• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘শীঘ্ৰেই দেশত বন্ধ হৈ পৰিব টোলগেট’- পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা

‘শীঘ্ৰেই দেশত বন্ধ হৈ পৰিব টোলগেট’- পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা

2 years ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

28 minutes ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

1 hour ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

2 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

2 hours ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

3 hours ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

4 hours ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

4 hours ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

21 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

22 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

22 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

23 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘শীঘ্ৰেই দেশত বন্ধ হৈ পৰিব টোলগেট’- পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা

editor by editor
March 28, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
‘শীঘ্ৰেই দেশত বন্ধ হৈ পৰিব টোলগেট’- পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা
0
SHARES
328
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘শীঘ্ৰেই দেশত বন্ধ হৈ পৰিব টোলগেট’- পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা

এতিয়াৰ পৰা আৰু টোলগেটৰ নামত হাৰাশাস্তি ভুগিব নালাগে। অতি শীঘ্ৰেই সমগ্ৰ দেশতে বন্ধ হৈ পৰিব টোলগেট সমূহ। এই বিষয়ে সদৰি কৰে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে নিজেই ।

এতিয়াৰ পৰা টোলগেটত অপেক্ষা নকৰাকৈয়ে কৰিব পাৰিব যাত্ৰা। যাত্ৰাৰ সময়ত টোলগেটৰ নামত নাপাই কোনো ধৰণৰ সমস্যা।

কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে সদৰি কৰা অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সকলো টোলগেট উঠাই দিয়া হ’ব। অৱশ্যে ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰাৰ বাবে এতিয়াও ভৰিব লাগিব টকা। কিন্তু ইয়াৰ বাবে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই।

ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কৰা হ’ব নতুন নিয়ম। এই নতুন নিয়নৰ অধীনত এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰা আৰম্ভ কৰাৰ লগে লগে অনলাইন যোগে কাটা যাব টেক্স। ইয়াৰ বাবে নালাগে ফাষ্টটেগো।

জানিব পৰা অনুসৰি, সম্পূৰ্ণ ছেটেলাইটভিত্তিক কৰা হ’ব কৰ তথা টেক্স সংগ্ৰহৰ পদ্ধতি। নিজ নিজ বেংক একাউণ্টৰ সৈতে সংযুক্ত থাকিব এই পদ্ধতি।

যাৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰিলেই একাউণ্টৰ পৰা কৰ্তন হ’ব ধন। অৱশ্যে যাত্ৰাৰ দূৰত্ব অনুপাতেহে সংগ্ৰহ কৰা হ’ব কৰ। উল্লেখ্য যে, ৰাস্তা-ঘাটৰ উন্নয়ন সাধন কৰাৰ বাবদ প্ৰৱৰ্তন কৰা হৈছিল টোল টেক্স। পাছলৈ ৰাইজৰ সুবিধাৰ্থে ফাষ্টটেগৰো সুবিধা অনা হৈছিল। এতিয়া কৰা হ’ব সকলো অনলাইন পদ্ধতি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam livenitin gadkarisatellite-based tolltoll gatetoll taxUnion Transport Minister
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত
বিনোদন

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

June 6, 2026
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল
ভাৰত

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

June 5, 2026
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী
অসম

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

June 5, 2026
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…
অসম

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

June 5, 2026
Next Post
মেষ ৰাশিত কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ তৈয়াৰ কৰিব বুধে, এইবাৰ দ্বিগুণ লাভ বৃষসহ ৩ৰাশিৰ

মেষ ৰাশিত কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ তৈয়াৰ কৰিব বুধে, এইবাৰ দ্বিগুণ লাভ বৃষসহ ৩ৰাশিৰ

লোকসভা নিৰ্বাচনত কঙ্গনা ৰানাউটৰ বিজয়ৰ সম্ভাৱনা কিমান? ব্যক্তিত্বই প্ৰভাৱ পেলাব ভোটযুদ্ধত বুলি কোনে কৰিছে দাবী?

লোকসভা নিৰ্বাচনত কঙ্গনা ৰানাউটৰ বিজয়ৰ সম্ভাৱনা কিমান? ব্যক্তিত্বই প্ৰভাৱ পেলাব ভোটযুদ্ধত বুলি কোনে কৰিছে দাবী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.