱশেষত হাঁহি বিৰিঙালে আছিকৰ মুখত। দেশৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰি আছিকে জয় কৰিলে মাষ্টাৰচেফ ইণ্ডিয়াৰ ছিজন ৮ৰ খিতাপ। মাষ্টাৰচেফ ইণ্ডিয়াৰ ছিজন ৮ৰ বিচাৰক ৰণবীৰ ব্ৰাৰ, বিকাশ খান্ন আৰু পূজা ঢিংৰাই দক্ষতাৰ পৰীক্ষা কৰি মহম্মদ আছিকক বিজেতা ঘোষণা কৰে। আছিকৰ লগতে ফিনালেৰ আন দুগৰাকী প্ৰতিযোগী আছিল নাম্বী জেছিকা মাৰাক আৰু ৰুখছাৰ ছয়ীদ। নাম্বী জেছিকা মাৰাকে প্ৰথম ৰানাৰ আপ হোৱাৰ বিপৰীতে দ্বিতীয় ৰানাৰ আপত সন্তুষ্ট থাকিবলগীয়া হয় ৰুখছাৰ ছয়ীদে।
মাষ্টাৰচেফ ইণ্ডিয়াৰ ছিজন ৮ৰ বিজয়ী মহম্মদ আছিকে ট্ৰফীৰ লগতে লাভ কৰে ২৫ লাখ টকাৰ চেক। বিচাৰক ৰণবীৰ ব্ৰাৰে আছিকক শুভেচ্ছা জনাই সামাজিক মাধ্যমত এক পোষ্ট শ্বেয়াৰ কৰি লিখে, ‘প্ৰেৰণাদায়ক আৰম্ভণিৰ পৰা প্ৰত্যাহ্বানমূলক যাত্ৰাত আপুনি সাহসেৰে আগবাঢ়ি গ’ল। মাষ্টাৰচেফ হোৱাৰ অভিনন্দন আছিক।’
কৰ্ণাটকৰ মাংগালোৰৰ বাসিন্দা আছিকে মাষ্টাৰচেফলৈ অহাৰ পূৰ্বে নিজৰ গাঁৱত এখন জুচৰ দোকান চলাইছিল। ৰন্ধনত যথেষ্ট ৰাপ থকা মহম্মদ আছিকে মাষ্টাৰচেফলৈ অহাৰ মন বান্ধি লয়। আৰু নিজৰ চেষ্টা আৰু দক্ষতাৰ ফলত মাষ্টাৰচেফৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, মাষ্টাৰচেফৰ ইয়াৰ পূৰ্বৰ ছিজনতো ভাগ লোৱা আছিক সফল হ’ব পৰা নাছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: culinary showmasterchef indiamasterchef india season 8mohammed ashiq
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল
জীৱনশৈলী

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

June 27, 2026
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড
বিনোদন

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

June 27, 2026
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!
বিনোদন

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

June 26, 2026
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 
বিনোদন

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

June 26, 2026
Next Post
গুৱাহাটী

গুৱাহাটী হ'ব ক্লীন, নাথাকিব ডাষ্টবিন!

২৪ চনত বক্ৰী হ’ব শনি! গ্ৰহৰাজৰ বক্ৰী দশাই সমস্যা বঢ়াব ৪ ৰাশিৰ জাতকৰ

২৪ চনত বক্ৰী হ’ব শনি! গ্ৰহৰাজৰ বক্ৰী দশাই সমস্যা বঢ়াব ৪ ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.