• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, দুৰ্ঘটনাত একেলগে নিহত ধুবুৰীৰ ৪ গৰাকী লোক

অতিকে শোকাৱহ, দুৰ্ঘটনাত একেলগে নিহত ধুবুৰীৰ ৪ গৰাকী লোক

2 years ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

19 minutes ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

1 hour ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

2 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

3 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

3 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

3 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

4 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

5 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

6 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

6 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অতিকে শোকাৱহ, দুৰ্ঘটনাত একেলগে নিহত ধুবুৰীৰ ৪ গৰাকী লোক

editor by editor
April 16, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
অতিকে শোকাৱহ, দুৰ্ঘটনাত একেলগে নিহত ধুবুৰীৰ ৪ গৰাকী লোক
0
SHARES
545
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, দুৰ্ঘটনাত একেলগে নিহত ধুবুৰীৰ ৪ গৰাকী লোক

ধুবুৰী গৌৰীপুৰত পুৱতি নিশা অতিকে শোকাৱহ পথ দুৰ্ঘটনা। যি দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী যুৱতীসহ চাৰিগৰাকী লোক। এখন চাৰিচকীয়া বাহনে গছত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো।

যাৰ ফলতে ঘটনাস্থলীতে ৪ গৰাকী লোকৰ মৃত্যু হয়। বাহনখনত এগৰাকী মহিলা আৰু তিনিজন পুৰুষ আছিল। চাৰিচকীয়া বাহন খনৰ নম্বৰ- AS01BP- 1557.

চালক ছাহিল আহমেদ (২১), ছাহিদ খন্দকাৰ (২২), নুৰ আমিন (২১) তিনিওৰে ঘৰ ধুবুৰী চহৰত বুলি পৰিচয় উদ্ধাৰ গৌৰীপুৰ আৰক্ষীৰ । পাছে বৰ্তমানেও যুৱতী গৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই।

গৌৰীপুৰ বটেৰতল ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। পাণবাৰীৰ পৰা ধুবুৰী অভিমুখী চাৰিচকীয়া বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এডাল প্ৰকাণ্ড গছত খুন্দা মৰা বুলি সন্দেহ।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ নিয়ে। সম্প্ৰতি ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DhuburiDhuburi Road Accidentguwahatiroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন
অসম

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

October 13, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

October 13, 2026
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?
অসম

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

October 12, 2026
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ
অসম

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

October 12, 2026
Next Post
প্ৰথমত সম্পূৰ্ণ বিফল, দ্বিতীয়ত ২৩৬ ৰেংক, তৃতিয়ত দেশৰ ভিতৰতে প্ৰথম 

প্ৰথমত সম্পূৰ্ণ বিফল, দ্বিতীয়ত ২৩৬ ৰেংক, তৃতিয়ত দেশৰ ভিতৰতে প্ৰথম 

চিনেমাৰ শ্বুটিঙত মিছাকৈ মাৰা এটা থাপ্পৰে সলাই পেলাইছিল এই অভিনেত্ৰীৰ জীৱন, ফাটিছিল কানৰ পৰ্দা, বেয়া হৈছিল চকু

চিনেমাৰ শ্বুটিঙত মিছাকৈ মাৰা এটা থাপ্পৰে সলাই পেলাইছিল এই অভিনেত্ৰীৰ জীৱন, ফাটিছিল কানৰ পৰ্দা, বেয়া হৈছিল চকু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.