• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মূৰ গৰম কৰা মালিকৰ সৈতে কোনে কৰে কাম, চাকৰি বাদ দি মালিকৰ সমুখতে ঢোলৰ চেৱত নাচিলে যুৱকে, ভাইৰেল

মূৰ গৰম কৰা মালিকৰ সৈতে কোনে কৰে কাম, চাকৰি বাদ দি মালিকৰ সমুখতে ঢোলৰ চেৱত নাচিলে যুৱকে, ভাইৰেল

2 years ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

39 minutes ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

1 hour ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

2 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

2 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

4 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

5 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

6 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

7 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

7 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

8 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

9 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মূৰ গৰম কৰা মালিকৰ সৈতে কোনে কৰে কাম, চাকৰি বাদ দি মালিকৰ সমুখতে ঢোলৰ চেৱত নাচিলে যুৱকে, ভাইৰেল

editor by editor
April 29, 2024
in ভাৰত
0
মূৰ গৰম কৰা মালিকৰ সৈতে কোনে কৰে কাম, চাকৰি বাদ দি মালিকৰ সমুখতে ঢোলৰ চেৱত নাচিলে যুৱকে, ভাইৰেল
0
SHARES
710
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মূৰ গৰম কৰা মালিকৰ সৈতে কোনে কৰে কাম, চাকৰি বাদ দি মালিকৰ সমুখতে ঢোলৰ চেৱত নাচিলে যুৱকে, ভাইৰেল

সামাজিক মাধ্যমত ভাইকৰেল হৈ পৰিছে এটা এনে ভিডিঅ, যি ভিডিঅ দেখি ক্ষণিতক বাবে হলেও হাঁহিছে বহু লোকে। পুনে নিবাসী এগৰাকী যুৱকে চাকৰি এৰি আহি কাৰ্যালয়ৰ সমুখতে নাচি দিয়ে।

নিজৰ কৰ্মস্থলীক এক অনন্য ধৰণে বিদায় দিয়ে যুৱকগৰাকীয়ে ৷ ছেলছ বিভাগত কাম কৰা অনিকেত নামৰ যুৱকগৰাকীয়ে কাৰ্যালয়ৰ মেনেজাৰৰ পৰা অশান্তি লাভ কৰিয়ে চাকৰি এৰাৰ সিদ্ধান্ত লয়। আৰু চাকৰি এৰি আহি কাৰ্যালয়ৰ সমুখতে মেনেজাৰৰ সমুখত নৃত্য কৰে।

বিৰক্ত পাইয়ে চাকৰি এৰা অনিকেতে বিদায় উদযাপনৰ অংশ হিচাপে মেনেজাৰৰ সন্মুখতে ঢোলৰ চেৱে চেৱে নাচি দিয়ে। অনিকেতৰ এই দৃশ্য দেখি বহুতেই কৈছে আজিকালি বহু কৰ্মস্থলীতেই এনে কৰ্ম সংস্কৃতি গঢ়ি উঠিছে, যাৰ ফলৰ বিৰক্ত হৈছে কৰ্মচাৰী সকল।

ঘটনাটো চৰ্চালৈ অহাৰ পাছতে অনিকেটৰ সাহসক বহুতে হাত চাপৰি বজাই সম্ভাষণ জনাই। ইনষ্টাগ্ৰামত পোষ্ট কৰা এটা ভিডিঅ’ত অনিকেতে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে তেওঁৰ দৰমহা একেবাৰে সামান্য। বৃদ্ধি কৰাৰো কোনো নাম নাই। কৰ্মথলীত অনিকেতক সন্মান নকৰাৰ অনুভৱ। তেওঁ মধ্যবিত্ত পৰিয়ালৰ পৰা অহাৰ বাবে এনে আৱদ্ধ হৈ থকা অনুভৱ কৰাটো অশান্তিকৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: social mediaSocial media Viral Photoviral photoviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!
ভাৰত

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

July 10, 2026
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী
বিবিধ

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

July 10, 2026
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন
ভাৰত

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

July 10, 2026
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম
ভাৰত

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

July 10, 2026
Next Post
অনুষ্কা-দীপিকাৰ বাবে কফি অৰ্ডাৰ কৰা কাম কৰিছিলো! অভিনয় জগতত ভৰি দিয়াৰ পূৰ্বে কি কাম কৰিছিল পৰিণীতি চোপ্ৰাই?

অনুষ্কা-দীপিকাৰ বাবে কফি অৰ্ডাৰ কৰা কাম কৰিছিলো! অভিনয় জগতত ভৰি দিয়াৰ পূৰ্বে কি কাম কৰিছিল পৰিণীতি চোপ্ৰাই?

কংগ্ৰেছী প্ৰাৰ্থীয়ে যোগ দিলে বিজেপি দলত! প্ৰতিদ্বন্দ্বিতা কোনে কৰিব?

কংগ্ৰেছী প্ৰাৰ্থীয়ে যোগ দিলে বিজেপি দলত! প্ৰতিদ্বন্দ্বিতা কোনে কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.