• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ লাখ টকা আৰু একঠা মাটি নিদিয়াৰ বাবেই কাল হৈ নামিল বোৱাৰীৰ জীৱনলৈ

১০ লাখ টকা আৰু একঠা মাটি নিদিয়াৰ বাবেই কাল হৈ নামিল বোৱাৰীৰ জীৱনলৈ

2 years ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

27 minutes ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

2 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

2 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

3 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

4 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

4 hours ago
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

5 hours ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

7 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

7 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

8 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

8 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১০ লাখ টকা আৰু একঠা মাটি নিদিয়াৰ বাবেই কাল হৈ নামিল বোৱাৰীৰ জীৱনলৈ

editor by editor
April 24, 2024
in ভাৰত
0
১০ লাখ টকা আৰু একঠা মাটি নিদিয়াৰ বাবেই কাল হৈ নামিল বোৱাৰীৰ জীৱনলৈ
0
SHARES
119
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০ লাখ টকা আৰু একঠা মাটি নিদিয়াৰ বাবেই বোৱাৰীৰ লগত সংঘটিত কৰিলে এই কাণ্ড

বিহাৰৰ পাটনাৰ পৰা আহিছে এক হৃদয়বিদাৰক ঘটনাৰ খবৰ। যৌতুক নিদিয়াৰ বাবেই স্বামীৰ ঘৰে কৰিলে এনে কাণ্ড যাৰ ফলত প্ৰাণ হেৰুৱাব লগা হয় এগৰাকী বোৱাৰীয়ে।

পাটনাত যৌতুকৰ বাবে এগৰাকী মহিলাক হত্যা কৰাৰ পিছত স্বামীৰ ঘৰৰ লোকে নদীৰ কাষৰ বালিত পুতি থয় মৃতদেহ। বুধবাৰে নদীৰ কাষৰ বালিৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

ঘটনাৰ পিছতে মৃতকৰ স্বামী, শাহুৱেক আৰু শহুৰেক ঘৰৰ পৰা পলাতক হৈ আছিল। অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে বৰ্তমানে অভিযান চলাই আছে।

বিহাৰৰ বিহতাৰ শ্ৰীৰামপুৰ নিবাসী ৰমেশ ৰায়ৰ কন্যা ছোনী কুমাৰীয়ে স্বামীৰ পৰিয়ালে দাবী কৰা নগদ ১০ লাখ টকা আৰু এক কঠা মাটি নিদিয়াৰ ফলত প্ৰাণ কাঢ়ি লৈছিল।

উল্লেখ্য যে, বিহতা গাঁৱৰ ধীৰাজ কুমাৰৰ সৈতে ২ বছৰ পূৰ্বেই বিয়া হৈছিল ছোনী। পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে বিয়াৰ পিছৰে পৰা ছোনী কুমাৰীক স্বামী আৰু শহুৰৰ পৰিয়ালে মাৰপিট কৰিছিল। লগতে স্বামী ধীৰাজ কুমাৰ আৰু শাহুৱেক আৰু শহুৰেকে ১০ লাখ টকা নগদ ধন আৰু এক কঠা মাটি দাবী কৰি আহিছিল।

কিন্তু দাবী কৰা ধন লাভ নকৰাৰ বাবেই ছোনীত হত্যা কৰি নদীৰ কাষৰ বালিত পুতি থয়। ঘটনাৰ বিষয়ে খবৰ লাভৰ পিছতে বিহটা থানাৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰে। আনহাতে ছোনীৰ পৰিয়ালে হত্যাৰ গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে গোচৰৰ তদন্ত আৰম্ভ কৰি বুধবাৰে বালিঘাটৰ পৰা সোণী কুমাৰীৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত দনাপুৰ মহকুমা আৰক্ষী বিষয়াই জনোৱা মতে, মৃতদেহটো জেচিবি মেচিনেৰে বালিত পুতি থোৱা হৈছিল। তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয় আৰু এতিয়া অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পাছে পলাতক হৈ আছে স্বামী আৰপ শহুৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: biharBihar dowry CasedowryDowry CaseIndia Dowry Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!
জীৱনশৈলী

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

October 14, 2026
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ
নিয়োগ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

October 14, 2026
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ
অপৰাধ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

October 14, 2026
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য
ভাৰত

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

October 14, 2026
Next Post
সূৰ্য আৰু শুক্ৰৰ সংযোগৰ বাবে এই ৪ ৰাশিৰ লোকে বাম্পাৰ লাভ পাব

সূৰ্য আৰু শুক্ৰৰ সংযোগৰ বাবে এই ৪ ৰাশিৰ লোকে বাম্পাৰ লাভ পাব

যদি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা হয় তেন্তে ধ্বংসলীলা হ’ব ২০২৪ত, বৰ্তমানলৈ সঁচা হৈছে বহু ভৱিষ্যদ্বাণী

যদি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা হয় তেন্তে ধ্বংসলীলা হ'ব ২০২৪ত, বৰ্তমানলৈ সঁচা হৈছে বহু ভৱিষ্যদ্বাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.