• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্কপাল নে ৰেকৰ্ড, ২৩৮ বাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিয়ো পুনৰ থিয় দিছে এইবাৰ

2 years ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

11 minutes ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

40 minutes ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

2 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

3 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

4 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

5 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

6 hours ago
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দুৰ্কপাল নে ৰেকৰ্ড, ২৩৮ বাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিয়ো পুনৰ থিয় দিছে এইবাৰ

editor by editor
March 30, 2024
in ভাৰত
0
দুৰ্কপাল নে ৰেকৰ্ড, ২৩৮ বাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিয়ো পুনৰ থিয় দিছে এইবাৰ
0
SHARES
99
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুৰ্কপাল নে ৰেকৰ্ড, ২৩৮ বাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিয়ো পুনৰ থিয় দিছে এইবাৰ

দুৰ্কপাল বুলি কব নে ৰেকৰ্ড বুলি কব, এগৰাকী এনে লোক যিয়ে কেৱল নিৰ্বাচনত হাৰিবলৈয়ে থিয় দিয়ে। এতিয়ালৈকে ২৩৮ বাৰ নিৰ্বাচন খেলিছে লোকগৰাকীয়ে।

পাছে ২৩৮ বাৰ নিৰ্বাচন খেলিয়ো এবাৰো জয় হ’ব পৰা নাই আজি পৰ্যন্ত। কিন্তু তথাপি জনপ্ৰিয় লোকগৰাকী। তামিলনাডুৰ মেত্তুৰ নিবাসী পদ্মৰাজন নামৰ এইগৰাকী লোক ‘ইলেকছন কিং’ বুলি জনাজাত।

লাখ লাখ টকা খৰচ, সময় নষ্ট, বহু কষ্ট, তথাপি হাৰ মানি যোৱা নাই ইলেকচন কিং পদ্মৰাজনে। এতিয়ালৈকে ৰাষ্ট্ৰপতি নিৰ্বাচন, প্ৰধানমন্ত্ৰী নিৰ্বাচন, লোকসভা, বিধানসভা, পঞ্চায়ত একো নিৰ্বাচনেই এৰা নাই পদ্মৰাজনে।

বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী, মনমোহন সিং, কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আদিৰ বিৰুদ্ধেও নিৰ্বাচন খেলি পাইছে এই পদ্মৰাজনে।

১৯৮৮ চনত প্ৰথমবাৰৰ বাবে নিৰ্বাচন খেলিছিল পদ্মৰাজনে। বৰ্তমানলৈ ৩০০ বাৰ মনোনয়ন দাখিল কৰি পাইছে লোকগৰাকীয়ে। ইয়াৰ ভিতৰত কেইবাখনো মনোনয়ন বাতিল হৈ ২৩৮ বাৰ খেলিছে নিৰ্বাচন।

পাছে নিৰ্বাচন হাৰিলেও নিবিচৰাকৈয়ে ৰেকৰ্ড গঢ়িছে পদ্মৰাজনে। ইণ্ডিয়া লিমকা বুক অৱ ৰেকৰ্ডত অসফল প্ৰাৰ্থী হিচাপে নাম লিপিবদ্ধ হৈছে।

এইবাৰো লোকসভাৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ইতিমধ্যে মনোনয়ন দাখিল কৰিছে পদ্মৰাজনে। তেখেতৰ মন্তব্য, এইবাৰো হাৰিব, কেৱল হাৰিবৰ বাবেই নিৰ্বাচন খেলে। হাৰি হাৰিয়েই বিশ্ব ৰেকৰ্ড গঢ়াৰ প্ৰৱল ইচ্ছা ইলেকচন কিঙৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: electionElection IndiaElection KingRecordViral man
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

March 28, 2026
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?
জীৱনশৈলী

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

March 28, 2026
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?
জীৱনশৈলী

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

March 28, 2026
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?
জীৱনশৈলী

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

March 28, 2026
Next Post
পদিনাৰ ব্যৱহাৰ কৰি গৰমৰ পৰা ৰক্ষা কৰক চুলিক, লগতে পাওক চমৎকাৰ উপকাৰিতা

জানেনে মিষ্টাৰ ইউনিভাৰ্চৰ খিতাপ দখলকাৰী বিশ্বৰ প্ৰথম আৰু দ্বিতীয় দুয়োগৰাকীয়ে ভাৰতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন