• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যদি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা হয় তেন্তে ধ্বংসলীলা হ’ব ২০২৪ত, বৰ্তমানলৈ সঁচা হৈছে বহু ভৱিষ্যদ্বাণী

যদি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা হয় তেন্তে ধ্বংসলীলা হ’ব ২০২৪ত, বৰ্তমানলৈ সঁচা হৈছে বহু ভৱিষ্যদ্বাণী

2 years ago
UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

45 minutes ago
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

56 minutes ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

1 hour ago
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

2 hours ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

3 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

4 hours ago
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

4 hours ago
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

5 hours ago
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

5 hours ago
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

6 hours ago
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

6 hours ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যদি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা হয় তেন্তে ধ্বংসলীলা হ’ব ২০২৪ত, বৰ্তমানলৈ সঁচা হৈছে বহু ভৱিষ্যদ্বাণী

editor by editor
April 24, 2024
in জীৱনশৈলী, বিবিধ
0
যদি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা হয় তেন্তে ধ্বংসলীলা হ’ব ২০২৪ত, বৰ্তমানলৈ সঁচা হৈছে বহু ভৱিষ্যদ্বাণী
0
SHARES
746
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যদি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা হয় তেন্তে ধ্বংসলীলা হ’ব ২০২৪ত, বৰ্তমানলৈ সঁচা হৈছে বহু ভৱিষ্যদ্বাণী

এই পৃথিৱীত বহু মহান ব্যক্তিৰ জন্ম হৈছে যিয়ে কেৱল জীৱনকালৰে নহয় মৃত্যুৰ পাছতো বহু বছৰৰ পিছতো ঘটি থকা ঘটনাবোৰৰ কথা উল্লেখ কৰি থৈ গৈছে। তেনেই এজন হৈছে বাবা ভাংগা। বিশ্বতে নাম থকা এই বাবা ভাংগা অন্ধ লোক।

দৃষ্টিশক্তি নাথাকিলেও কিন্তু তেওঁৰ দূৰদৰ্শী চকুৱে ভৱিষ্যতে হ’বলগীয়া কথাবোৰ স্পষ্টকৈ দেখিছিল। তেনে এজন ব্যক্তি আছিল বাবা ভাংগা, যিয়ে কেতিয়াও চকুৰে পৃথিৱীখন চাব পৰা নাছিল যদিও সকলো কথা মনৰ চকুৰে দেখিছিল।

বাবা ভেংগাই শৈশৱত দুয়ো চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল যদিও তেওঁ স্পষ্টকৈ দেখিছিল পৃথিৱীৰ ভৱিষ্যত। মৃত্যুৰ পূৰ্বে ভাংগাই ৫০৭৯টা ভৱিষ্যদ্বাণী কৰি গৈছে। তেওঁৰ এনে বহু ভৱিষ্যদ্বাণী আছে যিবোৰ এতিয়ালৈকে সত্য বুলি প্ৰমাণিত হৈছে। বাবা ভেংগাই ২০২৪ বৰ্ষৰ বাবেও বহু কথা কৈছিল, এই সকলোবোৰ যদি সঁচা হয়, তেন্তে পৃথিৱীত আলোড়নৰ সৃষ্টি কৰিব।

২০২৪ বৰ্ষৰ বাবে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী-
অৰ্থনৈতিক সংকট- বাবা ভেংগাই কৈছিল যে ২০২৪ চনত দেশ আৰু বিশ্বই ভয়ংকৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’ব পাৰে। বিশ্বত ক্ৰমবৰ্ধমান উত্তেজনা, যুদ্ধ আৰু পশ্চিমৰ পৰা পূবলৈ ক্ষমতাৰ পৰিৱৰ্তনৰ বাবে হয়তো বিশ্বই অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

গ্ল’বেল ৱাৰ্মিং- ভেংগাৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২৪ চনত বিশ্বৰ কিছুমান ঠাইতো গোলকীয় উষ্ণতাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। গোলকীয় উষ্ণতাৰ বাবে মানুহে তীব্ৰ গৰমৰ সন্মুখীন হ’ব লাগিব। ইয়াৰ বাবেই পৃথিৱীত প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

চাইবাৰ আক্ৰমণ- বাবা ভেংগাই কৈছিল যে বিশ্বত চাইবাৰ আক্ৰমণৰ কাণ্ড বৃদ্ধি পাব। বহু প্ৰখ্যাত কোম্পানী হেকিঙৰ সন্মুখীন হৈছে। দেশৰ সংস্থাসমূহো হেকাৰৰ লক্ষ্য হৈ পৰিছিল। চাইবাৰ হেকাৰে পাৱাৰ গ্ৰীড আৰু পানী পৰিশোধন প্লাণ্টত আক্ৰমণ কৰিব পাৰে।

জৈৱ অস্ত্ৰ পৰীক্ষা- বাবা ভেংগাৰ ভৱিষ্যদ্বাণী অনুসৰি বিশ্বৰ সৰ্ববৃহৎ দেশখনে ২০২৪ চনত জৈৱ অস্ত্ৰ পৰীক্ষা কৰিব পাৰিব। যদি বাবা ভেংগাৰ এই ভৱিষ্যদ্বাণী সত্য বুলি প্ৰমাণিত হয় তেন্তে পৃথিৱীত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব।

বাবা ভাংগাৰ সঁচা প্ৰমাণিত হোৱা ভৱিষ্যদ্বাণী-
ডায়েনাৰ মৃত্যুৰ পৰা আৰম্ভ কৰি ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণ আৰু বাৰাক ওবামা আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱালৈকে সকলো কথা বাবা ভেংগাই ভৱিষ্যদ্বাণী কৰিছিল। বহু দেশৰ বাবে যেতিয়াই যেতিয়াই বানপানী, ভূমিকম্প আৰু ছুনামীৰ ভৱিষ্যদ্বাণী কৰিছিল সকলো সঁচা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baba VangaBlind mysticBlind Mystic Baba Vanganuclear disasterprediction
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ
অপৰাধ

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

May 27, 2026
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ
জীৱনশৈলী

ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

May 27, 2026
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ
জীৱনশৈলী

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

May 27, 2026
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ
জীৱনশৈলী

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

May 27, 2026
Next Post
যাদুকৰী উদ্ভিদ, ঘৰত ৰুই গৰমৰ পৰা পৰিত্ৰাণ লাভ কৰক, লগতে লাভ কৰক বিশুদ্ধ বায়ু 

যাদুকৰী উদ্ভিদ, ঘৰত ৰুই গৰমৰ পৰা পৰিত্ৰাণ লাভ কৰক, লগতে লাভ কৰক বিশুদ্ধ বায়ু 

মেষ ৰাশিত গজলক্ষ্মী ৰাজযোগ! ধন উপাৰ্জনৰ পথ মুকলি ৩ ৰাশিৰ জাতকৰ

মেষ ৰাশিত গজলক্ষ্মী ৰাজযোগ! ধন উপাৰ্জনৰ পথ মুকলি ৩ ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.