• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় ৰাম মন্দিৰৰ উদ্বোধনৰ বাবে ২২ জানুৱাৰী দিনটো বাচি লোৱা হ’ল? জানক সবিশেষ কাৰণ

কিয় ৰাম মন্দিৰৰ উদ্বোধনৰ বাবে ২২ জানুৱাৰী দিনটো বাচি লোৱা হ’ল? জানক সবিশেষ কাৰণ

2 years ago
ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, খবৰ পাই আলিয়াই স্বামীক কি সুধিলে এইদৰে…

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, খবৰ পাই আলিয়াই স্বামীক কি সুধিলে এইদৰে…

5 minutes ago
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

36 minutes ago
‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

1 hour ago
আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

2 hours ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

2 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

3 hours ago
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

4 hours ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

4 hours ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

6 hours ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

6 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

9 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিয় ৰাম মন্দিৰৰ উদ্বোধনৰ বাবে ২২ জানুৱাৰী দিনটো বাচি লোৱা হ’ল? জানক সবিশেষ কাৰণ

editor by editor
January 21, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা
0
কিয় ৰাম মন্দিৰৰ উদ্বোধনৰ বাবে ২২ জানুৱাৰী দিনটো বাচি লোৱা হ’ল? জানক সবিশেষ কাৰণ
0
SHARES
5.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাম মন্দিৰৰ গৰ্ভগৃহত উপবিষ্ট শিশু ৰামৰ মূৰ্তি ইতিমধ্যে দেশবাসীয়ে দেখিলে। কৃষ্ণ বৰ্ণৰ ৰামৰ বাল্যকালৰ এই মূৰ্তি তৈয়াৰ কৰিছে মহীশূৰৰ ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে। অৰুণ যোগীৰাজে নিৰ্মাণ কৰি উলিওৱা ৰামৰ মূৰ্তিত আছে হাঁহিৰ বিশেষ ৰেখ। ২২ জানুৱাৰী সোমবাৰে এই মন্দিৰৰ উদ্বোধন হ’ব। সমগ্ৰ দেশজুৰি এই উদ্বোধনী অনুষ্ঠানক লৈ উছাহৰ ঢৌ।

২২ জানুৱাৰীত ৰামৰ অভিষেক কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ৰামৰ প্ৰাণপ্ৰতিষ্ঠাৰ মাহেন্দ্ৰক্ষণ হৈছে ৮৪ ছেকেণ্ড। ৮৪ ছেকেণ্ডৰ শুভ মুহূৰ্তৰ ভিতৰতেই সিংহাসনত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামৰ। কিন্তু ৮৪ ছেকেণ্ডৰ ভিতৰতেই কিয় প্ৰাণ প্ৰতিষ্ঠা কৰিব লাগিব? সেই বিষয়েও প্ৰকাশ কৰিছে ৰাম মন্দিৰ ট্ৰাষ্টে।

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে ২২ জানুৱাৰী দিনটোৱেই কিয় বাচি লোৱা হ’ল সেই বিষয়েও বহুজনেই জানিবলৈ আগ্ৰহী। হিন্দু কেলেণ্ডাৰ অনুসৰি ২২ জানুৱাৰী পুহ মাহৰ শুক্লপক্ষৰ দ্বাদশী তিথি। নক্ষত্ৰ মৃগাশিৰা আৰু যোগ ব্ৰহ্মপুৱা ৮ বাজি ৪৭ মিনিট পৰ্যন্ত। ইয়াৰপাছতেই আৰম্ভ হ’ব ইন্দ্ৰ যোগ। জ্যোতিষীসকলৰ মতে ২২ জানুৱাৰী কৰ্ম দ্বাদশী। এই দ্বাদশী তিথি ভগৱান বিষ্ণুৰ নামত উৎসৰ্গা কৰা হৈছে। কথিত কাহিনী অনুসৰি এই দিনটোতেই ভগৱান কৃষ্ণই কচ্ছপৰ ৰূপ ধাৰণ কৰিছিল। ধৰ্মী. গ্ৰন্থ অনুসৰি, এই দিনটোত ভগৱান বিষ্ণুৱে কচ্ছপৰ অৱতাৰ গ্ৰহণ কৰিছিল। এই ৰূপ লৈ তেওঁ সমুদ্ৰ মন্থনতো সহায় কৰিছিল। ভগৱান ৰাম হৈছে ভগৱান বিষ্ণুৰ অৱতাৰ। সেয়ে এই দিনটোক অত্যন্ত শুভ বুলি সেয়ে ধৰা হয়। এই দিনটো ৰাম মন্দিৰ উদ্বোধনৰ বাবে সেয়ে বাছি লোৱা হৈছে।

জ্যোতিষীসকলৰ মতে ২২ জানুৱাৰীত কেইবাটাও শুভ যোগ তৈয়াৰ হৈছে। এই দিনটোত তিনিটা শুভ যোগ গঠিত হৈছে। সেয়া হৈছে অভিজিৎ মুহূৰ্তা, সৰ্বাৰ্থ সিদ্ধি যোগ, অমৃত সিদ্ধি যোগ আৰু ৰবি যোগ। এই দিনটোক যিকোনো শুভ কাম কৰাৰ বাবে শুভ বুলি ধৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24Best News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, খবৰ পাই আলিয়াই স্বামীক কি সুধিলে এইদৰে…
বিনোদন

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, খবৰ পাই আলিয়াই স্বামীক কি সুধিলে এইদৰে…

April 17, 2026
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!
বাণিজ্য

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

April 17, 2026
‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই
বিনোদন

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

April 17, 2026
আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?
জীৱনশৈলী

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

April 17, 2026
Next Post
ৰাম মন্দিৰ উদ্বোধনৰ পাছতেই চৰকাৰী কোষাগাৰত সোমাব ২০-২৫ হাজাৰ কোটি ধন! SBIয়ে প্ৰকাশ কৰিলে বিশেষ তথ্য

ৰাম মন্দিৰ উদ্বোধনৰ পাছতেই চৰকাৰী কোষাগাৰত সোমাব ২০-২৫ হাজাৰ কোটি ধন! SBIয়ে প্ৰকাশ কৰিলে বিশেষ তথ্য

ৰাম মন্দিৰ নিৰ্মাণত খৰচ ১৮০০ কোটি! উদ্বোধনৰ বাবে কিমান কোটি খৰচ হ’ল?

ৰাম মন্দিৰ নিৰ্মাণত খৰচ ১৮০০ কোটি! উদ্বোধনৰ বাবে কিমান কোটি খৰচ হ’ল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.