• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোডী মেজিকঃ YOUTUBEত ২০মিলিয়ন Subscriber থকা বিশ্বৰ প্ৰথমগৰাকী নেতা নৰেন্দ্ৰ মোডী…

মোডী মেজিকঃ YOUTUBEত ২০মিলিয়ন Subscriber থকা বিশ্বৰ প্ৰথমগৰাকী নেতা নৰেন্দ্ৰ মোডী…

3 years ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

28 seconds ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

1 hour ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

2 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

3 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

11 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

12 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

12 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

13 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

14 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

15 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

মোডী মেজিকঃ YOUTUBEত ২০মিলিয়ন Subscriber থকা বিশ্বৰ প্ৰথমগৰাকী নেতা নৰেন্দ্ৰ মোডী…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইউটিউব চেনেলত এতিয়া SUBSCRIBERৰ সংখ্যা হৈছে ২০মিলিয়ন

editor by editor
December 26, 2023
in প্ৰযুক্তি
0
মোডী মেজিকঃ YOUTUBEত ২০মিলিয়ন Subscriber থকা বিশ্বৰ প্ৰথমগৰাকী নেতা নৰেন্দ্ৰ মোডী…
0
SHARES
67
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ ৰাজনৈতিক পথাৰৰ পাছত এইবাৰ ডিজিটেলৰ পথাৰখনতো অপ্ৰতিৰোধ্য হিচাপে বিবেচিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সামাজিক মাধ্যমত নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তাৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। শেহতীয়াকৈ ইউটিউবত নৰেন্দ্ৰ মোডীয়ে লাভ কৰিলে এক বিশেষ সফলতা। ২কোটি অৰ্থাত ২মিলিয়ন SUBSCRIBER থকা বিশ্বৰ প্ৰথম আৰু একমাত্ৰ ৰাজনৈতিক নেতা হিচাপে বিবেচিত হল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইউটিউব চেনেলত এতিয়া SUBSCRIBERৰ সংখ্যা হৈছে ২০মিলিয়ন। বিশ্বৰ কোনো এগৰাকী ৰাজনৈতিক নেতাৰ ইউটিউব চেনেলত নাই ইমান বৃহত সংখ্যক অনুৰাগী। ২০২২ৰ ফেব্ৰুৱাৰী মাহৰ লৈকে মোডীৰ ইউটিউব চেনেলত SUBSCRIBER আছিল ১কোটি। কিন্তু বিগত প্ৰায় ডেৰবছৰত মোডীৰ চেনেলত অনুৰাগীৰ সংখ্যা আৰু ১কোটি বৃদ্ধি পালে। তেওঁৰ ইউটিউব চেনেলত মুঠ ভিউৱাৰ্ছৰ সংখ্যা ৪৫০কোটিৰো অধিক।

ইউটিউবত সৰ্বাধিক SUBSCRIBER থকা বিশ্বনেতাৰ এই তালিকাখনৰ দ্বিতীয় স্থানত আছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি  আৰু তৃতীয় স্থানত আছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন
বাণিজ্য

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

July 10, 2026
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?
প্ৰযুক্তি

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

July 10, 2026
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম
ভাৰত

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

July 10, 2026
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink
প্ৰযুক্তি

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

July 6, 2026
Next Post
ডাঙৰ ভাবুকি আহিছেঃ বোমাৰে উৰুৱাই দিয়া হ’ব RBI আৰু HDFCৰ মুখ্য কাৰ্যালয়…

ডাঙৰ ভাবুকি আহিছেঃ বোমাৰে উৰুৱাই দিয়া হ'ব RBI আৰু HDFCৰ মুখ্য কাৰ্যালয়...

অসম এৰি একেবাৰে যাবগৈ বিহাৰলৈ!  আনন্দ মিশ্ৰই আৰু চাকৰি নকৰে!

অসম এৰি একেবাৰে যাবগৈ বিহাৰলৈ! আনন্দ মিশ্ৰই আৰু চাকৰি নকৰে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.