• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অখিল গগৈক উভতি ধৰিলে কংগ্ৰেছে!

অখিল গগৈক উভতি ধৰিলে কংগ্ৰেছে!

2 years ago
ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

5 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

6 hours ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

6 hours ago
এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

6 hours ago
ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

7 hours ago
মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

7 hours ago
বিনোদন জগতলৈ আকৌ দুঃসংবাদ! ৩০ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকাই

বিনোদন জগতলৈ আকৌ দুঃসংবাদ! ৩০ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকাই

7 hours ago
কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

8 hours ago
নিশাটো পাৰ হ’লেই গংগা সপ্তমী, এই দিনটোতেই গজকেশৰী যোগো, অন্ধকাৰ ভেদি জিলিকি উঠিব এই ৪ৰাশি

নিশাটো পাৰ হ’লেই গংগা সপ্তমী, এই দিনটোতেই গজকেশৰী যোগো, অন্ধকাৰ ভেদি জিলিকি উঠিব এই ৪ৰাশি

9 hours ago
গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

9 hours ago
বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

10 hours ago
কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অখিল গগৈক উভতি ধৰিলে কংগ্ৰেছে!

কংগ্ৰেছ গাঁ‌ৱৰ ৰাইজৰ মাজতেই আছেঃ দেৱব্ৰত শইকীয়া

editor by editor
December 28, 2023
in অসম
0
অখিল গগৈক উভতি ধৰিলে কংগ্ৰেছে!
0
SHARES
529
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ বিজেপিক পৰাভূত কৰিবলৈ কংগ্ৰেছক গাঁ‌ৱলৈ যাব লাগে বুলি আহ্বান জনোৱা কংগ্ৰেছৰ মিত্ৰ দল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে জনোৱা আহ্বান সন্দৰ্ভত প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।দেৱব্ৰত শইকীয়াই অখিল গগৈৰ মন্তব্যৰে মতবিৰোধ আছে বুলি মন্তব্য কৰি ক’লে কংগ্ৰেছ গাঁ‌ওতেই আছে।

কংগ্ৰেছ গাঁ‌ৱৰ ৰাইজৰ মাজত আছে।পঞ্চায়তত কংগ্ৰেছৰ প্ৰতিনিধি আছে।কংগ্ৰেছৰ সমৰ্থক সকলে কংগ্ৰেছৰ সভালৈ গলে ৰেচন কাৰ্ড কৰ্তন কৰে,আচনিৰ পৰা বঞ্চিত কৰে।সেই কাৰণে কংগ্ৰেছৰ সমৰ্থকসকলে সভালৈ যাব ভয় কৰে। ইফালে দেৱব্ৰত শইকীয়াই বিজেপি মিত্ৰজোঁ‌টৰ অংশীদাৰ দল অসম গণ পৰিষদৰ নেতৃত্ব তথা দুই মন্ত্ৰীলৈ জনালে বিশেষ আহ্বান।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দেশত নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলৱৎ হ’ব বুলি হুংকাৰ দিয়া সন্দৰ্ভত অগপৰ দুই মন্ত্ৰীক ইয়াৰ বিৰুদ্ধাচৰণ কৰিবলৈ আহ্বান জনাই দলটোৰ বিধায়ক সকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ প্ৰদান কৰে পৰামৰ্শ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!
অসম

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

April 20, 2026
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?
অসম

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

April 18, 2026
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?
অসম

লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

April 18, 2026
Next Post
সাৱধানঃ অসমৰ এনে বিলাহী খালে আপোনাৰ কেন্সাৰ, হাওফাঁওৰ  ৰোগ হোৱাটো ১০০শতাংশ খাটাং…

সাৱধানঃ অসমৰ এনে বিলাহী খালে আপোনাৰ কেন্সাৰ, হাওফাঁওৰ ৰোগ হোৱাটো ১০০শতাংশ খাটাং...

‘মই খুব ক্লান্ত দেউতা…’ কিয় ক্লান্ত অভিষেক? জীৱনটো চলাই নিয়াৰ বাবে কি উপদেশ দিছে পিতৃ অমিতাভে?

'মই খুব ক্লান্ত দেউতা...’ কিয় ক্লান্ত অভিষেক? জীৱনটো চলাই নিয়াৰ বাবে কি উপদেশ দিছে পিতৃ অমিতাভে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.