• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

2 years ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

42 minutes ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

1 hour ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

2 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

2 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

14 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

15 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

15 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

16 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

17 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

17 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

18 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

editor by editor
January 28, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
0
SHARES
629
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দু পুৰাণৰ ১৮টা মহাপূৰাণৰ অন্যতম শিৱ পুৰাণ। ১৮টা পুৰাণৰ মাজত শিৱ পুৰাণ সকলোতকৈ জনপ্ৰিয়। শিৱ পুৰাণত দেৱাদিদেৱ মহাদেৱৰ মাহাত্ম্য বৰ্ণিত আছে। কেনেকৈ মহাদেৱৰ আৰাধনা কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ সেই সম্পৰ্কে শিৱ পুৰাণত উল্লেখ আছে। শিৱ পুৰাণৰ ৬টা অধ্যায়ত আছে ২৪ হাজাৰ শ্লোক। শিৱপুৰাণত শিৱলিংগ আৰু জ্যোতিৰ্লিংগৰ কথাও উল্লেখ আছে। কেৱল সেয়াই নহয়, এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিত মহাদেৱৰ ভুমিকাৰ কথাও বাখ্যা কৰা আছে শিৱপুৰাণত। ইয়াৰোপৰি কেনেকৈ মহাদেৱৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ সেই কথাও শিৱপুৰাণত বৰ্ণিত আছে। দেৱাদিদেৱৰ আশীৰ্বাদ লাভ কৰিলে জীৱনত সুখ আৰু সমৃদ্ধি অৰ্জন কৰা সম্ভৱ। চাই লওক শিৱলিংগত কি উপায়ে মহাদেৱক সুখী কৰে?

শিৱলিংগৰ সন্মুখত প্ৰদীপ জ্বলাওক
শিৱপুৰাণত উল্লেখ থকামতে এই উপায় মানি চলিলে আপুনি নিশাটোৰ ভিতৰতে ধনী হ’ব পাৰিব। শিৱ পুৰাণত কোৱা হৈছে যে নিশা শিৱলিংগৰ ওচৰত প্ৰদীপ জ্বলালে আপোনাৰ জীৱনেই সলনি হৈ পৰিব। নিশা প্ৰায় ১১ বজাৰ পৰা ১২ বজাৰ ভিতৰত শিৱলিংগৰ সন্মুখত প্ৰদীপ জ্বলালে বিশেষভাৱে লাভৱান হোৱা সম্ভৱ।

পৌৰাণিক কাহিনী
নিশাৰ সময়ত শিৱলিংগত প্ৰদীপ জ্বলোৱাৰ এক পৌৰাণিক কাহিনী আছে। শিৱ পুৰাণ অনুসৰি প্ৰাচীন কালত গুণনিধি নামৰ এজন দৰিদ্ৰ মানুহ আছিল। খাদ্য, ঘৰ একোৱেই নাছিল তেওঁৰ। খাদ্য বিচাৰি বিচাৰি তেওঁ এদিন শিৱমন্দিৰত প্ৰৱেশ কৰে। তেওঁ সেই মন্দিৰতেই নিশা বিশ্ৰাম লোৱাৰ সিদ্ধান্ত লয়। কিন্তু মন্দিৰৰ ভিতৰত প্ৰচণ্ড অন্ধকাৰ আছিল। মন্দিৰৰ অন্ধকাৰ দূৰ কৰিবৰ বাবে গুণনিধিয়ে নিজৰ গাৰ পোছাক খুলি কাপোৰখিনি জ্বলাই মন্দিৰ পোহৰাই তোলে। গুণনিধিয়ে সেই কাম কৰাৰ লগে লগে মহাদেৱে দৰ্শন দিয়ে। মহাদেৱৰ আশীৰ্বাদ লাভ কৰাৰ পাছতেই তেওঁ জন্ম কুবেৰ হিচাপে হয়। সেয়ে নিশাৰ ভাগত শিৱলিংগৰ সন্মুখত প্ৰদীপ জ্বলালে অৰ্থ, খ্যাতি আৰু প্ৰতিপত্তি লাভ কৰা সম্ভৱ বুলি কোৱা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!
জীৱনশৈলী

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

March 16, 2026
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত
জীৱনশৈলী

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

March 16, 2026
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!
জীৱনশৈলী

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

March 15, 2026
Next Post
আপোনাৰ শুভ্ৰ কামিজটো শুভ্ৰ হৈয়ে আছেনে? আদৰ্শৰ কথা কৈ বহুত হাতচাপৰি বুটলিলে, সামাজিক মাধ্যমৰ সমালোচনাক আওকাণ কৰি গেৰুৱা বসন পিন্ধিলে দিপাংক নাথে

আপোনাৰ শুভ্ৰ কামিজটো শুভ্ৰ হৈয়ে আছেনে? আদৰ্শৰ কথা কৈ বহুত হাতচাপৰি বুটলিলে, সামাজিক মাধ্যমৰ সমালোচনাক আওকাণ কৰি গেৰুৱা বসন পিন্ধিলে দিপাংক নাথে

ফেব্ৰুৱাৰী মাহ কেনে যাব মকৰ ৰাশিৰ জাতকৰ? আজিয়েই জানি থওক

ফেব্ৰুৱাৰী মাহ কেনে যাব মকৰ ৰাশিৰ জাতকৰ? আজিয়েই জানি থওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.