• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চ’ত নৱৰাত্ৰি… উপবাসে আছে নেকি? এই নিয়ম মানি উপবাসে থাকিলেহে আশীৰ্বাদ পাব দেৱীৰ

চ’ত নৱৰাত্ৰি… উপবাসে আছে নেকি? এই নিয়ম মানি উপবাসে থাকিলেহে আশীৰ্বাদ পাব দেৱীৰ

2 years ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

10 minutes ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

44 minutes ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

1 hour ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

2 hours ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

3 hours ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

4 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

5 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

6 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

6 hours ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

15 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

16 hours ago
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চ’ত নৱৰাত্ৰি… উপবাসে আছে নেকি? এই নিয়ম মানি উপবাসে থাকিলেহে আশীৰ্বাদ পাব দেৱীৰ

editor by editor
April 10, 2024
in জীৱনশৈলী
0
চ’ত নৱৰাত্ৰি… উপবাসে আছে নেকি? এই নিয়ম মানি উপবাসে থাকিলেহে আশীৰ্বাদ পাব দেৱীৰ
0
SHARES
244
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নৱৰাত্ৰি আৰম্ভ। সমগ্ৰ দেশতে নৱৰাত্ৰি অতি ধুমধাম আৰু ভক্তিভাৱেৰে উদযাপন কৰা হয়৷ নৱৰাত্ৰিত মা দুৰ্গাৰ ৯টা ৰূপৰ আৰাধনা কৰা হয়। বিজয় দশমীৰ দিনা দেৱীৰ মূৰ্তি বিসৰ্জনেৰে নৱৰাত্ৰিৰো সামৰণি পৰে।

হিন্দুসকলৰ মাজত নৱৰাত্ৰি অন্যতম শুভ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ। বিশেষকৈ উত্তৰ ভাৰতত ভক্তসকলে ৯ দিন ধৰি উপবাস পালন কৰে। উপবাসৰো কিছুমান নিয়ম আছে। কি কি নিয়ম মানি নৱৰাত্ৰিৰ উপবাস পালন কৰিব জানেনে?

নৱৰাত্ৰিৰ উপবাসত কি কি কৰিবঃ

  •  এই সময়ছোৱাত নিৰামিষ আৰু টামসিক খাদ্য খোৱাৰ পৰা বিৰত থাকক আৰু লগতে সুৰাৰ পৰা আঁতৰত থাকক৷
  • চাউল-ঘেঁহুৰ সলনি আপোনাৰ পুৰি, পোলাও আদি বহুতে গ্ৰহণ কৰে।
  • খাদ্যত নিমখ ব্যৱহাৰ নকৰিব।
  • নৱৰাত্ৰিৰ সময়ত খাদ্য প্ৰস্তুত কৰিবলৈ শোধিত তেলৰ সলনি ঘিউ বা বাদাম তেল ব্যৱহাৰ কৰিব লাগে৷
  • ৰন্ধা-বঢ়াত হালধি, নিমখ আদি মছলা ব্যৱহাৰ নকৰিব৷
  • নৱৰাত্ৰি উদযাপনৰ ৯ দিনত চুলি কাটিব নালাগে৷
  • নৱৰাত্ৰিৰ সময়ত ঘৰখন পৰিষ্কাৰ কৰি ৰাখক। এই ৯ দিন পুৱা গা ধুই দেৱতাক প্ৰসাদ দিহে দিনটো আৰম্ভ কৰক।
  • নৱৰাত্ৰিৰ একেবাৰে প্ৰথম দিনাই ঘট স্থাপন কৰক।
  • দেৱী দুৰ্গাক শ্লোক আৰু মন্ত্ৰ জপ কৰি প্ৰাৰ্থনা তথা আৰাধনা কৰক৷

নৱৰাত্ৰিৰ ব্ৰতঃ  কোনে উপবাস কৰিব পাৰে?

বয়স বা লিংগ নিৰ্বিশেষে সুস্বাস্থ্যৰ অধিকাৰী যিকোনো ব্যক্তিয়ে ব্ৰত পালন কৰিব পাৰে। কিন্তু যদি আপুনি অসুস্থ বা ঔষধ খাই আছে বা চিকিৎসাধীন হৈ আছে তেন্তে উপবাসৰ পৰা বিৰত থকাটোৱেই উত্তম। কোনো ধৰণৰ স্বাস্থ্যজনিত জটিলতা হ’লে উপবাসৰ সিদ্ধান্তৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী
জীৱনশৈলী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

June 20, 2026
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ
বিশ্ব

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

June 20, 2026
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

June 19, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

June 19, 2026
Next Post
আচৰিত! ৪০০০ মিটাৰ উচ্চতাৰ পৰা পৰি যায় মোবাইল, কিন্তু এটা দাগো নপৰে মোবাইলটোত

আচৰিত! ৪০০০ মিটাৰ উচ্চতাৰ পৰা পৰি যায় মোবাইল, কিন্তু এটা দাগো নপৰে মোবাইলটোত

পুনৰ আন এক আৱেদন নাকচ, ক্ৰমাম্বয়ে চক্ৰবেহুত সোমাই গৈ আছে নেকি কেজৰিৱাল

পুনৰ আন এক আৱেদন নাকচ, ক্ৰমাম্বয়ে চক্ৰবেহুত সোমাই গৈ আছে নেকি কেজৰিৱাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.