• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যোগী আদিত্যনাথৰ ৰাজ্যত এইবাৰ প্ৰাক্তন বিধায়কক হত্যা

যোগী আদিত্যনাথৰ ৰাজ্যত এইবাৰ প্ৰাক্তন বিধায়কক হত্যা

6 years ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

9 hours ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

9 hours ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

10 hours ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

10 hours ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

10 hours ago
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

11 hours ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

13 hours ago
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

14 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

15 hours ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

15 hours ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

17 hours ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

যোগী আদিত্যনাথৰ ৰাজ্যত এইবাৰ প্ৰাক্তন বিধায়কক হত্যা

editor by editor
September 6, 2020
in অপৰাধ, ভাৰত, ৰাজনীতি
0
যোগী আদিত্যনাথৰ ৰাজ্যত এইবাৰ প্ৰাক্তন বিধায়কক হত্যা
0
SHARES
77
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ যোগী আদিত্যনাথৰ ৰাজ্যত এতিয়া হিংসাত্মক কাৰ্যকলাপে সংবাদ শিৰোনাম দখল কৰিছে। বিগত ২২টা দিনত ৪টাকৈ হত্যা আৰু যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে যোগী আদিত্যনাথ নেতৃত্বাধীন ৰাজ্যখনত। এইবাৰ এগৰাকী প্ৰাক্তন বিধায়কক গণপ্ৰহাৰ কৰি হত্যা কৰিলে একাংশ লোকে। উত্তৰপ্ৰদেশৰ লক্ষিমপুৰ নামৰ ঠাইত সংঘটিত হৈছে এই ঘটনা। এক সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, দীৰ্ঘদিন ধৰি প্ৰাক্তন বিধায়ক নিৰ্বেন্দুকুমাৰ মিশ্ৰৰ সৈতে ভূমিকেন্দ্ৰিক বিবাদত লিপ্ত হৈছিল কিষাণকুমাৰ গুপ্তা নামৰ এজন স্থানীয় বাসিন্দাই। লক্ষিমপুৰ খেৰীৰ ত্ৰিকোলিয়া বাছ আস্থানৰ সমীপৱৰ্তী এডোখৰ মাটিক লৈ সৃষ্টি হোৱা এই সংঘাতে আদালতৰ মজিয়াও পাইছিলগৈ। অভিযোগ অনুসৰি তাৰমাজতেই দেওবাৰে কৃষাণকুমাৰ গুপ্তা নামৰ ব্যক্তিজনে সেই ভূমি দখল কৰিবলৈ দলে-বলে যায়। ইয়াৰ পাছতে প্ৰাক্তন বিধায়কগৰাকীয়ে মিশ্ৰক বাধা প্ৰদান কৰে আৰু ইয়াতেই ক্ষুব্ধ হৈ গুপ্তাৰ দলটোৱে বাঁহ-লাঠীৰে উপৰ্যুপৰি প্ৰহাৰ কৰে নিৰ্বেন্দুকুমাৰ মিশ্ৰ আৰু তেওঁৰ পুত্ৰক। সংকটজনক অৱস্থাত নিৰ্বেন্দুকুমাৰক হাস্পতাললৈ লৈ যোৱা হয়, যদিও হাস্পতালতে মৃত্যু ঘটে প্ৰাক্তন বিধায়কগৰাকীৰ। প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুৰ পাছতে সৰৱ হৈছে সমাজবাদী আৰু কংগ্ৰেছ দল। স্থানীয় ৰাইজেও প্ৰতিবাদ-বিক্ষোভ কাৰ্যসূচী হাতত লৈছে। ঘটনা সন্দৰ্ভত যোগী আদিত্যনাথৰ প্ৰশাসনৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে সমাজবাদী পাৰ্টী, কংগ্ৰেছ দলে।ৰাজ্যখনৰ কংগ্ৰেছে টুইটযোগে কয় , ‘আৰু এজন ব্ৰাহ্মণৰ হত্যা হ’ল। উত্তৰপ্ৰদেশৰ জংঘলৰাজে ক্ৰমান্বয়ে ভয়ানক ৰূপ লৈছে।’

উল্লেখ্য যে প্ৰাক্তন বিধায়কগৰাকীৰ পুত্ৰৰ অৱস্থাও সংকটজনক। নিৰ্বেন্দুকুমাৰে দুবাৰকৈ নিৰ্দলীয় তথা ১৯৯৩চনত সমাজবাদী দলৰ পৰা নিৰ্বাচনত জয়ী হৈছিল। অৱশ্যে ইয়াৰ পাছত তেওঁ সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: murderuttarpradeshyogi adityanath
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

জুলাই মাহটো আপোনাৰ কেনে যাব?

June 30, 2026
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?
ভাৰত

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

June 30, 2026
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা
বিবিধ

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

June 30, 2026
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম
জীৱনশৈলী

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

June 30, 2026
Next Post
ফুৱাই নুমুৱাব বাঘজানৰ জুই!

ফুৱাই নুমুৱাব বাঘজানৰ জুই!

পিতৃক হেল্ল’ বুলি কৈ চর্চাত দুমহীয়া এটি শিশু

পিতৃক হেল্ল’ বুলি কৈ চর্চাত দুমহীয়া এটি শিশু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.