• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ঘন্টা গান গালে লয় ডেৰ কোটি টকাঃ সহজ-সৰল অৰিজিত সিঙৰ আছে সম্পত্তিৰ পাহাৰ…

১ঘন্টা গান গালে লয় ডেৰ কোটি টকাঃ সহজ-সৰল অৰিজিত সিঙৰ আছে সম্পত্তিৰ পাহাৰ…

2 years ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

31 minutes ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

1 hour ago
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

1 hour ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

2 hours ago
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

2 hours ago
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

3 hours ago
সাজঘৰ

সাজঘৰ

4 hours ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

15 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

15 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

15 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

16 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

১ঘন্টা গান গালে লয় ডেৰ কোটি টকাঃ সহজ-সৰল অৰিজিত সিঙৰ আছে সম্পত্তিৰ পাহাৰ…

এটা গানত কন্ঠ নিগৰাবলৈ অৰিজিত সিঙে লয় ৮-১০ লাখ টকাৰ মাননি

editor by editor
December 16, 2023
in বিনোদন
0
১ঘন্টা গান গালে লয় ডেৰ কোটি টকাঃ সহজ-সৰল অৰিজিত সিঙৰ আছে সম্পত্তিৰ পাহাৰ…
0
SHARES
29.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ অসমলৈ আহিছে বলিউদৰ জনপ্ৰিয় কন্ঠশিল্পী অৰিজিত সিং। সহজ-সৰল ব্যক্তিত্বৰে সকলোৰে মনত এখন সুকীয়া আসন দখল কৰা অৰিজিত সিঙক আদৰিবলৈ বিমান বন্দৰত ভিৰ কৰিলে অনুৰাগীসকলে। অতিকৈ সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা অৰিজিত সিঙৰ সা-সম্পত্তিৰ কথা জানিলে আপুনিও আচৰিত হব। তাৰ আগতে জানি থওক যে,  ১ঘন্টাৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ অৰিজিত সিঙে লয় প্ৰায় ডেৰ কোটি টকাৰ মাননি।

বলিউদ ছবিসমূহত বৰ্তমান অৰিজিত সিঙৰ যদি এটা গান নাথাকে, তেন্তে প্ৰায় আধৰুৱা বুলিয়ে ক’ব পাৰি। এটা গানত কন্ঠ নিগৰাবলৈ অৰিজিত সিঙে লয় ৮-১০ লাখ টকাৰ মাননি। ৩৬বছৰীয়া অৰিজিত সিঙৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৭মিলিয়ন ডলাৰ । ভাৰতীয় হিচাপত প্ৰায় ৫৫ কোটি টকাৰ সম্পত্তিৰ মালিক অৰিজিত সিং। কিন্তু এই সকলোবোৰ থাকিলেও, অতি সাধাৰণভাৱে জীৱন কটাই ভাল পায় কন্ঠশিল্পীগৰাকীয়ে।

প্ৰায়ে খোজ কঢ়া বা স্কুটীত দেখা পোৱা অৰিজিত সিঙৰ আছে বহুকেইখন বিলাসী বাহন। হামাৰ, ৰেঞ্জ ৰভাৰ, মাৰ্চিডিজৰ দৰে বাহন আছে অৰিজিত সিঙৰ গেৰেজত। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বছৰত প্ৰায় ২০ৰ পৰা ২৫কোটি টকা উপাৰ্জন কৰে অৰিজিত সিঙে। প্ৰাপ্ত খবৰ অনুসৰি, গুৱাহাটীত হবলগীয়া সংগীতানুষ্ঠাৰ বাবে অৰিজিত সিঙে প্ৰায় ৪.৫কোটি টকাৰ মাননি গ্ৰহণ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arjit singh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?
ক্ৰীড়া

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

June 7, 2026
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?
ক্ৰীড়া

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

June 7, 2026
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল
বিনোদন

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

June 6, 2026
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি
বিনোদন

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

June 6, 2026
Next Post
হেক হ’ব সহজতেঃ  খৰখেদাকৈ UPDATE কৰক আপোনাৰ SAMSUNG ফোন…

হেক হ'ব সহজতেঃ খৰখেদাকৈ UPDATE কৰক আপোনাৰ SAMSUNG ফোন...

বাকী বাদ! কংগ্ৰেছৰ চৰকাৰ হ’লে সাংবাদিকেও পাব চৰকাৰী পেঞ্চন…

বাকী বাদ! কংগ্ৰেছৰ চৰকাৰ হ'লে সাংবাদিকেও পাব চৰকাৰী পেঞ্চন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.