• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৪বছৰৰ পাছত ফাগুনত পালিত হ’ব ৰমজান! জানি থওক কেতিয়াৰে পৰা আৰম্ভ হ’ব ৰোজা?

৩৪বছৰৰ পাছত ফাগুনত পালিত হ’ব ৰমজান! জানি থওক কেতিয়াৰে পৰা আৰম্ভ হ’ব ৰোজা?

2 years ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

6 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

7 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

8 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

9 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

10 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

11 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

12 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

12 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

13 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

14 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

1 day ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩৪বছৰৰ পাছত ফাগুনত পালিত হ’ব ৰমজান! জানি থওক কেতিয়াৰে পৰা আৰম্ভ হ’ব ৰোজা?

editor by editor
January 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
৩৪বছৰৰ পাছত ফাগুনত পালিত হ’ব ৰমজান! জানি থওক কেতিয়াৰে পৰা আৰম্ভ হ’ব ৰোজা?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মুছলমান সম্প্ৰদায়ৰ বাবে ৰমজান মাহৰ গুৰুত্বই বিশেষ। ইছলামিক কেলেণ্ডাৰৰ নৱম মাহ ৰমজান মাহ। ৰমজান মাহত মুছলমানসকলে সূৰ্যোদয়ৰ পৰা সূৰ্যাস্ত পৰ্যন্ত ৰোজা ৰাখে বা উপবাসে থাকে। এই সময়ত আল্লাহৰ ওচৰত প্ৰাৰ্থনা, নামাজ পাঠ আদি ধৰ্মীয় কামত মুছলমানসকল যুক্ত হয়।

ৰমজান মাহত ৰোজা পালন
ৰমজান মাহত মুছলমানে যেতিয়া ৰোজা ৰাখে, তেতিয়া পুৱা সূৰ্যোদয়ৰ পূৰ্বে এবাৰ খাদ্য গ্ৰহণ কৰে, এই খাদ্যক কোৱা হয় শেহৰী। সম্পূৰ্ণ দিনটো উপবাসে থকাৰ পাছত সূৰ্যাস্তৰ পাছত তেওঁলোকে গ্ৰহণ কৰা খাদ্যক কোৱা হয় ইফতাৰ। ৰমজান মাহত যিসকল মুছলমানে ৰোজা ৰাখে, তেওঁলোকে সূৰ্যোদয়ৰ পৰা সূৰ্যাস্ত পৰ্যন্ত এটুপিও পানী নাখায়। ৰমজানৰ শেষত পালিত হয় ঈদ-উল-ফিতৰ। ঈদ-উল-ফিতৰৰ পৰাই আৰম্ভ হয় মুছলমান কেলেণ্ডাৰৰ ছাৱেল মাহ।

২০২৪ৰ ৰমজান কেতিয়া?

পাক সংবাদমাধ্যমে জনোৱা অনুসৰি ১১ মাৰ্চ ২০২৪ৰ পৰা আৰম্ভ হ’ব ৰমজান মাহ। পাকিস্তানৰ এদিন পাছত ভাৰতত আৰম্ভ হ’ব ৰমজান মাহ। সেই হিচাপে ১২ মাৰ্চ ২০২৪ৰ পৰা ভাৰতত ৰমজান মাহ আৰম্ভ হ’ব।

৩৪ বছৰ পাছত মাৰ্চত ৰমজান
ফেব্ৰুৱাৰী আৰু মাৰ্চত শীত পাতলীয়াভাৱে থাকে। ফাগুন মাহ শেষ হওঁ হওঁ সময় আৰু বসন্ত আগমণৰ সুকীয়া প্ৰস্তুতি প্ৰকৃতিয়ে ৰাখে। এইবাৰ তেনে সময়তে ৰমজান মাহ আৰম্ভ হোৱাক লৈ সুখী প্ৰায়সংখ্যক মুছলমান লোকেই। বিগত কেইবা বছৰ ধৰি প্ৰখৰ গৰমতে ৰমজান মাহ পৰিছিল। এইবাৰ ৩৪ বছৰ পাছত মাৰ্চত আৰম্ভ হৈছে ৰমজান মাহ। ইয়াৰপূৰ্বে ১৯৯১ আৰু ১৯৯২ চনত মাৰ্চৰ মাজভাগত ৰমজান মাহ আৰম্ভ হৈছিল।

ৰমজান মাহৰ মাহাত্ম্য
মুছলমান সম্প্ৰদায়ৰ বাবে ৰমজান মাহ অতি পবিত্ৰ মাহ। এই সময়ত ৰোজা ৰাখিলে, নামাজ পঢ়িলে, কোৰাণ পাঠ কৰিলে সকলো পাপৰ পৰা মুক্তি পোৱা যায় বুলি বিশ্বাস কৰে মুছলমান লোকসকলে। এমাহ ধৰি সংযম আৰু আত্মত্যাগ কৰি ঈদ উদযাপন কৰে মুছলমান লোকে। এই দিনটোত নতুন কাপোৰ পিন্ধাৰ ওপৰিও বিভিন্ন খাদ্যসম্ভাৰেৰে অতিথিকো আপ্যায়ণ কৰে মুছলমান লোকে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জীৱনশৈলী

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য
জীৱনশৈলী

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

January 29, 2026
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য
জীৱনশৈলী

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

January 29, 2026
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?
জীৱনশৈলী

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

January 29, 2026
Next Post
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

আপোনাৰ শুভ্ৰ কামিজটো শুভ্ৰ হৈয়ে আছেনে? আদৰ্শৰ কথা কৈ বহুত হাতচাপৰি বুটলিলে, সামাজিক মাধ্যমৰ সমালোচনাক আওকাণ কৰি গেৰুৱা বসন পিন্ধিলে দিপাংক নাথে

আপোনাৰ শুভ্ৰ কামিজটো শুভ্ৰ হৈয়ে আছেনে? আদৰ্শৰ কথা কৈ বহুত হাতচাপৰি বুটলিলে, সামাজিক মাধ্যমৰ সমালোচনাক আওকাণ কৰি গেৰুৱা বসন পিন্ধিলে দিপাংক নাথে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.