• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘সুৰুযমুখী গাওঁৰ পৰা মেট গালালৈ…’ আলিয়াতকৈ লাপাতা লেডিজৰ নিতাংশীক লৈ নেটদুনীয়াত চলিছে চৰ্চা

‘সুৰুযমুখী গাওঁৰ পৰা মেট গালালৈ…’ আলিয়াতকৈ লাপাতা লেডিজৰ নিতাংশীক লৈ নেটদুনীয়াত চলিছে চৰ্চা

2 years ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

24 minutes ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

1 hour ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

2 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

2 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

3 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

4 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

5 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

6 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

23 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

1 day ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

1 day ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘সুৰুযমুখী গাওঁৰ পৰা মেট গালালৈ…’ আলিয়াতকৈ লাপাতা লেডিজৰ নিতাংশীক লৈ নেটদুনীয়াত চলিছে চৰ্চা

‘সুৰুযমুখী গাওঁৰ পৰা মেট গালালৈ...’ আলিয়াতকৈ লাপাতা লেডিজৰ নিতাংশীক লৈ নেটদুনীয়াত চলিছে চৰ্চা

editor by editor
May 9, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
‘সুৰুযমুখী গাওঁৰ পৰা মেট গালালৈ…’ আলিয়াতকৈ লাপাতা লেডিজৰ নিতাংশীক লৈ নেটদুনীয়াত চলিছে চৰ্চা
0
SHARES
60
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

NB NEWS- মেট গালা ২০২৪ত আলিয়া ভাট্টৰ সাজে বিশেষভাৱে এইবাৰ নজৰ কাঢ়িছে৷ পোছাকশিল্পী সব্যসাচী মুখাৰ্জীয়ে ডিজাইন কৰা শাৰী পিন্ধি মেট গালাৰ ৰেড কাৰ্পেটত খোজ পেলাইছে আলিয়া ভাট্টে৷ সামাজিক মাধ্যমত চৰ্চাৰ শিখৰত আলিয়াৰ পোছাক৷ আলিয়াৰ সমান্তৰালভাৱে ভাইৰেল হৈছে আন এখন ছবিও৷ মেট গালা ২০২৪ত উপস্থিত আছিল বলীউডৰ নতুন এগৰাকী অভিনেত্ৰীও৷

‘লাপাতা লেডিছ’ ছবিৰ ফুল কুমাৰী চৰিত্ৰৰে চিনাকী হৈ পৰা নিতাংশী গোৱেল৷ কিৰণ ৰাও পৰিচালিত পৰিচালিত লাপাতা লেডিছ ছবিৰ মাধ্যমেৰে ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰিছে নিতাংশীয়ে৷ ছবিৰ পাছতেই মেট গালাতো প্ৰথমবাৰ ভৰি থৈছে নিতাংশী গোৱেলে৷ কিন্তু কোনো নামী দামী শিল্পীয়ে ডিজাইন কৰা পোছাক নহয়৷ নিতাংশীয়ে পৰিধান কৰিছে এখন ৰঙা শাৰী আৰু ওপৰত মেৰুণ ৰঙৰ এখন শ্ব’ল৷

মূৰ ঢাকি ৰাখিছে মেৰুণ ৰঙৰ শ্ব’লখনেৰে৷ মুখ প্ৰসাধনবিহীন৷ কপালত এটা ৰঙা ফোঁট৷ লাপাতা লেডিছত ফুলকুমাৰী যেনেকৈ ওলাইছে ঠিক তেনেকৈয়ে মেট গালাতো দেখা গৈছে নিতাংশীক৷ নিতাংশীৰ এই ছবি মুহূৰ্ততে ভাইৰেল হৈ পৰিছে নেটদুনীয়াত৷ নেট নাগৰিকো অবাক৷ কেনেকৈ এখন ছবিত অভিনয় কৰিয়েই মেট গালা পালেগৈ নিতাংশী৷ কিন্তু প্ৰকৃত ঘটনা বেলেগ৷

আমিৰ খান প্ৰযোজনা সংস্থাৰ তৰফৰ পৰা নিতাংশীৰ এই ছবি পোষ্ট কৰা হৈছে৷ তেওঁলোকে নিতাংশীৰ ছবি মেট গালাত প্ৰেক্ষাপটত ৰাখি প্ৰচাৰ হে চলাইছে৷ ছবিৰ কেপশ্ব্যনত তেওঁলোকে লিখিছে, ‘যথা সময়ত বাগানত আমাৰ ফুল ফুলি উঠিছে৷’ এইবাৰ মেট গালাৰ থিম ‘গাৰ্ডেন অফ টাইম৷’ সেইবাৰে উপস্থিতি সকলোৰে পোছাকত আছে ফুলৰ লগতে বাগিছাও৷ মেট গালাত ফুলকুমাৰী অৰ্থাৎ নিতাংশীৰ ছবিও এডিট কৰি বনোৱা এখন ফটো৷

ছবিখন তৈয়াৰ কৰা হ’লেও এই ছবি পছন্দ কৰিছে নিতাংশীৰ অনুৰাগীয়ে৷ অনুৰাগীয়ে এই ছবি দেখা মাত্ৰকেই লিখিছে, ‘সূৰুযমুখী গাওঁৰ পৰা মেট গালালৈ! ফুলকুমাৰী আগন্তুক সময়ত ফুলি উঠিবলগীয়া এগৰাকী সম্ভাৱনাময় অভিনেত্ৰী৷’ বহুতেই এতিয়া ফুল কুমাৰী বা নিতাংশীক ভৱিষ্যতে ৰেড কাৰ্পেটত দেখিবলৈ পাব বুলি আশাবাদীও হৈ উঠিছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?
জীৱনশৈলী

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

March 15, 2026
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?
স্বাস্থ্য

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

March 15, 2026
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!
স্বাস্থ্য

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

March 15, 2026
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!
বিবিধ

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

March 15, 2026
Next Post
মে মাহত গ্ৰহগতিৰ প্ৰভাৱত তিনিবাৰকৈ ত্ৰিগ্ৰহী যোগ, কেৰিয়াৰত সাফল্যৰ লগতে হাতলৈ ধন আহিব ৩ৰাশিৰ

মে মাহত গ্ৰহগতিৰ প্ৰভাৱত তিনিবাৰকৈ ত্ৰিগ্ৰহী যোগ, কেৰিয়াৰত সাফল্যৰ লগতে হাতলৈ ধন আহিব ৩ৰাশিৰ

হুকহুকাই কান্দিছে পিতৃ-মাতৃয়ে,  ৮৮ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতীৰে উত্তীৰ্ণ হৈছে পুত্ৰ, কিন্তু…

হুকহুকাই কান্দিছে পিতৃ-মাতৃয়ে,  ৮৮ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতীৰে উত্তীৰ্ণ হৈছে পুত্ৰ, কিন্তু...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.