নগাঁও-কাছাৰ কাগজ কলৰ ভৱিষ্যৎ ৰাজ্য চৰকাৰৰ হাতত। NCLTৰ পৰৱৰ্তী শুনানি ৭ অক্টোবৰত। ৭ অক্টোবৰলৈ ৰাজ্য চৰকাৰৰ হাতত ২৭ দিন।