• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্য আৰু শুক্ৰৰ সংযোগৰ বাবে এই ৪ ৰাশিৰ লোকে বাম্পাৰ লাভ পাব

সূৰ্য আৰু শুক্ৰৰ সংযোগৰ বাবে এই ৪ ৰাশিৰ লোকে বাম্পাৰ লাভ পাব

2 years ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

20 minutes ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

47 minutes ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

2 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

3 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

11 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

12 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

12 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

14 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

14 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

15 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

16 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্য আৰু শুক্ৰৰ সংযোগৰ বাবে এই ৪ ৰাশিৰ লোকে বাম্পাৰ লাভ পাব

editor by editor
April 24, 2024
in জীৱনশৈলী, বিবিধ
0
সূৰ্য আৰু শুক্ৰৰ সংযোগৰ বাবে এই ৪ ৰাশিৰ লোকে বাম্পাৰ লাভ পাব
0
SHARES
193
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সূৰ্য আৰু শুক্ৰৰ সংযোগৰ বাবে এই ৪ ৰাশিৰ লোকে বাম্পাৰ লাভ পাব

জ্যোতিষ শাস্ত্ৰৰ গণনা অনুসৰি ধনৰ দাতা শুক্ৰই আজিৰে পৰা মেষ ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে। ইতিমধ্যে গ্ৰহৰ ৰজা সূৰ্য মেষ ৰাশিত অধিস্থিত হৈ আছে। যাৰ ফলত একে স্থানতে শুক্ৰ-সূৰ্য থকাৰ ফলত দুটামান ৰাশিৰ ওপৰত অসীম কৃপা পৰিব। কামৰ বাধা দূৰ হ’ব। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে ইতিবাচক পৰিবৰ্তন আহিব। ৰাসি কেইটা হৈছে-

মেষ ৰাশি- শুক্ৰ আৰু সূৰ্যৰ অৱস্থানে এই ৰাশিৰ লোকৰ বাবে অতিকে ভাল দিন আনিব। চাকৰি আৰু ব্যৱসায়ৰ বাবে অনুকুল। ধনৰ প্ৰবাহ বাঢ়িব। কেৰিয়াৰত অহা বাধাবোৰ আঁতৰিব। চাকৰিৰ সন্ধান সম্পূৰ্ণ হ’ব। বৈবাহিক জীৱনত দুখ আঁতৰিব সুখ ভৰি পৰিব। কৰ্মত নিয়োজিত লোকৰ পদোন্নতি হব।

কন্যা ৰাশি- দুয়ো ৰাশিৰ সংযোগে এই ৰাশিৰ লোকৰ জীৱনলৈও বহু সুখ লৈ আহিব। কেৰিয়ালত বহু উন্নতি হব। বিবাহিত জীৱনত সুখ বাঢ়িব। সামাজিক মৰ্যাদা আৰু প্ৰতিপত্তি বৃদ্ধি পাব। আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব।

তুলা ৰাশি- সূৰ্য আৰু শুক্ৰৰ সংযোগে এই ৰাশিৰ লোকৰ জীৱনলৈয়ো সুখ কঢ়িয়াই আনিব। কোনো ভাল খবৰ লাভ কৰিব। দীৰ্ঘদিন ধৰি বাকি থকা কাম সম্পূৰ্ণ হব। সম্পত্তি বৃদ্ধি পাব। সকলোৰে পৰা শলাগ লাভ কৰিব। ব্যৱসায়ত বহুত উন্নতি। পঢ়াৰ ক্ষেত্ৰত বহুত ভাল ফল লাভ কৰিব এই ৰাশিৰ লোকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AstroastrologyrashifalSukkraSurya Graha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!
বিবিধ

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

July 17, 2026
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

July 17, 2026
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

July 17, 2026
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ
বিনোদন

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

July 16, 2026
Next Post
যদি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা হয় তেন্তে ধ্বংসলীলা হ’ব ২০২৪ত, বৰ্তমানলৈ সঁচা হৈছে বহু ভৱিষ্যদ্বাণী

যদি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা হয় তেন্তে ধ্বংসলীলা হ'ব ২০২৪ত, বৰ্তমানলৈ সঁচা হৈছে বহু ভৱিষ্যদ্বাণী

যাদুকৰী উদ্ভিদ, ঘৰত ৰুই গৰমৰ পৰা পৰিত্ৰাণ লাভ কৰক, লগতে লাভ কৰক বিশুদ্ধ বায়ু 

যাদুকৰী উদ্ভিদ, ঘৰত ৰুই গৰমৰ পৰা পৰিত্ৰাণ লাভ কৰক, লগতে লাভ কৰক বিশুদ্ধ বায়ু 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.