• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেব্ৰুৱাৰী মাহ কেনে যাব মকৰ ৰাশিৰ জাতকৰ? আজিয়েই জানি থওক

ফেব্ৰুৱাৰী মাহ কেনে যাব মকৰ ৰাশিৰ জাতকৰ? আজিয়েই জানি থওক

3 years ago
বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

2 hours ago
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

আজি শিৱৰ কৃপা থাকিব ৫ ৰাশিৰ ওপৰত, খুলিব ভাগ্যৰ দুৱাৰ!

3 hours ago
NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

13 hours ago
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

13 hours ago
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

13 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

14 hours ago
একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

14 hours ago
কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

15 hours ago
LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

16 hours ago
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

17 hours ago
যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

17 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ফেব্ৰুৱাৰী মাহ কেনে যাব মকৰ ৰাশিৰ জাতকৰ? আজিয়েই জানি থওক

editor by editor
January 28, 2024
in বিবিধ, ভাৰত, লেখা
0
ফেব্ৰুৱাৰী মাহ কেনে যাব মকৰ ৰাশিৰ জাতকৰ? আজিয়েই জানি থওক
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ফেব্ৰুৱাৰী মাহ মকৰ ৰাশিৰ জাতকৰ কেনে যাব? স্বাস্থ্যৰ বিষয়ে স্বাস্তি অনুভৱ কৰিব। স্বাস্থ্যজনিত সমস্যাৰ পৰা মুক্তি লাভ কৰিব। ব্যৱসায়ত উন্নতিৰ যোগ। ব্যয় বাঢ়িব। আমদানি ভাল হ’ব। প্ৰেমত শুভ। এই ৰাশিৰ ব্যক্তি ৰোমাণ্টিক। ব্যক্তিগত সম্পৰ্কও এই সময়ত উন্নত থাকিব। পাৰিবাৰিক জীৱনতো শুভ সময় কটাব এই ৰাশিৰ জাতকে। দূৰ যাত্ৰাৰ পৰিকল্পনা থাকিলে সফল হ’ব। বন্ধুৰ সৈতে ভাল সময় কটাব।

কেৰিয়াৰ
কেৰিয়াৰৰ দিশত এই মাহটো আপোনাৰ ভালেই যাব। কৰ্মক্ষেত্ৰত অধিক পৰিশ্ৰম কৰিব লাগিব। কামৰ বাবে বিদেশ যাত্ৰা কৰিব পাৰে। ইয়াৰোপৰি চাকৰিয়ালসকলেও ট্যুৰত যোৱাৰ সুযোগ আছে। চাকৰিত বিভিন্ন চেলেঞ্জ আহিব। সততাৰে কাম কৰিলে সফল হ’ব। শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে সুনাম কঢ়িয়াই আনিব পাৰিব। ব্যৱসায়ীসকলৰ বাবেও এই সময় শুভ। চৰকাৰী ক্ষেত্ৰৰ ব্যক্তিৰ দ্বাৰা লাভাম্বিত হ’ব। ব্যৱসায়ত বাবে এই সময় অত্যন্ত শুভ।

আৰ্থিক
মাহৰ আৰম্ভণিতেই ব্যয়ৰ যোগ আছে। বুজন পৰিমানৰ অৰ্থ ব্যয় কৰিব লগা হ’ব পাৰে। হাত খুলি ব্যয় কৰিলে নিজৰ সুখ সুবিধা বৃদ্ধি পাব। এই মাহত ব্যয় নিয়ন্ত্ৰণত ৰখাটো জৰুৰী নহ’লে আৰ্থিক পৰিস্থিতি ভাঙি পৰিব। পৰবৰ্তীকালত শনিয়ে আপোনাৰ আৰ্থিক পৰিস্থিতিত সহায় কৰিব। আৰ্থিক পৰিস্থিতি ব্যয় নিয়ন্ত্ৰণত ৰাখিলে বেয়া নহয়। বেংক বেলেন্স বাঢ়িব।

স্বাস্থ্য
স্বাস্থ্যৰ দিশেৰে মকৰ ৰাশিৰ জাতকৰ পৰিস্থিতি কিছু দুৰ্বল। আপোনাৰ জীৱনযাপন প্ৰণালী কিছু পৰিমানে দুৰ্বল হৈ পৰিব। স্বাস্থ্যৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পৰিব। খং নিয়ন্ত্ৰণত ৰাখক। পেট আৰু তেজৰ সমস্যাত পৰিব। জ্বৰ, মূৰৰ বিষৰ সমস্যা বাঢ়িব। ইয়াৰোপৰি স্বাস্থ্যজনিত সমস্যাৰ পৰা সাৱধানে থাকক। কোনো ডাঙৰ সমস্যাই অৱশ্যে দেখা নিদিয়ে।

প্ৰেম আৰু দাম্পত্য
প্ৰেমৰ সম্পৰ্ক এই মাহত উন্নত। ৰোমাণ্টিক সময় কটাব এই ৰাশিৰ জাতকে। ভালপোৱা অটুত থাকিব। বন্ধুৰ সহযোগিতা লাভ কৰিব পাৰে। বন্ধুৱে আপোনাৰ সম্পৰ্ক উন্নতিত সহায় কৰিব। বিবাহিকসকলৰ বাবেও এই সময় অনুকূল। মঙ্গলৰ কাৰণে মাজে মাজে বিবাদ হ’ব পাৰে। ৫ ফেব্ৰুৱাৰীৰ পাছত আপোনাৰ ৰাশিত মঙ্গলে প্ৰৱেশ কৰিব। ইয়াৰ ফলত আপোনাৰ খং বৃদ্ধি পাব পাৰে। সুখী দাম্পত্য জীৱনৰ বাবে এই সময়ত সতৰ্ক থকাটো ভাল। আলোচনাৰ মাধ্যমেৰে সময় কটাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!
জীৱনশৈলী

বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

August 10, 2026
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!
জীৱনশৈলী

আজি শিৱৰ কৃপা থাকিব ৫ ৰাশিৰ ওপৰত, খুলিব ভাগ্যৰ দুৱাৰ!

August 10, 2026
NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?
বাণিজ্য

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

August 9, 2026
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!
জীৱনশৈলী

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

August 9, 2026
Next Post
ভয়ংকৰ বিপদত কিম-জং-উনৰ দেশ! এটা মাত্ৰ কাৰণেই কঠোৰ কিমকো মানৱদৰদী কৰি তুলিছে৷ কি এই কাৰণ?

ভয়ংকৰ বিপদত কিম-জং-উনৰ দেশ! এটা মাত্ৰ কাৰণেই কঠোৰ কিমকো মানৱদৰদী কৰি তুলিছে৷ কি এই কাৰণ?

‘শেষ হৈ যাম, বিজেপিলৈ নাযাওঁ!’ ৰাজনীতিত ছুয়িং মাষ্টাৰ খ্যাত নীতিশ কুমাৰৰ পুৰণি এইকেইটা ভিডিঅ’ চাওক

‘শেষ হৈ যাম, বিজেপিলৈ নাযাওঁ!’ ৰাজনীতিত ছুয়িং মাষ্টাৰ খ্যাত নীতিশ কুমাৰৰ পুৰণি এইকেইটা ভিডিঅ’ চাওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.