• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেট্ৰিক পাছ কৰিলেই হ’ল, ছোৱালীৰ সকলো দায়িত্ব মোৰ- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মেট্ৰিক পাছ কৰিলেই হ’ল, ছোৱালীৰ সকলো দায়িত্ব মোৰ- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

2 years ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

19 minutes ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

1 hour ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

2 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

2 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

3 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

5 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

5 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

6 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

7 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

15 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

16 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মেট্ৰিক পাছ কৰিলেই হ’ল, ছোৱালীৰ সকলো দায়িত্ব মোৰ- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

editor by editor
April 5, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
মেট্ৰিক পাছ কৰিলেই হ’ল, ছোৱালীৰ সকলো দায়িত্ব মোৰ- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
0
SHARES
214
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেট্ৰিক পাছ কৰিলেই হ’ল, ছোৱালীৰ সকলো দায়িত্ব মোৰ- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আজি সৰ্বানন্দ সোণোৱাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তে মাকুমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে কেইবাটাও গুৰুত্বপূৰ্ণ কথা। মেট্ৰিক পাছ কৰাৰ পাছতে ছোৱালীৰ সকলো দায়িত্ব গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই সন্দৰ্ভত কয় যে, কেৱল মেট্ৰিক পাছ কৰিলেই হ’ল, ছোৱালীৰ হায়াৰছেকেণ্ডাৰীৰ পঢ়া স্নাতকৰ পঢ়া আৰু লগতে স্নাতকোত্তৰৰো পঢ়াৰ সমস্ত দায়িত্ব ল’ব মুখ্যমন্ত্ৰীয়ে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, ‘ল’ৰাৰ দায়িত্ব পৰিয়ালৰ, ছোৱালীৰ দায়িত্ব মোৰ’। মেট্ৰিক পাছ কৰিলেই হ’ল, তাৰ পাছৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ ।

মেট্টিকত পাছ কৰা সকলো ছোৱালীয়ে বছৰি লাব কৰিব ১০হাজাৰকৈ টকা। হায়াৰ ছেকেণ্ডৰী পাছ কৰিলে ১২৫০০ টকা আৰু ডিগ্ৰী পাছ কৰিলে ২৫হাজাৰকৈ টকা লাভ কৰিব।

আজিৰ সভাত মুখ্যমন্ত্ৰীয়ে কয় যে, মেট্ৰিকৰ পাছত সকলো ছোৱালীৰে কলেজৰ এডমিছন ফ্ৰি, তাৰোপৰি বছৰি পাব ১০ হাজাৰ, তেনেদৰে একেবাৰে স্নাতোকোত্তৰ পঢ়ালৈ বছৰি লাভ কৰিব টকা। এই টকা ছোৱালীৰ পিতৃ-মাতৃয়ে নাপায়, পোনে পোনে ছোৱালীৰ একাউণ্টত সোমাব।

ইয়াৰ বাহিৰেও আৰু অন্য কেইবাটাও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। চাকৰিৰ সন্দৰ্ভত কয়- ‘‘১ লাখ চাকৰি দিম বুলি কৈ কথা ৰাখিলো। পুনৰ ৫০হাজাৰ নতুন চাকৰি দিম। এটকাও নিদিয়াকৈ চাকৰি পাইছে আৰু পাব। মিছন বসুন্ধৰাৰে এটা এটা পৰিয়ালক মাটিৰ পট্টা দিছো, বসুন্ধৰা 3.0ত বাকী নোপোৱা সকলকো দিয়া হ’ব। মোদী হ্যে ত’ মুমকিন হ্যে, এতিয়া মোদীৰ গ্যাৰাণ্টি আৰু মামাৰ ৱাৰেণ্টি চলি আছে।’’

‘‘যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱেই অৰুণোদয় পাব ৷ এই গেৰাণ্টি মোৰ। অৰুণোদয় নাপালে অহাবাৰ বিজেপিক ভোট নিদিব। প্ৰধানমন্ত্ৰীৰ জীৱনজ্যোতি আঁচনি পাব প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালে। ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীয়ে পাব ২লাখ টকাৰ দূৰ্ঘটনা বীমা, জীৱন বীমা। মোদীয়ে দিল্লীৰ পৰা পোহৰ দিব, দিচপুৰৰ পৰা পোহৰ বিলাম আমি।’’

‘‘জয় আই অসম তেতিয়াহে হ’ব যেতিয়া কাম হ’ব। কোনোবাই সদনত বহুত কথা কৈ কাজিয়া কৰি থাকিলে ৰাইজৰ কাম হ’ব নেকি? বিৰোধীৰ মিটিং শুনিবচোন অকল গালি পাৰি থাকে, আমি গালি নাপাৰো, আমি কাম কৰিম। মাইকটো পালেই গালি দিবলৈ সহজ ৷ ৮৫৫জন কেনেকৈ শ্বহীদ হৈছিল? যি কংগ্ৰেছে ৮৫৫জন শ্বহীদ কৰিলে সেই কংগ্ৰেছৰ লগত থাকি কিহৰ জাতীয়তাবাদ ৷ জাতীয়তাবাদৰ কথা কয়, আমি কি ঘোঁৰাৰ ঘাঁহ কাটি আছো? আমিও অসমক ভাল নাপাও? অকল সিহঁতেহে ভাল পায় নেকি অসমক ? আমি অসমৰ মানুহৰ কল্যাণৰ বাবে কাম কৰি আছো ৷ আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ’বলৈ কাম কৰি আছো।’’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cmAssam CM Himanta Biswa Sarmaelection
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
অসম

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 13, 2026
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?
অসম

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

July 13, 2026
Next Post
আয়ুস্মানক প্ৰত্যাহ্বান চিৰঞ্জীৱীৰ, আয়ুস্মানে দিব ৫ লাখ-চিৰঞ্জীৱীয়ে দিব ২৫ লাখ- কংগ্ৰেছ

আয়ুস্মানক প্ৰত্যাহ্বান চিৰঞ্জীৱীৰ, আয়ুস্মানে দিব ৫ লাখ-চিৰঞ্জীৱীয়ে দিব ২৫ লাখ- কংগ্ৰেছ

১৭ লাখ মুছলমান ছাত্ৰক সকাহ উচ্চতম ন্যায়ালয়ৰ, দিলে ঐতিহাসিক ৰায়

১৭ লাখ মুছলমান ছাত্ৰক সকাহ উচ্চতম ন্যায়ালয়ৰ, দিলে ঐতিহাসিক ৰায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.