• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘শেষ হৈ যাম, বিজেপিলৈ নাযাওঁ!’ ৰাজনীতিত ছুয়িং মাষ্টাৰ খ্যাত নীতিশ কুমাৰৰ পুৰণি এইকেইটা ভিডিঅ’ চাওক

‘শেষ হৈ যাম, বিজেপিলৈ নাযাওঁ!’ ৰাজনীতিত ছুয়িং মাষ্টাৰ খ্যাত নীতিশ কুমাৰৰ পুৰণি এইকেইটা ভিডিঅ’ চাওক

3 years ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

1 hour ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

2 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

2 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

3 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

3 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

4 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

4 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

13 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

15 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

16 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

16 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘শেষ হৈ যাম, বিজেপিলৈ নাযাওঁ!’ ৰাজনীতিত ছুয়িং মাষ্টাৰ খ্যাত নীতিশ কুমাৰৰ পুৰণি এইকেইটা ভিডিঅ’ চাওক

editor by editor
January 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
‘শেষ হৈ যাম, বিজেপিলৈ নাযাওঁ!’ ৰাজনীতিত ছুয়িং মাষ্টাৰ খ্যাত নীতিশ কুমাৰৰ পুৰণি এইকেইটা ভিডিঅ’ চাওক
0
SHARES
282
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নীতিশ বিষাক্ত সাপ৷ সাপে যেনেকৈ মোট সলায় নীতিশো একেই৷ ২ বছৰৰ পাছে পাছে সাপৰ নতুন ছাল আহে৷ নীতিশো একেই৷’ নীতিশ কুমাৰক লৈ ৭ বছৰ পূৰ্বে এটা পোষ্ট কৰিছিল লালু প্ৰসাদ যাদৱে৷ এই পোষ্টৰ পাছতেই এবাৰ NDAৰ পৰা বাহিৰ হৈ RJD-ৰ সৈতে মহাজোঁটবন্ধন কৰিছিল নীতিশে৷ আকৌ এবাৰ সেই বন্ধন ছেদ কৰি NDAৰ কাষলৈ ঢাপলি মেলিছে নীতিশে৷

দেওবাৰে নীতিশে আকৌ NDAলৈ উভতি যোৱাৰ পাছতেই ভাইৰেল হৈ পৰিছে লালুৰ পোষ্টৰ লগতে নীতিশৰো পুৰণি মন্তব্য৷ লালুৰ কন্যা ৰোহিনী আচাৰ্যই বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱে নানান সময়ত কৰা নীতিশ বিৰোধী মন্তব্যসমূহ পোষ্ট কৰিছে এক্স হেণ্ডেলত৷ তাতেই সংসদৰ ভিতৰত লালুৱে কোৱা এটা মন্তব্য শ্বেয়াৰ কৰিছে৷ সেই মন্তব্যত লালুৱে কৈছিল, ‘নীতিশ কুমাৰ মোৰ ভাতৃ, কিন্তু যাৰ ধৰ্ম-অধৰ্মৰ পাৰ্থক্যৰেই জ্ঞান নাই তেওঁলোকৰ পৰা আৰু অন্য কি আশা কৰিব পাৰি?’

https://x.com/IPSinghSp/status/1750837618257060052?s=20

লালুৰ ওপৰিও নীতিশৰো এটা ভিডিঅ’ খুবেই ভাইৰেল৷ সেই পুৰণি ভিডিঅ’ত নীতিশে কৈছিল, ‘জীৱনত আকৌ বিজেপি দলৰ মাজলৈ এই জীৱনত ঘূৰি যোৱাৰ প্ৰশ্ন আহিবই নোৱাৰে৷ মৰি যাম কিন্তু সিহঁতৰ সৈতে জোঁটবন্ধনত নাহো৷ সিঁহতে আমাৰ দলটোক শেষ কৰি দিয়াৰ পৰিকল্পনা ভিতৰি কৰিছে৷ তেজস্বী আৰু তেওঁৰ পিতৃৰ বিৰুদ্ধেও নানান গোচৰ তৰিছে৷’ নীতিশে যেতিয়া এই মন্তব্য কৰিছে তেতিয়া তেওঁৰ নিচেই কাষত তেজস্বী যাদৱকো ঠিয় হৈ থকা দেখা গৈছে৷ সেই নীতিশেই এইবাৰ পাভলুটি মাৰিলে৷ তেজস্বীয়ে নীতিশৰ পাভলুটিক লৈ শেহতীয়াভাৱে দিয়া মন্তব্যত কয়, ‘খেলা এতিয়াও বাকী আছে৷ ২০২৪ চনৰ পাছত JDU দলেই নাথাকিব৷ BJPক মই ধন্যবাদ জনাইছো নীতিশক উভতাই লৈ যোৱাৰ বাবে৷’

উল্লেখ্য যে ২০২২ চনৰ আগষ্ট মাহত NDA এৰিছিল নীতিশ কুমাৰে৷ তাৰপাছতেই RJDৰ সৈতে মহাজোঁটবন্ধনৰ অংশীদাৰো হৈছিল৷ RJDৰ সৈতে জোঁট বান্ধিয়েই তেওঁ মুখ্যমন্ত্ৰীৰ আসনতো বহিছিল৷ তৈয়াৰ হৈছিল মহাজোঁটবন্ধনৰ চৰকাৰ৷ তাৰপৰাই এইবাৰ পাভলুটি মাৰিলে নীতিশ কুমাৰে৷ দেওবাৰে পুৱা মহাগঠবন্ধন জোঁটৰ মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তফা দিছিল নীতিশ কুমাৰে৷ বিয়লী নীতিশে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত লয়৷ এইবাৰ মুখ্যমন্ত্ৰী হৈছে BJPৰ সমৰ্থনত৷ বিগত কেইবাদিন ধৰি নীতিশৰ গতিবিধিক লৈ বহুতে সন্দেহো কৰিছিল৷ জল্পনা এতিয়া দিঠক৷ নীতিশ আকৌ বিজেপিৰ মিত্ৰ৷ নীতিশক ৰখোৱাৰো কোনো চেষ্টা নকৰিলে কংগ্ৰেছ দলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assambjp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি
অসম

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

September 16, 2026
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক
বাণিজ্য

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

September 16, 2026
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা
বিশ্ব

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

September 16, 2026
Next Post
প্ৰেমৰ চহৰত হিংসাৰ দাৱানল! বিশ্ববিখ্যাত মনালিছাৰ সেই ৰহস্যময় ছবিৰ ওপৰত কিয় ঢালি দিলে হালধীয়া পদাৰ্থ?

প্ৰেমৰ চহৰত হিংসাৰ দাৱানল! বিশ্ববিখ্যাত মনালিছাৰ সেই ৰহস্যময় ছবিৰ ওপৰত কিয় ঢালি দিলে হালধীয়া পদাৰ্থ?

জিৰ’ৰ পৰা হিৰ’ হোৱা ৰিংকু সিং! পিতৃয়ে আজিও কান্ধত চিলিণ্ডাৰ তুলি ঘৰে ঘৰে বিলাই ফুৰিছে, প্ৰকৃত কাহিনী কি?

জিৰ’ৰ পৰা হিৰ’ হোৱা ৰিংকু সিং! পিতৃয়ে আজিও কান্ধত চিলিণ্ডাৰ তুলি ঘৰে ঘৰে বিলাই ফুৰিছে, প্ৰকৃত কাহিনী কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.