• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গণপতিৰ প্ৰিয় দিন! হাতলৈ অনাকাংশিত ধন আহিব এই ৫ ৰাশিৰ জাতকৰ

গণপতিৰ প্ৰিয় দিন! হাতলৈ অনাকাংশিত ধন আহিব এই ৫ ৰাশিৰ জাতকৰ

2 years ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

11 minutes ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

1 hour ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

2 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

2 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

3 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

4 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

5 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

5 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

5 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

6 hours ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

6 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গণপতিৰ প্ৰিয় দিন! হাতলৈ অনাকাংশিত ধন আহিব এই ৫ ৰাশিৰ জাতকৰ

গণপতিৰ প্ৰিয় দিন! হাতলৈ অনাকাংশিত ধন আহিব এই ৫ ৰাশিৰ জাতকৰ

editor by editor
April 24, 2024
in জীৱনশৈলী, ভাৰত
0
গণপতিৰ প্ৰিয় দিন! হাতলৈ অনাকাংশিত ধন আহিব এই ৫ ৰাশিৰ জাতকৰ
0
SHARES
259
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৪ এপ্ৰিল ২০২৪ বুধবাৰে বৈদিক পঞ্জিকা অনুসৰি ব’হাগ মাহৰ কৃষ্ণপক্ষৰ প্ৰতিপদ তিথি। চন্দ্ৰই দিনজুৰি তুলা ৰাশিত বিৰাজ কৰিব। ইয়াৰ সৈতে থাকিব কেইবাটাও শুভ যোগ। এই শুভ যোগ হৈছে সিদ্ধি যোগ আৰু ব্যাতিপত যোগ। ইয়াৰোপৰি আজি দিনজুৰি থাকিব স্বাতী নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত দিনটো বিশেষ গুৰুত্বপূৰ্ণ।

জ্যোতিষ অনুসৰি বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন। জ্যোতিষবিদে জনোৱা অনুসৰি কেইবাটাও শুভ যোগৰ কাৰণে আজিৰ দিনটো সুখকৰ হ’ব কেইটামান ৰাশিৰ জাতকৰ। আৰ্থিক অৱস্থা উন্নীত কৰাৰ সুযোগ পাব। জ্যোতিষ গণনা অনুসৰি কোন কোন ৰাশিৰ সৌভাগ্য লাভ হ’ব জানি থওক।

বৃষ ৰাশি

২৪এপ্ৰিলৰ দিনটো শুভ হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে। ব্যাতিপত যোগৰ প্ৰভাৱত সম্পদ লাভ হ’ব। বিশেষ সন্মানৰো অধিকাৰী হ’ব পাৰে। যিসকলে ব্যৱসায় কৰিছে তেওঁলোকে বিশেষ লাভৰ মুখ দেখিব। বেচৰকাৰী চাকৰিৰ সৈতে যুক্ত হৈ থকাসকলেও নতুন চাকৰি লাভ কৰিব পাৰে।

কন্যা ৰাশি

চিত্ৰা নক্ষত্ৰৰ প্ৰভাৱত ভাগ্যৰ সুফল লাভ কৰিব কন্যা ৰাশিৰ জাতকে। নিজৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল লাভ কৰিব। বুধবাৰে পেছাগত জীৱনত একাধিক পজিটিভ পৰিবৰ্তন দেখা পাব। বন্ধুৰ সৈতে সন্ধিয়া ভাল সময় কটাব। আৰ্থিক লাভৰ যোগ আছে কন্যা ৰাশিৰ জাতকৰ।

তুলা ৰাশি

সিদ্ধি যোগৰ শুভ প্ৰভাৱত ভাগ্যোদয় হ’ব তুলা ৰাশিৰ জাতকৰ। নিজৰ ব্যক্তিত্বৰে সকলোকে মুগ্ধ কৰিব পাৰিব। অংশীদাৰিত্বৰ কোনো কাম কৰিলে লাভৱান হ’ব। এই কামৰ পৰা ভৱিষ্যতেও আৰ্থিক লাভ হ’ব তুলা ৰাশিৰ জাতকে। পৰিয়ালৰ কাৰোবাৰ বিয়া ঠিক হ’ব পাৰে।

ধনু ৰাশি

২৪ এপ্ৰিলৰ দিনটোত আনন্দৰ আগমন হ’ব। সিদ্ধি যোগৰ শুভ ফল লাভ কৰিব আপুনি। গণেশৰ আশীৰ্বাদত অৰ্থাগমৰ নতুন পথ মুকলি হ’ব। প্ৰেম জীৱনতো দিনটো বেছ শুভ। ধনু ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও দিনটো শুভ।

কুম্ভ ৰাশি

বুধবাৰে ব্যতিপত যোগৰ শুভ ফল লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে। আপুনি উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে। পুৰণি কোনো অসুখ-বিসুখৰ পৰা ৰেহাই পাব। কুম্ভ ৰাশিৰ জাতকৰ দীৰ্ঘদিনৰ কোনো মনৰ ইচ্ছা পূৰণ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?
জীৱনশৈলী

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

August 19, 2026
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!
জীৱনশৈলী

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

August 19, 2026
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!
জীৱনশৈলী

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

August 19, 2026
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

August 19, 2026
Next Post
প্ৰচাৰ বিমুখ শচীন, বহুতেই নাজানে শচীনৰ এইসমূহ কথা…

প্ৰচাৰ বিমুখ শচীন, বহুতেই নাজানে শচীনৰ এইসমূহ কথা...

ইয়াতেই আছে মহাদেৱ! জানক ৰহস্যময় কৈলাশ পৰ্বতৰ এইকেইটা অজানা কথা

ইয়াতেই আছে মহাদেৱ! জানক ৰহস্যময় কৈলাশ পৰ্বতৰ এইকেইটা অজানা কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.