• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কথাই কথাই সন্তানে তৰ্ক কৰে? এই ৫ উপায়েৰে সন্তানক সঠিক পথলৈ আনিব

কথাই কথাই সন্তানে তৰ্ক কৰে? এই ৫ উপায়েৰে সন্তানক সঠিক পথলৈ আনিব

2 years ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

7 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

7 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

8 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

9 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

10 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

10 hours ago
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

11 hours ago
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

11 hours ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

12 hours ago
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

13 hours ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

15 hours ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কথাই কথাই সন্তানে তৰ্ক কৰে? এই ৫ উপায়েৰে সন্তানক সঠিক পথলৈ আনিব

কথাই কথাই সন্তানে তৰ্ক কৰে? এই ৫ উপায়েৰে সন্তানক সঠিক পথলৈ আনিব

editor by editor
April 25, 2024
in জীৱনশৈলী, লেখা
0
কথাই কথাই সন্তানে তৰ্ক কৰে? এই ৫ উপায়েৰে সন্তানক সঠিক পথলৈ আনিব
0
SHARES
800
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সন্তানৰ সৈতে প্ৰত্যেক পিতৃ-মাতৃৰ সম্পৰ্ক মধুৰ হয়। কিন্তু প্ৰত্যেক সম্পৰ্কতেই সেই টান নাথাকে। বহু সন্তানৰ পিতৃৃ-মাতৃৰ সৈতে সম্পৰ্ক  কিন্তু সুমধুৰ নহয়। বিশেষকৈ সন্তানে কৈশোৰত ভৰি দিয়াৰ পাছতেই পিতৃ-মাতৃৰ সৈতে বহু কথাত মতবিৰোধ আহে। অভিভাৱকৰ কথা নামানি নিজৰ মতামত দিয়া আৰম্ভ কৰে। তেতিয়াই সৃষ্টি হয় সমস্য়াৰ। তৰ্ক-বিতৰ্কতো হয়েই কোনো কোনো সময়ত ঘৰত অশান্তিকৰ পৰিবেশেও দেখা দিয়ে।

আপোনাৰ সন্তানেও কৈশোৰত ভৰি দিয়াৰ পাছৰে পৰা আপোনাৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হৈছে নেকি? এই পৰিস্থিতিত আপুনিও সমানে তৰ্ক কৰিবনে তাক শিক্ষা দিব? সন্তানৰ সৈতে এই সময়ত কেনেকৈ বাৰ্তালাপ কৰিব?

তাৰ কথাবোৰ শুনক

আপোনাৰ সন্তান ডাঙৰ হৈছে, নিজা বিচাৰ বুদ্ধিও বাঢ়িছে। এই সময়ত তাৰ মতামতবোৰ শুনক। কথা শুনাৰ পাছতহে নিজা মতামত ৰাখক। সি তৰ্কত লিপ্ত হ’লেও আপুনি শান্ত হৈ থাকক। তেতিয়া চাব আপোনালোকৰ সম্পৰ্ক মজবুতেই হৈ আছে।

সমস্যা সমাধান সম্পৰ্কে বুজাওক

সন্তান এটাক ডাঙৰ কৰোতে প্ৰত্যেক পিতৃ-মাতৃয়ে নানান সমস্যাৰ মুখামুখি হয়। বয়ঃসন্ধিত তেওঁলোকৰ শৰীৰৰো নানান পৰিবৰ্তন আহে। এইসমূহ পৰিবৰ্তন সম্পৰ্কে পিতৃ-মাতৃয়ে গুৰুত্ব দিয়ক। এই সময়ত হৈ থকা পৰিবৰ্তন সমূহে শিশু এটাক কেতিয়াবা বিপথেও লৈ যায়। সেয়ে তাৰ সকলোবোৰ সমস্যাৰ সমাধান বুজাওক। সমস্যাৰ সমাধান থাকেই সেই কথা শিশুটোৰ ব্ৰেইনত সোমোৱাবলৈ চেষ্টা ৰাখক। সি নিশ্চয় বিপথে নাযায়।

আৱেগত লেকাম লগোৱা শিকাওক

কৈশোৰ কালত প্ৰত্যেকেই আৱেগপ্ৰৱণ হৈ উঠে। এই আৱেগপ্ৰৱণতা ভুল নহয়। বৰং এয়া জীৱনৰ এৰাব নোৱাৰা অংগ। এই সময় জীৱনক বুজিবলৈ আৰম্ভ কৰাৰ সময়। সেয়ে সন্তানক আৱেগপ্ৰৱণ হোৱাটোত বাধা দিয়াৰ সলনি তেনেকৈয়ে চলিবলৈ দিব। কেৱল নজৰ ৰাখক যে আৱেগপ্ৰৱণ হৈ সি নকৰিবলগীয়া কাম কৰিছে নেকি? খং নকৰিব। তাৰ সলনি ধীৰ-শান্ত স্বৰেৰে তাক কথাবোৰ বুজাওক। কান্দোনত ভাঙি পৰিলে ভৰসাৰ হাতখন কান্ধত ৰাখক। আপুনিয়েই তাৰ শ্ৰেষ্ঠ বন্ধু সেই কথাৰ উমান দিয়ক।

মত নিমিলিব পাৰে

আপোনাৰ সৈতে সন্তানৰ মত নিমিলিব পাৰে। কিন্তু সেই বুলিয়ে আপুনি চিঞৰ-বাখৰ কৰি নিজৰ যুক্তিক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা নকৰিব। ধীৰ স্বৰেৰেই তাক বুজাবলৈ চেষ্টা ৰাখক। মনত ৰাখক আপোনাৰ ব্য়ৱহাৰকেই সি নজৰ দি আছে।

সন্তানৰ মত ইচ্ছা নাথাকিলেও মানি লওক

আপোনাৰ সন্তানে দিয়া যুক্তি মানি লওক। ইচ্ছা নাথাকিলেও মানি লওক। মানি নললেও দূৰত্ব আহিবই। সম্পৰ্ক সুস্থ ৰাখিবলৈ এই কাম কৰিবই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

August 4, 2026
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও
জীৱনশৈলী

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

August 4, 2026
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’
বিবিধ

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

August 4, 2026
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ
নিয়োগ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

August 4, 2026
Next Post
২দিন পাছতেই শত্ৰুৰ ঘৰলৈ আহিব সূৰ্য! এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা লোক সাৱধানে থাকক

২দিন পাছতেই শত্ৰুৰ ঘৰলৈ আহিব সূৰ্য! এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা লোক সাৱধানে থাকক

আৰক্ষী চকীৰ ভিতৰতে সংঘটিত হৈছিল এই ঘটনা, যাৰ বাবে ৰিজাৰ্ভ ক্ল’জৰ সন্মুখিন আৰক্ষী বিষয়া

আৰক্ষী চকীৰ ভিতৰতে সংঘটিত হৈছিল এই ঘটনা, যাৰ বাবে ৰিজাৰ্ভ ক্ল'জৰ সন্মুখিন আৰক্ষী বিষয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.