• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মা মানেই শান্তিৰ আশ্ৰয়! মাতৃ দিৱসত কেনেকৈ শুভেচ্ছা জনাব মাতৃক, জানি থওক কেইটামান শুভেচ্ছা বাৰ্তা

মা মানেই শান্তিৰ আশ্ৰয়! মাতৃ দিৱসত কেনেকৈ শুভেচ্ছা জনাব মাতৃক, জানি থওক কেইটামান শুভেচ্ছা বাৰ্তা

2 years ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

18 minutes ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

43 minutes ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

1 hour ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

2 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

3 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

4 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

4 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

5 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

6 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

6 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

7 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মা মানেই শান্তিৰ আশ্ৰয়! মাতৃ দিৱসত কেনেকৈ শুভেচ্ছা জনাব মাতৃক, জানি থওক কেইটামান শুভেচ্ছা বাৰ্তা

মা মানেই শান্তিৰ আশ্ৰয়! মাতৃ দিৱসত কেনেকৈ শুভেচ্ছা জনাব মাতৃক, জানি থওক কেইটামান শুভেচ্ছা বাৰ্তা

editor by editor
May 12, 2024
in জীৱনশৈলী
0
মা মানেই শান্তিৰ আশ্ৰয়! মাতৃ দিৱসত কেনেকৈ শুভেচ্ছা জনাব মাতৃক, জানি থওক কেইটামান শুভেচ্ছা বাৰ্তা
0
SHARES
346
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাতৃৰ উপস্থিতিয়ে এটা পৰিয়ালক সমৃদ্ধ কৰে৷ এটা শিশুয়ে যেতিয়াই পৃথিৱীৰ পোহৰ দেখে তেতিয়াই শিশুটিয়ে দেখা প্ৰথম মুখখনেই মা৷ মুখত যেতিয়া শব্দ ফুটি উঠে তেতিয়া মতা প্ৰথম শব্দই মা৷ ১২ তাৰিখৰ দিনটো সেয়ে মাতৃৰ নামত উৎসৰ্গিত৷

মাতৃ দিৱসৰ শুভেচ্ছা

  1. তোমাক মাতৃ হিচাপে লাভ কৰি মই ভাগ্যৱান৷ তোমাৰ সুস্বাস্থ্য কামনা কৰিছো৷ আগন্তুক সময় তোমাৰ সুখময় হওক৷
  2. তুমি কিমান যত্নশীল আৰু স্নেহময়ী সেয়া ক’বৰ বাবে এয়াই শ্ৰেষ্ঠ সময়৷ শুভ মাতৃ দিৱস মা৷
  3. তোমাৰ আঁচল, তোমাৰ কোলাই স্বৰ্গ৷ পৃথিৱীৰ শ্ৰেষ্ঠ অনুভূতি তুমি৷ মাতৃ দিৱসৰ শুভেচ্ছা তোমালৈ৷
  4. মা তুমি মোৰ জীৱনৰ শ্ৰেষ্ঠ অনুপ্ৰেৰণা৷ ঈশ্বৰৰ ওচৰত তোমাৰ দীৰ্ঘায়ু কামনা কৰিছো৷
  5.  তোমাৰ সমান কোনো হ’ব নোৱাৰে৷ মাদাৰ্ছ ডেৰ অফুৰন্ত শুভকামনা৷
  6. পৰিয়াল কিমান গুৰুত্বপূৰ্ণ তোমাৰ পৰাই শিকিব পাৰি৷ মাতৃ দিৱসৰ শুভেচ্ছা৷
  7. মাতৃত্ব হৈছে ভালপোৱা, ত্যাগ আৰু শক্তিৰ বিশুদ্ধতম ৰূপ৷
  8. নীৰৱে তুমি আমাক সাহস জোগাই থকাৰ বাবে তোমাক ধন্যবাদ৷
  9. পৰিস্থিতি আৰু যুগ সলনিয়ে তোমাৰ প্ৰতি মোৰ ভালপোৱা সলনি নকৰে৷ শুভ মাতৃ দিৱস৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

September 14, 2026
Next Post
দিল্লী নহয় দেশৰ জনতাক দিব ২০০ ইউনিট ফ্ৰী বিজুলী, ২ কোটি চাকৰি, দেশক দিলে ১০ টা গ্যাৰাণ্টি

দিল্লী নহয় দেশৰ জনতাক দিব ২০০ ইউনিট ফ্ৰী বিজুলী, ২ কোটি চাকৰি, দেশক দিলে ১০ টা গ্যাৰাণ্টি

নাছাই দিলে আশাৰ বতৰা, চন্দ্ৰত উলাইছে আশা কৰাতকৈ ৮ গুণ অধিক…এতিয়াৰ পৰা কৰিব পাৰিব এই কাম

নাছাই দিলে আশাৰ বতৰা, চন্দ্ৰত উলাইছে আশা কৰাতকৈ ৮ গুণ অধিক...এতিয়াৰ পৰা কৰিব পাৰিব এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.