• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ভাৰত বন্ধ’লৈ সমৰ্থন আঞ্চলিক গণ মৰ্চাৰ

‘ভাৰত বন্ধ’লৈ সমৰ্থন আঞ্চলিক গণ মৰ্চাৰ

6 years ago
আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

1 hour ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

2 hours ago
SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

2 hours ago
আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি

আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি

2 hours ago
৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত

৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত

3 hours ago
নিৰাপত্তাবলয় ভাঙি ৰামচৰণ আৰু জাহ্নৱীৰ ওপৰত পৰিল যুৱক, দুই তাৰকাৰ জীৱন কোনে ৰক্ষা কৰিয়ে? চাওক ভাইৰেল ভিডিঅ’

নিৰাপত্তাবলয় ভাঙি ৰামচৰণ আৰু জাহ্নৱীৰ ওপৰত পৰিল যুৱক, দুই তাৰকাৰ জীৱন কোনে ৰক্ষা কৰিয়ে? চাওক ভাইৰেল ভিডিঅ’

3 hours ago
‘মই শ্বাহৰুখৰ পুত্ৰৰ ওচৰলৈ গৈছিলো’, কিয় আৰিয়ানৰ কাষ পালে ৰিয়াই?

‘মই শ্বাহৰুখৰ পুত্ৰৰ ওচৰলৈ গৈছিলো’, কিয় আৰিয়ানৰ কাষ পালে ৰিয়াই?

4 hours ago
বৈশ্বিক পৰ্যায়ত পুনৰ লজ্জানত পাকিস্তান? পাকিস্তানৰ ৰাষ্ট্ৰদূতে উদ্বোধন কৰা জাপানৰ মছজিদ পেলাব ভাঙি

বৈশ্বিক পৰ্যায়ত পুনৰ লজ্জানত পাকিস্তান? পাকিস্তানৰ ৰাষ্ট্ৰদূতে উদ্বোধন কৰা জাপানৰ মছজিদ পেলাব ভাঙি

4 hours ago
টকাৰ লোভত ললিত মোদীৰ সৈতে বিচ্ছেদ সুস্মিতাৰ! মুখ খুলিছে IPLৰ প্ৰতিষ্ঠাপক ললিত মোদী

টকাৰ লোভত ললিত মোদীৰ সৈতে বিচ্ছেদ সুস্মিতাৰ! মুখ খুলিছে IPLৰ প্ৰতিষ্ঠাপক ললিত মোদী

5 hours ago
সম্পৰ্কত আহিব বিভেদ, যদি সংগীক জনাই এইবোৰ কথা!

সম্পৰ্কত আহিব বিভেদ, যদি সংগীক জনাই এইবোৰ কথা!

5 hours ago
ফেটি লিভাৰ কেতিয়া বিপদজনক হৈ পৰে? ইয়াৰ লক্ষণ, কাৰণ জানি লওক

গোপনে ফেটি লিভাৰত আক্ৰান্ত হৈছে নেকি? ভুলতো আওকাণ নকৰিব এইবোৰ লক্ষণ

7 hours ago
দেশত কিয় হ্ৰাস পাইছে শিশু জন্মৰ হাৰ? তথ্য জানি হ’ব আচৰিত

দেশত কিয় হ্ৰাস পাইছে শিশু জন্মৰ হাৰ? তথ্য জানি হ’ব আচৰিত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘ভাৰত বন্ধ’লৈ সমৰ্থন আঞ্চলিক গণ মৰ্চাৰ

editor by editor
September 24, 2020
in অসম, ভাৰত
0
‘ভাৰত বন্ধ’লৈ সমৰ্থন আঞ্চলিক গণ মৰ্চাৰ
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সংসদত ৩খন কৃষি বিধেয়ক গৃহীত হোৱাৰ পাছতেই দেশত সম্প্ৰতি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে দেশৰ কৃষক সংগঠনসমূহে। এই আইনসমূহ পুঁজিপতিৰ সপক্ষে আৰু কৃষকৰ বিৰুদ্ধে বুলি তীব্ৰ সমালোচনা কৰিছে বিৰোধীয়ে। কৃষক বিৰোধী এনে আইনৰ বিৰুদ্ধে ২৫ ছেপ্টেম্বৰত ‘ভাৰত বন্ধ’ৰ আহ্বান জনাইছে কৃষক সংগঠনসমূহে। এই বন্ধৰ প্ৰতি সমৰ্থন জনাইছে আঞ্চলিক গণ মৰ্চাইও। অসমত এই বন্ধ সফল কৰাৰ আহ্বান জনাইছে মৰ্চাৰ নেতৃবৰ্গই। এক বিবৃতিত মৰ্চাৰ হৈ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞা, সমন্বয়ক ক্ৰমে মনজিৎ মহন্ত, শান্তনু বৰঠাকুৰ আৰু লাচিত বৰদলৈয়ে উল্লেখ কৰে যে চৰকাৰে সম্পূৰ্ণ অগণতান্ত্ৰিকভাৱে ৩ আইন জাপি দিছে কৃষকৰ ওপৰত। এই আইনে দেশৰ খাটি খোৱা, দৰিদ্ৰ তথা কৃষক শ্ৰেণীলৈ ভাবুকি কঢ়িয়াই আনিব বুলি মৰ্চাই মত প্ৰকাশ কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) বিধেয়ক-২০২০ৰ জৰিয়তে অসাধু ব্যৱাসায়ীক চৰকাৰে লুণ্ঠনৰ সুবিধা দিয়া বুলি বিবৃতিত প্ৰকাশ কৰে। সেয়ে দেশৰ জনতাৰ প্ৰতি লক্ষ্য ৰাখি কৃষক সংগঠনে আহ্বান কৰা বন্ধলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে আঞ্চলিক গণ মৰ্চাই।

উল্লেখ্য যে আঞ্চলিক গণ মৰ্চাত অসম সংগ্ৰামী মঞ্চ, ASDC, অসম জনতা দল, জাতীয়বাদ পুনৰ নিৰ্মাণ সমিতি(অসম), খিলঞ্জীয়া জনগোষ্ঠীয় গণচেতনা মহাসভা (অসম), জীপাল শ্ৰমিক কৃষক সংঘকে আদি কৰি বহু জাতীয় দল-সংগঠন অন্তৰ্ভুক্ত হৈ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aanchalik gana morchabharat bandh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশত কিয় হ্ৰাস পাইছে শিশু জন্মৰ হাৰ? তথ্য জানি হ’ব আচৰিত
ভাৰত

দেশত কিয় হ্ৰাস পাইছে শিশু জন্মৰ হাৰ? তথ্য জানি হ’ব আচৰিত

June 3, 2026
৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?
ক্ৰীড়া

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

June 2, 2026
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ
জীৱনশৈলী

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

June 2, 2026
এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?
ক্ৰীড়া

এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

June 2, 2026
Next Post
মহানগৰীৰ বেলতলাত VISHAL MEGA MART মুকলি

মহানগৰীৰ বেলতলাত VISHAL MEGA MART মুকলি

‘অসম লাইভ ২৪’ৰ ওপৰত প্ৰস্তুতি পৰাশৰৰ খং

‘অসম লাইভ ২৪’ৰ ওপৰত প্ৰস্তুতি পৰাশৰৰ খং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.